ETV Bharat / state

জোনাই ব্লকৰ উদ্যোগত নেহেৰু যুৱ কেন্দ্ৰৰ সজাগতা সভা - নেহেৰু যুৱ কেন্দ্ৰ

শনিবাৰে জোনাই ব্লকৰ উদ্যোগত, ধেমাজি নেহেৰু যুৱ কেন্দ্ৰই ক'ৰণা ভাইৰাছৰ সংক্ৰমণ প্ৰতিৰোধৰ ক্ষেত্ৰত লব'লগীয়া সৱধানতা আৰু বিভিন্ন পদক্ষেপ সম্পৰ্কত জোনাইৰ বিভিন্ন অঞ্চলত গৈ সজাগতা সভা অনুষ্ঠিত কৰে ।

জোনাই
জোনাই ব্লকৰ উদ্যোগত নেহেৰু যুৱ কেন্দ্ৰৰ সজাগতা সভা
author img

By

Published : Mar 21, 2020, 9:08 PM IST

জোনাই, ২১ মাৰ্চ : ধেমাজি জিলাৰ জোনাই মহকুমাত মহামাৰী সদৃশ কৰ'ণা ভাইৰাছ ৰোধ কৰিবৰ বাবে অধিক তৎপৰ হৈ পৰিছে স্বাস্থ্য বিভাগৰ লগতে বিভিন্ন দল সংগঠনে । শনিবাৰে নেহেৰু যুৱ কেন্দ্ৰ , জোনাই ব্লকৰ উদ্যোগত, ধেমাজি নেহেৰু যুৱ কেন্দ্ৰই সেৱক অজয় ব্ৰহ্মৰ নেতৃত্বত ক'ৰণা ভাইৰাছৰ সংক্ৰমণ প্ৰতিৰোধৰ ক্ষেত্ৰত লব'লগীয়া সৱধানতা আৰু বিভিন্ন পদক্ষেপ সম্পৰ্কত জোনাইৰ বিভিন্ন অঞ্চলত গৈ সজাগতা সভা অনুষ্ঠিত কৰে । কৰ'ণাৰ বিৰুদ্ধে ঐক্যবদ্ধ সংগ্ৰামৰ বিকল্প নাই । আৰু বহিঃৰাজ্যৰ পৰা অহা কোনো লোকে যদি বিষয়টো গোপনে ৰাখে তেন্তে নিকটৱর্তী আৰক্ষী থানাত খবৰ দিবৰ বাবেও ৰাইজক অনুৰোধ জনায় ।

জোনাই ব্লকৰ উদ্যোগত নেহেৰু যুৱ কেন্দ্ৰৰ সজাগতা সভা

আনহাতে, কৰ'ণা ভাইৰাছৰ সংক্ৰমণক লৈ কোনো ধৰণৰ উৰাবাতৰি বিশ্বাস নকৰিবলৈকো জনসাধাৰণক নেহেৰু যুৱ কেন্দ্ৰই আহ্বান জনায় ।

আৰু পঢ়কঃ কৰ'ণা ভাইৰাছৰ গইনা লৈ হাফলংত শাক পাচলিৰ দাম বৃদ্ধি

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.