ETV Bharat / state

ধেমাজিত গড়কাপ্তানি পথ নিৰ্মাণত ব্যাপক অনিয়মৰ অভিযোগ আছুৰ

author img

By

Published : Mar 15, 2019, 4:28 PM IST

ধেমাজি-মাছখোৱা গড়কাপ্তানি পথ অৱৰোধ কৰি প্ৰতিবাদ সাব্যস্ত সংগঠনটোৰ

ধেমাজিত পথ নিৰ্মাণত ব্যাপক অনিয়ম

ধেমাজি, 15 মাৰ্চ : গড়কাপ্তানি পথ নিৰ্মাণত ব্যাপক অনিয়ম সংঘটিত হোৱাৰ অভিযোগত পথ অৱৰোধ কৰি প্ৰতিবাদ সাব্যস্ত পশ্চিম ধেমাজি আঞ্চলিক ছাত্ৰ সন্থাৰ ৷ 1 কোটি টকাৰ ব্যয়সাপেক্ষে ধেমাজিৰ তেলিজান তিনিআলিৰ পৰা মাছখোৱা সংযোগী গুৰুত্বপূৰ্ণ পথটো নিৰ্মাণৰ ক্ষেত্ৰত হোৱা ব্যাপক অনিয়মৰ বাবেই নিৰ্মীয়মান অৱস্থাতেই জহি খহি গৈছে পথচোৱা ৷

ধেমাজিত পথ নিৰ্মাণত ব্যাপক অনিয়ম
গড়কাপ্তানি বিভাগৰ এনে নিম্নমানৰ কাৰ্যত ক্ষোভিত হৈ বিভাগটোৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰে ছাত্ৰ সংগঠনটোৱে ৷ ইপিনে আসন্ন লোকসভা নিৰ্বাচনত বৈতৰণী পাৰ কৰাৰ উদ্দেশ্যে মাথো বিজেপি চৰকাৰে এনে নিম্ন মানদণ্ডৰ কাম কৰিয়েই দায়িত্ব সামৰিছে বুলি অভিযোগ তোলে ছাত্ৰ সংগঠনটোৱে ৷

ধেমাজি ত গড়কাপ্তানি পথ নিৰ্মাণ ত ব্যাপক অনিয়ম

আছুৰ পথ অ্ৱৰোধ

গড়কাপ্তানি বিভাগ হায় হায় , ,গড়কাপ্তানি মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা মুৰ্দাবাদ , বিজেপি চৰকাৰ হায় হায় আদি শ্লগানেৰে শুক্ৰবাৰে বুটিকোৰত ধেমাজি --মাছখোৱা গড়কাপ্তানি পথ টো দুঘন্টা ধৰি অৱৰোধ কৰি প্ৰতি বাদ সাৱ্যস্ত কৰে পশ্চিম ধেমাজি আঞ্চলিক ছাত্র সন্থাই ।

ছাত্র সংগঠন টোৰ অভিযোগ -।আসন্ন লোক সভা নি্ৰ্বাচনত বৈতৰনী পাৰ হোৱা ৰ উদ্দেশ্য বিজেপি চৰকাৰে ঠিকাদাৰ ৰ জৰিয়তে নিম্ন মানদণ্ড কাম কৰা ই দায়িত্ব সামৰি ছে । ১ কোটি টকাৰ ব্য য়সাপেক্ষে নিৰ্মান কৰা ধেমাজি ৰ তেলিজান তিনিআলিৰ পৰা মাছখোৱা সংযোগী গুৰুত্বপূৰ্ণ গড়কাপ্তানি পথটো ঠিকাদাৰ তথা সংশ্লিষ্ট বিভাগটোৱে সংঘটিত কৰিছে ব্যাপক অনিয়ম । ফলত সদ্য নিৰ্মাণ অৱস্থা তেই বখলা বখলে এৰি উন্মুক্ত হৈ পৰিছে ।

এনে কাৰ্যত গড়কাপ্তানি মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু সাংসদ প্ৰদান বৰুৱা বিৰুদ্ধে ক্ষোভ প্ৰকাশ কৰি অচিৰেই ৰাজ্যিক গড়কাপ্তানি পথৰ নি্ৰ্মানত সংঘটিত দূৰ্নীতি আৰু অনিয়ম ৰ উচ্চ স্তৰীয় তদন্ত কৰি বলৈ দাবী জনায় ।

byte..

Pradunya Bharali , Dhemaji, Assam, 15/3/2019
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.