ETV Bharat / state

নেৰানেপেৰা বৰষুণে ম্লান পেলাইছে দুৰ্গা পূজাৰ উচ্ছাহ-উদ্দীপনা

ৰাজ্যত এফালে ক’ৰণা মহামাৰী আনফালে নেৰানেপেৰা বৰষুণৰ বাবে এই বেলি দুৰ্গা পূজাৰ মাদকতা ম্লান পেইলাইছে ৷ ধেমাজি জিলাৰ বিভিন্ন প্ৰান্তৰ পূজা মণ্ডপত ভক্তৰ সমাগম সেৰেঙা দেখা গৈছে ৷

author img

By

Published : Oct 24, 2020, 8:10 PM IST

dhamaji durga puja celebratins  during covid-19
নেৰানেপেৰা বৰষুণৰ ম্লান পেলাইছে দুৰ্গা পূজাৰ উচ্ছাহ-উদ্দীপনা

ধেমাজি,24অক্টোবৰঃ নেৰানেপেৰা বৰষুণৰ বাবে এইবেলি দুগা পূজাৰ মাদকতা দুগুণে ম্লান হৈছে। কৰ'ণা আতংক বাবে ৰাজ্যজুৰি শাৰদীয় দূৰ্গোৎসৱৰ মাদকতা স্তিমিত হৈ পৰা লগতে প্ৰতিকূল বতৰেও ব্যাঘাত জন্মাইছে ভক্তগনৰ মাজত ।

নেৰানেপেৰা বৰষুণে ম্লান পেলাইছে দুৰ্গা পূজাৰ উচ্ছাহ-উদ্দীপনা

ধেমাজিৰ ঐতিহাসিক শ্ৰী শ্ৰী সাৰ্বজনীন বিষ্ণু মন্দিৰত পুৱা ভাগত কিছু ভক্তৰ সমাগম হৈছিল যদিও আবেলি পুনৰ সেৰেঙা হৈ পৰে । মহাষ্টমীৰ এনে পূজাৰ অভূতপূৰ্ব পৰিৱেশক লৈ বিষাদগ্ৰস্ত হৈ পৰিছে পূজা সমিতি আৰু ভক্তসকলৰ ।

dhamaji durga puja celebratins  during covid-19
নেৰানেপেৰা বৰষুণে ম্লান পেলাইছে দুৰ্গা পূজাৰ উচ্ছাহ-উদ্দীপনা
লগতে পঢ়কঃ বিজেপি শাসন ওফৰাই গঠন কৰিব মিত্ৰজোঁটৰ চৰকাৰ: ৰকিবুল হুছেইন

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.