ETV Bharat / state

ধেমাজিত বননিৰ মাজত চৰকাৰী পাৱাৰ টিলাৰ - ধেমাজিত বননিৰ মাজত চৰকাৰী পাৱাৰ টিলাৰ

কৃষকলৈ অনা পাৱাৰ টিলাৰ পৰিত্যক্ত অৱস্থাত,ৰ'দে বৰষুণে এশৰো অধিক পাৱাৰ টিলাৰ কোনে ৰাখিলে ?

ধেমাজিত বননিৰ মাজত চৰকাৰী পাৱাৰ টিলাৰ
author img

By

Published : Sep 5, 2019, 3:10 PM IST

এখন নহয় দুখন নহয় শতাধিক পাৱাৰ টিলাৰ বননিৰ মাজত ৰদে বৰষুণে ৰাখি থোৱা হৈছে ধেমাজীৰ এটা স্থানত ৷ কৃষকৰ মাজত বিতৰণ কৰিবলৈ অনা এই পাৱাৰ টিলাৰ সমূহ ধেমাজি ট্ৰাক আস্থানৰ পিছফালে পৰিত্যক্ত স্থানত উন্মুক্ত কৈ ৰখা হৈছে৷ কিন্তু কোনে কি কাৰণত আনি এনেদৰে ৰাখি থৈছে পাৱাৰ টিলাৰ সমূহ ? চাওক এই প্ৰতিবেদন...

ধেমাজিত বননিৰ মাজত চৰকাৰী পাৱাৰ টিলাৰ

এখন নহয় দুখন নহয় শতাধিক পাৱাৰ টিলাৰ বননিৰ মাজত ৰদে বৰষুণে ৰাখি থোৱা হৈছে ধেমাজীৰ এটা স্থানত ৷ কৃষকৰ মাজত বিতৰণ কৰিবলৈ অনা এই পাৱাৰ টিলাৰ সমূহ ধেমাজি ট্ৰাক আস্থানৰ পিছফালে পৰিত্যক্ত স্থানত উন্মুক্ত কৈ ৰখা হৈছে৷ কিন্তু কোনে কি কাৰণত আনি এনেদৰে ৰাখি থৈছে পাৱাৰ টিলাৰ সমূহ ? চাওক এই প্ৰতিবেদন...

ধেমাজিত বননিৰ মাজত চৰকাৰী পাৱাৰ টিলাৰ
Intro:ধেমাজিত বননিৰ মাজত ৰদে বৰষুণে এশৰো অধিক পাৱাৰ টিলা ৷ বন - লটাৰে আৱৰিছে যান্ত্ৰাংশ ৷
Body:ধেমাজিত বননিৰ মাজত ৰদে বৰষুণে এশৰো অধিক পাৱাৰ টিলা ৷ বন - লটাৰে আৱৰিছে যান্ত্ৰাংশ ৷


ধেমাজি , ৫ আগষ্ট : এখন নহয় দুখ ন নহয় শতাধিক পাৱাৰ টিলা টেক্টৰ বননিৰ মাজত ৰদে বৰষুণে ৰখা হৈছে ৷ কৃষকৰ মাজত বিতৰন কৰিবলগীয়া অত্যাধুনিক প্ৰযুক্তিৰ সমাহাৰ ঘটা এইসমুহ পাৱাৰ টিলা ধেমাজি ট্ৰাক আস্থানৰ পিছফালে পৰিত্যক্ত স্থানত উন্মুক্ত কৈ ৰখা হৈছে পাৱাৰ টিলাসমুহ ৷ কোনে কি কাৰণত আনি এনেদৰে ৰাখিছে বিতং তথ্য জানিব পৰা হোৱা নাই যদিও স্থানীয় লোকৰ মতে চৰকাৰে ধেমাজি , মাজুলী , ঢকুৱাখানা , জোনাই আৰু লক্ষীমপুৰ obc , sc আৰু st কৃষক হিতাধিকাৰীক মাজত বিতৰন কৰিবলৈ আৱন্টন দিছিলে ৷ কিন্তু আশ্চৰ্য্যজনক কথা যে কি কাৰনত বিতৰন নকৰিলে সেই বিষয়ে জনা নাযায় যদিও এনেদৰে ৰদে বৰষুণে টেক্টসমুহ ৰাখি থোৱাক লৈ স্তম্ভিত হৈ পৰিছে স্থানীয় ৰাইজ ৷ কিয়নো মাহ মাহ ধৰি এনেদৰে ৰাখি থোৱাৰ ফলত অত্যাধুনিক পাৱাৰ টিলা সমুহৰ যান্ত্ৰাংশ সমুহ বন আৰু লটাৰে আৱৰি ধৰা পৰিলক্ষিত হৈছে ৷ ফলত শীঘ্ৰে নিৰাপদ স্থানত অথবা কৃষকক প্ৰদান নকৰিলে যে টেক্টসমুহ নষ্ট হৈ যাব সি ধুৰূপ ৷Conclusion:


ইপিনে নতুন টেক্টৰসমুহ যান্ত্ৰাংশ নষ্ট হৈ যোৱাৰ আশংকা কৰি অচিৰেই কৃষকৰ মাজত বিতৰন কৰিবলৈ সংশ্লিষ্ট বিভাগক দাবী জনাইছে ৰাইজে ৷

byte.


Pradunya Bharali , Dhemaji , Assam .5/9/2019
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.