ETV Bharat / state

ধেমাজিত পৰিত্যক্ত গৃহলৈ ৰূপান্তৰ হৈছে আন্তঃজিলা বাছ আস্থান - পৰিৱেশ নৰক সদৃশ

ক’ভিড মহামাৰীৰ সময়ত প্ৰতিটো কোৱাৰেন্টাইন কেন্দ্ৰত পৰ্যাপ্ত পৰিমাণৰ চাফাই কৰ্মী নিয়োগ কৰা হৈছিল আৰু চাফ চিকুনতাৰ কথা দোহাৰি থকাৰ পিছতো কেন্দ্ৰটোত আৱজনা সমূহ পৰিস্কাৰ নহ’ল ৷ যাৰ ফলত মুকলি নহওঁতেই ভৱনটোৰ সমগ্ৰ পৰিৱেশ নৰক সদৃশ হৈ পৰিছে ৷ তদুপৰি এই সমূহৰ পৰা দুৰ্গন্ধ নিৰ্গত হৈ বতাহত বিয়পি পৰাত অস্বাস্থ্যকৰ পৰিৱেশৰ সৃষ্টি হোৱাৰ অভিযোগ উত্থাপন হৈছে ৷ কিন্তু আশ্চৰ্যজনক ভাৱে ধেমাজি সংশ্লিষ্ট বিভাগে বিষয়টো গুৰুত্ব নিদিয়া পৰিলক্ষিত হোৱা নাই ৷

ধেমাজিত পৰিত্যক্ত গৃহলৈ ৰূপান্তৰ হৈছে আন্তঃজিলা বাছ আস্থান

author img

By

Published : Feb 5, 2021, 12:06 PM IST

ধেমাজি,5 ফেব্ৰুৱাৰীঃ ক’ভিডৰ বাবে কোৱাৰেণ্টাইন কেন্দ্ৰ হিচাপে ব্যৱহাৰ কৰা ধেমাজি তেলিজানৰ নৱনিমিত ধেমাজি আন্তঃ জিলা বাছ আস্থানটো মুকলি নৌহওঁতেই সম্প্ৰতি আৱজনাসহ পৰিতক্ত গৃহলৈ ৰূপান্তৰ হৈছে । কাৰণ আস্থানটোৰ ভিতৰত ব্যৱহাৰ কৰা পানী বটল,কাপোৰ কানি আচবাব আদি অলাগতিয়াল সামগ্ৰীৰে দ’ম বান্ধিছে ৷ ভৱনটো বাহিৰতো ক’ভিডৰ আৱৰ্জনা আজিকোপতি ধেমাজি জিলা প্ৰশাসনৰ সংশ্লিষ্ট কতৃৰ্পক্ষই পৰিষ্কাৰ কৰাৰ ব্যৱস্থা কৰা নাই ৷

ধেমাজিত পৰিত্যক্ত গৃহলৈ ৰূপান্তৰ হৈছে আন্তঃজিলা বাছ আস্থান

মন কৰিবলগীয়া যে,ক’ভিড মহামাৰীৰ সময়ত প্ৰতিটো কোৱাৰেন্টাইন কেন্দ্ৰত পৰ্যাপ্ত পৰিমাণৰ চাফাই কৰ্মী নিয়োগ কৰা হৈছিল আৰু চাফ চিকুণতাৰ কথা দোহাৰি থকাৰ পিছতো কেন্দ্ৰটোত আৱৰ্জনা সমূহ পৰিস্কাৰ নহ’ল ৷ যাৰ ফলত মুকলি নৌহওঁতেই ভৱনটোৰ সমগ্ৰ পৰিৱেশ নৰক সদৃশ হৈ পৰিছে ৷ তদুপৰি এই সমূহৰ পৰা দুৰ্গন্ধ নিৰ্গত হৈ বতাহত বিয়পি পৰাত অস্বাস্থ্যকৰ পৰিৱেশৰ সৃষ্টি হোৱাৰ অভিযোগ উত্থাপন হৈছে ৷ কিন্তু আশ্চৰ্যজনক ভাৱে ধেমাজি সংশ্লিষ্ট বিভাগে বিষয়টো গুৰুত্ব নিদিয়া পৰিলক্ষিত হোৱা নাই ৷

ইপিনে নৱনিৰ্মিত ৱাছ আস্থানটো পৰিদৰ্শন কৰে অসম জাতীয়তাবাদী যুৱ পৰিষদৰ এটা সঁজাতি দলে ৷ নৱনিৰ্মিত ৱাছ আস্থানটো পৰিদৰ্শন কৰি ধেমাজি জিলা প্ৰশাসন তথা ধেমাজি জিলা স্বাস্থ্য বিভাগক সমালোচনা কৰে ৷ লগতে ৰাইজৰ বাবে ধেমাজি আন্তজিলা বাছ আস্থানটো অতিশীঘ্ৰে মুকলি কৰিবলৈ দাবী জনাইছে সংগঠনটোৰ কেন্দ্ৰীয় সমিতিৰ সভাপতি উজ্জ্বল চুতীয়া,জিলা সমিতিৰ সম্পাদক ত্ৰলোক্য তামুলীয়ে ৷লগতে পঢ়কঃ ৰাজীৱ গান্ধীৰ হত্যাৰ গোচৰৰ দোষীক ক্ষমা প্ৰাৰ্থনাৰ কৰিব তামিলনাডুৰ ৰাজ্যপালে

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.