ETV Bharat / state

জোনাইত বানাক্ৰান্তলৈ সাহাৰ্য লৈ যোৱা নাওঁ দুৰ্ঘটনা - জোনাইত বানাক্ৰান্তলৈ সাহাৰ্য লৈ যোৱা নাওঁ দুৰ্ঘটনা

নাওঁখনৰ ১০ লোকক জীৱন্তে উদ্ধাৰ এছ ডি আৰ এফ বাহিনীৰ ৷

জোনাইত বানাক্ৰান্তলৈ সাহাৰ্য লৈ যোৱা নাওঁ দুৰ্ঘটনা

author img

By

Published : Jul 25, 2020, 10:25 PM IST

জোনাই, 25 জুলাই : ধেমাজি জিলাৰ জোনাই মহকুমাত আজি দিনৰ প্ৰায় ৩.০০ বজাত বানাক্ৰান্তৰ কাৰনে সাহাৰ্য লৈ যোৱা এখন নাঁও দুৰ্ঘটনাত পতিত হয় ৷ দুৰ্ঘটনাগ্ৰস্ত নাৱখনত ১৫০ টা পৰিয়ালক সাহাৰ্য বিতৰণৰ কাৰণে জোনাই অকলেণ্ডৰ পৰা হিন্দুজা গ্ৰুপৰ অশোক লিলেন্ডে বানত জলবন্দী হৈ থকা বেৰাচাপৰিলৈ গৈ থকা অৱস্থাত এজোপা গছত খুন্দা খাই নাৱখন দুৰ্ঘটনাত পতিত হয় ৷

জোনাইত বানাক্ৰান্তলৈ সাহাৰ্য লৈ যোৱা নাওঁ দুৰ্ঘটনা

জানিব পৰা মতে নাৱখনত বানাক্ৰান্তৰ বানসাহাৰ্য লগতে ১০ গৰাকী যাত্ৰী আছিল ৷ দুৰ্ঘটনা সংঘটিত হোৱাৰ পিছতে নাৱখনত যোৱা ১০ জন যাত্ৰীয়ে গছত ধৰি জীৱন ৰক্ষা চেষ্টা কৰে ৷ লগে লগে জোনাই প্ৰশাসনে মজুত কৰি ৰখা এছডিআৰএফ বাহিনীয়ে খবৰ পাই দুৰ্ঘটনাগ্ৰস্ত নাৱখনৰ ১০ জন লোকক জীৱন্তে উদ্ধাৰ কৰিবলৈ সক্ষম হয় ৷

লগতে পঢ়কঃ ৰাজ্যত বান প্ৰভাৱিত জিলাৰ সংখ্যা 27 লৈ বৃদ্ধি

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.