ETV Bharat / state

চীনক অৰ্থনৈতিকভাৱে আক্ৰমণ কৰিব লাগেঃ কেপ্তেইন ফাইটাৰ মহন্ত পাংগিং - গোলা বাৰুদৰ পৰিবৰ্তে চীনক আক্ৰমণ কৰিব লাগে অৰ্থনৈতিকভাৱে: কেপ্তেইন ফাইটাৰ মহন্ত পাংগিং

মেকমোহন লাইনক আন্তৰাষ্ট্ৰীয় সীমালৈ পৰিবৰ্তন কৰাটো দুয়োখন দেশৰ বাবে অত্যন্ত প্ৰয়োজনীয় বুলি উল্লেখ কৰে বায়ু সেনাৰ অৱসৰপ্ৰাপ্ত গ্ৰুপ কেপ্তেইন ফাইটাৰ মহন্ত পাংগিঙৰ ৷

Captain fighter Mahanta Panging requests people to boycott Chinese goods
গোলা বাৰুদৰ পৰিবৰ্তে চীনক আক্ৰমণ কৰিব লাগে অৰ্থনৈতিকভাৱে: কেপ্তেইন ফাইটাৰ মহন্ত পাংগিং
author img

By

Published : Jun 21, 2020, 2:08 PM IST

জোনাই, 21 জুনঃ চীনত নিৰ্মিত সকলো সামগ্ৰী বৰ্জন কৰিব লাগে ৷ চীনা সামগ্ৰী বৰ্জন কৰিলে কোঙা হৈ পৰিব চীনৰ অৰ্থনীতি । এই মন্তব্য বায়ু সেনাৰ অৱসৰপ্ৰাপ্ত গ্ৰুপ কেপ্তেইন ফাইটাৰ মহন্ত পাংগিঙৰ ৷ বায়ু সেনাৰ অৱসৰপ্ৰাপ্ত বিষয়াগৰাকীয়ে বৰ্তমান পৰিস্থিতি চীনা সামগ্ৰী ক্ৰয় কৰা বন্ধ কৰাটো প্ৰতিজন ভাৰতীয়ৰ দায়িত্ব বুলি উল্লেখ কৰে ৷

গোলা বাৰুদৰ পৰিবৰ্তে চীনক আক্ৰমণ কৰিব লাগে অৰ্থনৈতিকভাৱে: কেপ্তেইন ফাইটাৰ মহন্ত পাংগিং

তেঁও চীনৰ লগতে ভাৰতেও বৰ্তমান বিশ্বৰ চুপাৰ পাৱাৰ হোৱাৰ দিশে আগবঢ়াত মেকমোহন লাইনক আন্তৰাষ্ট্ৰীয় সীমালৈ পৰিৱৰ্তন কৰাটো দুয়োখন দেশৰ বাবে অত্যন্ত প্ৰয়োজনীয় বুলি উল্লেখ কৰে ৷

কেপ্তেইন ফাইটাৰ মহন্ত পাংগিঙে লগতে কয় যে, ভাৰত চীনৰ যুদ্ধ হ'লে দুয়োখন দেশেই ক্ষতিগ্ৰস্ত হ'ব । গোলা বাৰুদৰ পৰিবৰ্তে চীনক আক্ৰমণ কৰিব লাগে অৰ্থনৈতিকভাৱে ‌।

লগতে পঢ়ক: যোগ দিৱসৰ দিনটোত ঘৰতেই যোগাভ্যাস মন্ত্ৰী অতুল বৰাৰ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.