ETV Bharat / state

তুংগত উঠিছে ধেমাজি গ্ৰন্থ উৎসৱ 2021 ৰ প্ৰস্তুতি

18 জানুৱাৰীৰ পৰা আৰম্ভ হ'ব ধেমাজি গ্ৰন্থ উৎসৱ 2021 ৷ 18 জানুৱাৰীৰ পৰা 24 জানুৱাৰীলৈ সপ্তাহজোৰা কাৰ্যসূচীৰে ধেমাজিৰ ডি আৰ ডি এ প্ৰাংগণত অনুষ্ঠিত হ'ব এই গ্ৰন্থ উৎসৱ ৷ সদৌ ধেমাজি জিলা ছাত্ৰ সন্থাৰ উদ্যোগত অনুষ্ঠিত হ'ব ধেমাজি গ্ৰন্থ উৎসৱ 2021 ৷ গুৱাহাটী, শিৱসাগৰকে ধৰি বিভিন্ন ঠাইসমূহৰ পৰা গ্ৰন্থ বিপনী সমূহ আহি উপস্থিত ৷

author img

By

Published : Jan 17, 2021, 8:52 PM IST

dhemaji grantha utsav 2021
dhemaji grantha utsav 2021

ধেমাজী, 17 জানুৱাৰী: 18 জানুৱাৰীৰ পৰা 24 জানুৱাৰীলৈ সপ্তাহজোৰা কাৰ্যসূচীৰে ধেমাজিৰ ডি আৰ ডি এ প্ৰাংগণত অনুষ্ঠিত হ'ব ধেমাজি গ্ৰন্থ উৎসৱ 2021 ৷ সদৌ ধেমাজি জিলা ছাত্ৰ সন্থাৰ উদ্যোগত অনুষ্ঠিত হ'ব লগীয়া গ্ৰন্থ উৎসৱৰ বাবে ইতিমধ্যে প্ৰস্তুতি তুংগত উঠিছে ৷

18 জানুৱাৰীৰ পৰা ধেমাজি গ্ৰন্থ উৎসৱ 2021

সপ্তাহজোৰা কাৰ্যসূচীৰে 18 জানুৱাৰীৰ পৰা 24 জানুৱাৰীলৈকে ধেমাজিৰ ডি আৰ ডি এ প্ৰাংগনত এই গ্ৰন্থ উৎসৱ অনুষ্ঠিত হ'ব ৷ মুঠ 40 খন বিপনীৰ ব্যৱস্থা কৰা এই গ্ৰন্থ উৎসৱ থলীত ইতিমধ্যে গুৱাহাটী, শিৱসাগৰকে ধৰি বিভিন্ন ঠাইসমূহৰ পৰা গ্ৰন্থ বিপনী সমূহ আহি উপস্থিত হৈছে ৷

এই গ্ৰন্থ উৎসৱৰ উদযাপন সমিতিৰ সভাপতি ড৹ দিপক বৰগোঁহাইয়ে জানিবলৈ দিয়ে যে ধেমাজিবাসীক বাল ভাল গ্ৰন্থৰ সোৱাদ দিয়াৰ লগতে ছাত্ৰ-ছাত্ৰীৰ বৌদ্ধিক বিকাশত সহায়ক হোৱাকৈ গ্ৰন্থ উৎসৱৰ লগত সংগতি ৰাখি বহুকেইটা কাৰ্যসূচীৰ ব্যৱস্থা কৰা হৈছে ৷

লগতে পঢ়ক:জীৱন্ত কালতে প্ৰতিমূৰ্তিৰ আধাৰশিলা স্থাপন গণ শিল্পী সূৰ্য দাসৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.