ETV Bharat / state

ধেমাজিত অসম বন্ধৰ প্ৰভাৱ সৰ্বাত্মক

author img

By

Published : Sep 12, 2019, 11:35 AM IST

ধেমাজিত অসম বন্ধৰ সৰ্বাত্মক প্ৰভাৱ পৰা দেখা গ'ল বৃহস্পতিবাৰে ৷ নগৰখনৰ পেট্ৰ'ল ডিপোকে ধৰি বিভিন্ন ব্যৱসায়িক প্ৰতিষ্ঠান আৰু বিদ্যালয়সমূহ সম্পূৰ্ণ ৰূপত বন্ধ হৈ পৰে ৷

ধেমাজিত অসম বন্ধৰ প্ৰভাৱ সৰ্বাত্মক

ধেমাজি, ১২ চেপ্তেম্বৰ : উচ্চতম ন্যায়ালয়ৰ নিষেধাজ্ঞাকো আওকাণ কৰি বৃহস্পতিবাৰে সদৌ অসম কোচ ৰাজবংশী যুৱ ছাত্ৰ সন্মিলনীৰ দ্বাৰা আহ্বান জনোৱা অসম বন্ধৰ প্ৰভাৱ ধেমাজিত সৰ্বাত্মক ৰূপত দেখা গ'ল ৷ নগৰখনৰ পেট্ৰ'ল ডিপোকে ধৰি বিভিন্ন ব্যৱসায়িক প্ৰতিষ্ঠান আৰু বিদ্যালয় সমুহ সম্পূৰ্ণ ৰূপত বন্ধ হৈ পৰে৷ ফলত বিদ্যালয়লৈ যোৱা ছাত্ৰ-ছাত্ৰীসকল ঘৰলৈ ঘূৰি যাবলৈ বাধ্য হয়৷ সেইদৰ যাতায়ত ব্যৱস্থাও অচল হৈ পৰে৷ বন্ধৰ সময় ছোৱাত কোনো বিক্ষিপ্ত ঘটনা সংঘটিত হোৱা নাই যদিও ত্ৰিশ গৰাকী বন্ধৰ সমৰ্থকক ধেমাজি আৰক্ষীয়ে আটক কৰা বুলি জানিব পৰা গৈছে ৷ উল্লেখ্য যে কোচঁ ৰাজবংশীৰ লগতে খিলঞ্জীয়া লোকৰ নাম ৰাষ্ট্ৰীয় নাগৰিকপঞ্জীৰ পৰা বাদ পৰাৰ প্ৰতিবাদত এই বন্ধৰ আহ্বান জনাইছিল৷

Intro:ধেমাজিত অসম বন্ধৰ প্ৰভাৱ সৰ্বাত্মক ৷
Body:ধেমাজিত অসম বন্ধৰ প্ৰভাৱ সৰ্বাত্মক ৷

ধেমাজি , ১২ চেপ্তেম্বৰ :
উচ্চতম ন্যায়া লয়ৰ নিষেধাজ্ঞা কো আওকান কৰি বৃহস্পতিবাৰে সদৌ অসম
কো৺চ ৰাজবংশী যুৱ ছাত্ৰ সন্মিলনীৰ দ্বাৰা আহ্বায়িত অসম বন্ধৰ প্ৰভাৱ ধেমাজিতো সৰ্বাত্মক ৰূপত পৰা পৰিলক্ষিত হয় ৷ নগৰৰখনৰ পেট্ৰল ডিপো কে ধৰি বিভিন্ন ব্যৱসায়িক প্ৰতিষ্ঠান আৰু বিদ্যালয় সমুহ সম্পূৰ্ণৰুপত বন্ধ হৈ পৰে ৷ ফলত ৱিদ্যালয়ৰ পৰা ঘৰমুৱা হয় ছাত্ৰছাত্ৰী ৷ সেইদৰ যাতায়ত ব্যৱস্হা ও অচল হৈ পৰে ৷ বন্ধৰ সময় ছোৱাত কোনো বিক্ষিপ্ত ঘটনা সংঘটিত হোৱা বাতৰি জানিব পৰা হোৱা নাই যদিও ত্ৰিশ গৰাকী বন্ধৰ সমৰ্থকক ধেমাজি আৰক্ষীয়ে থানাত আটক কৰিছে বুলি জানিব পৰা গৈছে ৷ উল্লেখ্য যে কো৺চ ৰাজবংশীৰ লগতে খিলঞ্জীয়ালোকৰ নাম ৰাষ্ট্ৰীয় নাগৰিকপঞ্জীৰ পৰা বাদ পৰাৰ প্ৰতিবাদত এই বন্ধৰ আহ্বান জনাইছিল ৷

pradunya Bharali , Dhemaji , Assam , 11/9/2019Conclusion:
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.