ETV Bharat / state

ধেমাজিত অভিভাৱক মন্ত্ৰী সঞ্জয় কৃষাণৰ চেক বিতৰণ কাৰ্যসূচী - চেক বিতৰণ

ধেমাজিত উপস্থিত লখিমপুৰ-ধেমাজিৰ অভিভাৱক মন্ত্ৰী সঞ্জয় কৃষাণ ৷ ধেমাজি অসম চৰকাৰৰ প্ৰাৰ্থনা আচঁনিৰ অধীনত ক’ভিডত আক্ৰান্ত হৈ প্ৰাণ হেৰুৱা ১২ টা পৰিয়ালৰ আত্মীয়লৈ এক লাখ টকাৰ এককালীন সাহাৰ্যৰ চেক বিতৰণ কৰে ৷

chaque distribution in Dhemaji
ধেমাজিত অভিভাৱক মন্ত্ৰী সঞ্জয় কৃষাণৰ চেক বিতৰণ কাৰ্যসূচী
author img

By

Published : Oct 3, 2021, 5:00 PM IST

ধেমাজি,3 অক্টোবৰ : গান্ধী জয়ন্তীৰ দিনা ধেমাজিত উপস্থিত হয় লখিমপুৰ-ধেমাজিৰ অভিভাৱক মন্ত্ৰী সঞ্জয় কৃষাণ ৷ গান্ধী জয়ন্তী দিনাই কেইবাটাও কেইবাটাও কাৰ্যসূচীত অংশ লোৱাৰ উদ্দেশ্য ধেমাজিত উপস্থিত মন্ত্ৰী গৰাকী ৷ শনিবাৰে পুৱাই ধেমাজিৰ কাছাৰী ময়দানৰ সন্মুখত থকা মহাত্মা গান্ধীৰ প্ৰতিমূৰ্তিত মাল্যাপৰ্ণ কৰে ৷

chaque distribution in Dhemaji
ধেমাজিত অভিভাৱক মন্ত্ৰী সঞ্জয় কৃষাণৰ চেক বিতৰণ কাৰ্যসূচী

তাৰ পিছতে ধেমাজি জিলা উপায়ুক্তৰ কাৰ্যালয়ৰ সভাকক্ষত অনুষ্ঠিত এক সভাত অংশ লয় মন্ত্ৰীগৰাকীয়ে ৷ অসম চৰকাৰৰ প্ৰাৰ্থনা আচঁনিৰ অধীনত ক’ভিডত আক্ৰান্ত হৈ প্ৰাণ হেৰুওৱা ১২ টা পৰিয়ালৰ আত্মীয়লৈ এক লাখ টকাৰ এককালীন সাহাৰ্যৰ চেক বিতৰণ কৰে মন্ত্ৰীগৰাকীয়ে ৷ এই চেক বিতৰণি সভাত উপস্থিত থাকে সাংসদ প্ৰদান বৰুৱা, ধেমাজি জিলা উপায়ুক্ত পি বিজয় ভাস্কৰ ৰেড্ডীকে ধৰি অন্যান্য বিষয়ববীয়া সকল ৷

লগতে পঢ়ক: ইতিহাসৰ পাটত মহাত্মাৰ সেৱাগ্ৰাম আশ্ৰম

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.