ETV Bharat / state

সোণগুটিৰে সোণোৱালী ঢকুৱাখনাৰ পথাৰ - মিচিং সম্প্ৰদায়

আহাৰ মাহৰ উৎকট গৰমতো পথাৰত এজাক ডাৱনীৰ আঘোণৰ ব্যস্ততা ৷ ঢকুৱাখনাৰ পথাৰত সোণগুটি বুটলাত লাগিছে মিচিং সম্প্ৰদায়ৰ লোকসকল ৷ সোণগুটিয়ে সোণোৱালী কৰি তুলিছে ঢকুৱাখনা নৈ পৰীয়া পথাৰ ।

সোণগুটিৰে সোণোৱালী ঢকুৱাখনাৰ পথাৰ
author img

By

Published : Jun 25, 2019, 12:09 PM IST

ঢকুৱাখনা,25জুনঃ আহু ধানৰ চাউলৰ বিশেষ গুণাগুণ আছে যদিও এই খেতি কৰা আৰু চপোৱাত একপ্ৰকাৰৰ আহুকালৰ সৃষ্টি হয় বুলিয়েই আহু খেতি কৰিবলৈ এৰি দিছে কৃষকসকলে । কিন্তু তেনেসময়তে মিচিং সমাজত হ্ৰাস পোৱা নাই আহু খেতি কৰাৰ পৰম্পৰা । সেয়ে ঢকুৱাখনা নৈপৰীয়া মিচিং কৃষকে বিঘাই বিঘাই কৰা আহু খেতিয়ে এতিয়া সোণোৱালী কৰি তুলিছে পথাৰ । চাওক এক প্ৰতিবেদনঃ

Intro:আহাৰ মাহ।আহু ধানৰ বতৰ।এতিয়া সোণগুটিয়ে সোণোৱালী কৰি তুলিছে ঢকুৱাখনা নৈ পৰীয়া পথাৰ।
আহু খেতিত আহুকাল।আহু ধানৰ চাউলৰ বিশেষ গুণাগুণ আছে যদিও এই খেতি কৰা আৰু চপোৱাত একপ্ৰকাৰৰ আহুকালৰ সৃষ্টি হয় বুলিয়েই আহু খেতি কৰিবলৈ এৰি দিছে ঢকুৱাখনাৰ কৃষকে।কিন্তু মিচিং সমাজত হ্ৰাস পোৱা নাই আহু খেতি কৰাৰ পৰম্পৰা।সেয়ে ঢকুৱাখনা নৈপৰীয়া মিচিং কৃষকে বিঘাই বিঘাই কৰা আহু খেতিয়ে এতিয়া সোণোৱালী কৰি তুলিছে পথাৰ।এতিয়া আহাৰ মহীয়া উৎকট গৰমটো পথাৰত মিচিং কৃষক মাজত আঘোণৰ ব্যস্ততা।হাতে হাতে কাঁচি লৈ পথাৰত নামিছে মিচিং গাভৰু-বোৱাৰী।সোণগুটি চপোৱাৰ আনন্দত মুখেৰে ওলাইছে ঐনিতমৰ সুৰ।একেদৰে মিচিং পুৰুষ সকলেও ঘৰলৈ কঢ়িয়াইছে
ধান।

দীপৰঞ্জন চমুৱা, ঢকুৱাখনা।Body:আহাৰ মাহ।আহু ধানৰ বতৰ।এতিয়া সোণগুটিয়ে সোণোৱালী কৰি তুলিছে ঢকুৱাখনা নৈ পৰীয়া পথাৰ।
আহু খেতিত আহুকাল।আহু ধানৰ চাউলৰ বিশেষ গুণাগুণ আছে যদিও এই খেতি কৰা আৰু চপোৱাত একপ্ৰকাৰৰ আহুকালৰ সৃষ্টি হয় বুলিয়েই আহু খেতি কৰিবলৈ এৰি দিছে ঢকুৱাখনাৰ কৃষকে।কিন্তু মিচিং সমাজত হ্ৰাস পোৱা নাই আহু খেতি কৰাৰ পৰম্পৰা।সেয়ে ঢকুৱাখনা নৈপৰীয়া মিচিং কৃষকে বিঘাই বিঘাই কৰা আহু খেতিয়ে এতিয়া সোণোৱালী কৰি তুলিছে পথাৰ।এতিয়া আহাৰ মহীয়া উৎকট গৰমটো পথাৰত মিচিং কৃষক মাজত আঘোণৰ ব্যস্ততা।হাতে হাতে কাঁচি লৈ পথাৰত নামিছে মিচিং গাভৰু-বোৱাৰী।সোণগুটি চপোৱাৰ আনন্দত মুখেৰে ওলাইছে ঐনিতমৰ সুৰ।একেদৰে মিচিং পুৰুষ সকলেও ঘৰলৈ কঢ়িয়াইছে
ধান।

দীপৰঞ্জন চমুৱা, ঢকুৱাখনা।Conclusion:আহাৰ মাহ।আহু ধানৰ বতৰ।এতিয়া সোণগুটিয়ে সোণোৱালী কৰি তুলিছে ঢকুৱাখনা নৈ পৰীয়া পথাৰ।
আহু খেতিত আহুকাল।আহু ধানৰ চাউলৰ বিশেষ গুণাগুণ আছে যদিও এই খেতি কৰা আৰু চপোৱাত একপ্ৰকাৰৰ আহুকালৰ সৃষ্টি হয় বুলিয়েই আহু খেতি কৰিবলৈ এৰি দিছে ঢকুৱাখনাৰ কৃষকে।কিন্তু মিচিং সমাজত হ্ৰাস পোৱা নাই আহু খেতি কৰাৰ পৰম্পৰা।সেয়ে ঢকুৱাখনা নৈপৰীয়া মিচিং কৃষকে বিঘাই বিঘাই কৰা আহু খেতিয়ে এতিয়া সোণোৱালী কৰি তুলিছে পথাৰ।এতিয়া আহাৰ মহীয়া উৎকট গৰমটো পথাৰত মিচিং কৃষক মাজত আঘোণৰ ব্যস্ততা।হাতে হাতে কাঁচি লৈ পথাৰত নামিছে মিচিং গাভৰু-বোৱাৰী।সোণগুটি চপোৱাৰ আনন্দত মুখেৰে ওলাইছে ঐনিতমৰ সুৰ।একেদৰে মিচিং পুৰুষ সকলেও ঘৰলৈ কঢ়িয়াইছে
ধান।

দীপৰঞ্জন চমুৱা, ঢকুৱাখনা।
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.