ধেমাজি,16 জুন : কৰ'ণাৰ আতংকৰ মাজতেই পুনৰ বানৰ কবলত ধেমাজিৰ বিস্তীৰ্ণ অঞ্চল । ন আলি ভজোগাওঁ চেচাসহ,শলমাৰী পাভমাৰী,দুলংকান,ঘেয়াৰী,হেচুলিকে ধৰি প্ৰায় বিশ খন গাওঁ জীয়াঢলৰ বানৰ কৱলত । বিশেষকৈ ধেমাজি সদৰৰ পৰা মাত্ৰ ৭/৮ কিলমিটাৰ নিলগৰ জীয়াঢল চাৰিআলিৰ সমীপৰ ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথটো যিকোনো মুহূৰ্ততে বুৰাই পেলোৱা ৰ সম্ভাৱনা প্ৰকট হৈ পৰিছে । ইপিনে ৰাষ্ট্ৰীয় ঘাইপথৰ পৰা জীয়াঢল ৰেলৱে ষ্টেচনলৈ যোৱা পথটোৰ ওপৰেৰে তীব্ৰ গতিত বাগৰি আছে পানী । কেইবাটাও পথ বিধবস্ত কৰিছে বাঢ়নী পানীয়ে ।
ধেমাজিত জীয়াঢলৰ সংহাৰী ৰূপ - ধেমাজিত জীয়াঢলৰ সংহাৰী ৰূপ
বিশেষকৈ ধেমাজি সদৰৰ পৰা মাত্ৰ ৭/৮ কিলমিটাৰ নিলগৰ জীয়াঢল চাৰিআলিৰ সমীপৰ ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথটো যিকোনো মুহূৰ্ততে বুৰাই পেলোৱাৰ সম্ভাৱনা প্ৰকট হৈ পৰিছে ।