ETV Bharat / state

উদ্ধাৰ হ'ল নাও দুৰ্ঘটনাত আৱদ্ধ হৈ থকা লোক

author img

By

Published : Jul 11, 2019, 4:58 PM IST

জোনাইৰ চিয়াং লালী নদীত সংঘটিত হোৱা নাও দুৰ্ঘটনাৰ ৩জনক উদ্ধাৰ কৰে জোনাই আৰক্ষী আৰু ‌SDRFৰ দলে । বৰ্তমানেও সন্ধানহীন হৈ আছে আন তিনিজন লোক ।

উদ্ধাৰ হ'ল নাও দুৰ্ঘটনাত আৱদ্ধ হৈ থকা লোককেইজন

জোনাই,১১জুলাই : জোনাইৰ চিয়াং লালী নদীত সংঘটিত হোৱা নাও দুৰ্ঘটনাত পতিত ৩ জন লোকক উদ্ধাৰ । বৰ্তমানেও সন্ধানহীন হৈ আছে আন তিনিজন লোক। উদ্ধাৰকাৰীকেইজন মহেন্দ্ৰ য়াদৱ,মহেন মোদী,আৰু দিলীপ মিপুন বুলি জানিব পৰা গৈছে।

উদ্ধাৰ হ'ল নাও দুৰ্ঘটনাত আৱদ্ধ হৈ থকা লোককেইজন

উল্লেখ্য যে, ধাৰাষাৰ বৰষুণৰ ফলত বিপদজনকভাৱে বৃদ্ধি পাইছিল চিয়াং নদীৰ জলপৃষ্ঠ । এই বাঢ়নী পানীৰ বাবে মঙলবাৰে সন্ধিয়া বেচাপৰিৰ পৰা মিৰিয়া কাল চাপৰিৰলৈ গাখীৰ আনিবলৈ যোৱা এখন ইঞ্জিনচালিত নাও দুৰ্ঘটনাগ্ৰস্ত হৈছিল । নাওখনত আছিল ৬জনকৈ লোক। ইয়াৰে ৩জন লংকা চাপৰিত আৱদ্ধ হৈ আছিল। বুধবাৰে জোনাই আৰক্ষী আৰু ‌SDRFৰ দলে লংকা চাপৰিলৈ ৰাওনা হৈ উদ্ধাৰ কৰে লোককেইজনক । কিন্তু বৰ্তমানেও সন্ধানহীন হৈ আছে আন তিনিজনকৈ লোক । সন্ধানহীন লোককেইজন বুধ ডাংগল,নাৰায়ণ নাথ আৰু কান্তে পেগু ।

Intro:Body:জোনাইৰ চিয়াং নদীত সংঘটিত হোৱা নাঁও দুৰ্ঘটনাৰ ৩ জনক উদ্ধাৰ::সন্ধানহীন আন তিনিজন

জোনাই ১১ জুলাই

জোনাইৰ চিয়াং নদীত সংঘটিত হোৱা নাও দুৰ্ঘটনাৰ ৩ জনক বুধবাৰে উদ্ধাৰ কৰিবলৈ সক্ষম হৈছে SDRF আৰু জোনাই আৰক্ষীয়ে| কিন্তু এতিয়াও সন্ধানহীন হৈ আছে ৩ গৰাকীলোক| জানিব পৰা মতে সোমবাৰে সন্ধিয়া জোনাইৰ মিৰিয়াখাললৈ এখন যন্ত্ৰচালিত নাঁৱৰে ৬ জন গোপালকে গৈ থকা অৱস্থাত চিয়াং নদীৰ কোবাল সোঁতত ঙাঙি বুৰ যায় নাঁওখন |ইয়াৰে মহেন্দ্ৰ য়াদৱ, দিলীপ মিপুন, আৰু মেহন মদি নামৰ তিনিও ভঙা নাঁৱৰ এটা অংশত ধৰি কোবাল সোঁতৰ মাজেৰে ওপঙি আহি নদীৰ মাজতে কিছু বাম অংশৰ এককাল পানীত কটাই উৰেই নিশা| পিচদিনা তিনিও লংকা নামৰ এখন চাপৰিত আৱদ্ধ হৈ পৰে|একাংশ গোপালকৰ খবৰৰ বিত্তিত বুধবাৰে প্ৰতিকূল বতৰকো নেওচি জোনাই আৰক্ষী আৰু ‌ SDRF দলে লংকা চাপৰিলৈ ৰাওনা হৈ উদ্ধাৰ কৰে তিনিগৰাকীক| কিন্তু ইয়াৰে আজি চাৰিদিনৰ পিচতো সন্ধানহীন হৈ আছে বুধ ডাংগল, নাৰায়ণ নাথ আৰু কান্তে পেগু নানৰ আন তিনিজন|

কৰবী দলে, জোনাইConclusion:
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.