ETV Bharat / state

ধেমাজিত মীন বিভাগৰ উপদেশ পালন কৰি বিপদত মীন পালক - প্ৰাপ্ত বয়ষ্ক নহওঁতে

ধেমাজি মীন বিভাগে চৰকাৰী আঁচনিৰ সুবিধা লৈ মীন পালক বুঢ়াগোহাঁইক অধিক মৎস্য উৎপাদন কৰিবলৈ উৎসাহিত কৰাৰ প্ৰয়াস চলাইছিল যদিও ই কাৰ্যত মীন পালক জনক নিৰুৎসাহিত হে কৰি তুলে ৷ বিভাগটোৱে আৱন্টন দিয়া কেইবা-লক্ষ টকাৰ এক আঁচনি অধীনত উন্নত পদ্ধতিৰে কছ জাতীয় মাছ পালন কৰিবলৈ পৰামৰ্শ দিয়ে ৷ কাৰ্যত চৰকাৰী এই আঁচনিৰ অধীনত মাছ উৎপাদন কৰিবলৈ গৈ এতিয়া বিপদৰ হে সন্মুখীন হৈছে মীন পালক জন ৷ প্ৰাপ্ত বয়ষ্ক নহওঁতেই বহু মাছ বেমাৰত সংক্ৰমিত হৈছে ৷

ধেমাজিত মীন বিভাগৰ উপদেশ পালন কৰি বিপদত মীন পালক

author img

By

Published : Jan 12, 2021, 9:18 AM IST

ধেমাজি,12জানুৱাৰীঃ মীন বিভাগৰ অভিলাষী আঁচনি মানি মীন পালন কৰিবলৈ গৈ এতিয়া সমস্যাৰ সন্মুখীন হৈছে ধেমাজিৰ এজন প্ৰগতিশীল মীন পালক ৷ ধেমাজি বঙালমাৰী গাঁৱৰ তথা জিলাখনৰ ভিতৰতে অগ্ৰনী মীন পালক মহেন্দ্ৰ বুঢ়াগোহাঁইৰ আছে প্ৰায় ৭০ বিঘা মাটিত সৰু-বৰ চাৰিটা পুখুৰী ৷ পূৰ্ৱে তাতে মাছ উৎপাদন কৰি বছৰি কেইবা-লক্ষ টকা উপাৰ্জন কৰিবলৈ সক্ষম হৈছিল মীন পালক গৰাকী ৷ ৰৌ, চিতল, মিৰিকা, কমন কাৰ্পকে ধৰি বিভিন্ন মাছৰ উপৰিও থলুৱাভাবে উৎপাদন হোৱা সৰু মাছবোৰ শুকুৱাই জাগীৰোডস্থীত এছিয়াৰ বৃহত্ত শুকান মাছৰ বজাৰ খনলৈ বিক্ৰীৰ বাবে প্ৰেৰণ কৰি আহিছিল বুলি জানিবলৈ দিয়ে মীন পালক মহেন্দ্ৰ বুঢ়াগোহাঁয়ে ৷ মীন পালক গৰাকীয়ে জানিবলৈ দিয়া মতে চৰকাৰী সাৰ্হায্যৰ অবিহনেই অত্যন্ত কষ্ট,অধ্যাবসায়ৰ মাজেৰে বহুকেইটা বছৰ ধৰি মীন পালন আৰু বিক্ৰীৰে এক সুন্দৰ ব্যৱসায় কৰি আহিছিল ৷ মীন পালক জনৰ সফলতাত তেঁওৰ কাষচাপে ধেমাজীৰ মীন বিভাগ ৷

মীন পালক গৰাকীয়ে জনোৱা মতে এই আঁচনি আৰু পদ্ধতিৰে জিলাখনৰ ভিতৰতে প্ৰথম জন মীন খেতিঁয়ক হিচাপে মাছপালন কৰিছে যদিও বহু সংখ্যক মাছৰ ক্ৰমান্বয়ে মৃত্যু হৈছে ৷ চিকিৎসা প্ৰদান কৰিও সুফল পোৱা নাই ৷ ফলত মূৰে কঁপালে হাত দিব লগা হৈছে মৎস্য পালক মহেন্দ্ৰ বুঢ়াগোহাঁইয়ে ৷

লগতে পঢ়কঃ অৰুণাচলৰ পৰা অপহৃত হোৱা দুই বিষয়াক মুক্তি !

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.