ETV Bharat / state

পৰম্পৰাগত ৰীতি নীতিৰে ধেমাজি জিলাৰ জোনাই মহকুমাত আলি আয়ে লৃগাঙৰ লাইখুঁটা স্থাপন

author img

By

Published : Jan 18, 2020, 2:56 PM IST

Updated : Jan 18, 2020, 8:24 PM IST

ধেমাজি জিলাৰ জোনাই মহকুমাত মিছামৰা গাঁও পঞ্চায়তৰ 15 খন মিচিং গাঁৱৰ ৰাইজৰ সহযোগত, পৰম্পৰাগত ৰীতি নীতিৰে স্থাপন কৰা হয় আলি আয়ে লৃগাঙৰ লাইখুঁটা ৷

আলি আয়ে লৃগাঙৰ লাইখুঁটা স্থাপন
আলি আয়ে লৃগাঙৰ লাইখুঁটা স্থাপন

জোনাই, 18 জানুৱাৰীঃ সমাগত মিছিং জনগোষ্ঠীৰ হেঁপাহৰ উৎসৱ আলি আয়ে লৃগাং ৷ মাঘ বিহুৰ আয়োজনৰ বাবে যিদৰে ঢেঁকীশালত জীয়ৰী, বোৱাৰীসকল পিঠা পনা প্ৰস্তুতিত ব্যস্ত হৈ পৰে ঠিক অনুৰূপ ৰূপত এতিয়া মিচিং গাঁৱত পৰ আপং, পোৰাং আপিন আদিৰ প্ৰস্তুতিত ব্যস্ত হৈ পৰিছে জীয়ৰী, বোৱাৰীসকল ৷ গৌমঃৰাগ নৃত্য পৰিবেশন কৰিবলৈ ৰিবি গাছেং, মিবু গালোক আদি নিৰ্মাণৰ বাবে মিঃবুৰৰ তাঁতশালত উঠিছে মাকোৰ খিটখিটনি ৷

পৰম্পৰাগত ৰীতি নীতিৰে আলি আয়ে লৃগাঙৰ লাইখুঁটা স্থাপন

আলি আয়ে লৃগাঙৰ এনে উখল মাখল পৰিৱেশৰ মাজতে বৃহস্পতিবাৰে, ধেমাজি জিলাৰ জোনাই মহকুমাৰ অন্তৰ্গত মিছামৰা গাঁও পঞ্চায়তৰ 15 খন মিচিং গাঁৱৰ ৰাইজৰ সহযোগত, পৰম্পৰাগত ৰীতি নীতিৰে লাইখুঁটা স্থাপন কৰা হয় ৷

লগতে পঢ়কঃ ভাৰতৰ প্লাষ্টিক মুক্ত অভিযান আৰু ঝাড়খণ্ডৰ দুখন গাঁও

Intro: मुंबई पोलिसांच्या समाजसेवा शाखेच्या कारवाईत गेल्या आठ दिवसांमध्ये वेगवेगळ्या ठिकाणी धाडी टाकून सेक्स रॅकेटच चालविणाऱ्या टोळीच्या मुसक्या आवळण्यास सुरवात केली आहे. मुंबईतील अंधेरी परिसरातील एका कारवाई दरम्यान चालविण्यात येणाऱ्या सेक्स रॅकेटमध्ये बॉलीवूड कनेक्शन पुन्हा असल्याच उघडकीस आलय.

Body:गेल्या काही दिवसात दिंडोशी , वर्सोवा या ठिकाणी धाडी मारून सेक्स रॅकेट संदर्भात कारवाई करण्यात आली होती. गुरुवारी रात्री उशिरा मुंबईतील अंधेरीतल्या ड्रॅगन फ्लाय या हॉटेलमध्ये पोलिसांनी धाड टाकली असता यामध्ये बॉलिवूड क्षेत्रातल्या अनेक वेबसिरीज त्याबरोबर मराठी मालिकांमध्ये काम करणाऱ्या मुलींचा समावेश असल्याचे उघडकीस आलय. पोलिसांनी मारलेल्या धाडीत तीन मुलींची पोलिसांनी सुटका केलेले आहे. यामध्ये एका अल्पवयीन मुलीचा सुद्धा समावेश आहे . ह्या अल्पवयीन मुलीने सावधान इंडिया व इतर वेबसिरीज मध्ये काम केले आहे.

या ठिकाणी चालणारे सेक्स रॅकेट प्रिया शर्मा नावाची एक महिला एजंट चालवत असल्याचं उघडकीस आलय. दिल्लीतल्या विनय , कुलदीप जेनी , व आवेश या एजंटच्या संपर्कात येऊन बॉलिवूड , टिवी सिरीयल व वेब सिरीज मध्ये काम करणाऱ्या मुली वेश्या व्यवसासाठी तब्बल 1 लाखाना पुरविण्यात येत असल्याचे पोलिसांच्या कारवाईत समोर आले आहे.

पोलिसांनी प्रिया शर्मा हिला अटक केली असून ती कांदिवली पूर्व येथे विनायक टूर्स अँड ट्रॅव्हल्स नावाची कंपनी चालवत असल्याचे पोलीस तापासत समोर आले आहे. या प्रकरणी पोलीस आवेश , कुलदीप जेनी , व विनय या तीन फरार आरोपींचा शोध घेत आहेत. Conclusion:( रेडी टू अपलोड पॅकेज जोडले आहे , धाडीचे विजूअल्स ब्लर करावेत , यात अल्पवयीन मुलीचा बाईट आहे, विजूअल्स एक्सक्लुसिव लावावेत.)
Last Updated : Jan 18, 2020, 8:24 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.