ETV Bharat / state

ধেমাজিত অগপ আৰু কংগ্ৰেছৰ শতাধিক লোকৰ বিজেপিত যোগদান

author img

By

Published : Feb 3, 2021, 7:34 AM IST

Updated : Feb 3, 2021, 12:07 PM IST

মঙলবাৰে ভাৰতীয় জনতা পাৰ্টিৰ ধেমাজি জিলা সমিতিৰ মুখ্য কাৰ্যালয়ত জিলা সভাপতি প্ৰেম দত্ত,বিধায়ক ডাঃ ৰনোজ পেগুৰ উপস্থিতিত শতাধিক কংগ্ৰেছ আৰু অগপ দলৰ কৰ্মীয়ে ভাৰতীয় জনতা পাৰ্টীত যোগদান কৰে ৷ যোগদান কৰা লোক সকলক দলীয় গলবস্ত্ৰ আৰু টুপি পিন্ধাই দললৈ আদৰণী জনায় বিধায়ক ৰনোজ পেগু,জিলা সভাপতি প্ৰেম দত্তই ৷

ধেমাজিত অগপ আৰু কংগ্ৰেছৰ শতাধিক লোকৰ বিজেপিত যোগদান
ধেমাজিত অগপ আৰু কংগ্ৰেছৰ শতাধিক লোকৰ বিজেপিত যোগদান

ধেমাজি, 3ফেব্ৰুৱাৰীঃ আগন্তুক বিধানসভা নিৰ্বাচনৰ দিন চমু চাপি অহাৰ লগে লগে প্ৰতিটো ৰাজনৈতিক দল সমূহৰ মাজত তৎপৰতা বৃদ্ধি পাইছে ৷ শাসক বিৰোধী উভয়ে নিজ নিজ দলৰ সাংগঠনিক ভেটি সৱল কৰাত নামি পৰিছে ৷ এই ক্ষেত্ৰত শাসকীয় দল বিজেপিও পিছ পৰি ৰোৱা নাই ৷

মঙলবাৰে ভাৰতীয় জনতা পাৰ্টিৰ ধেমাজি জিলা সমিতিৰ মুখ্য কাৰ্যালয়ত জিলা সভাপতি প্ৰেম দত্ত,বিধায়ক ডাঃ ৰনোজ পেগুৰ উপস্থিতিত শতাধিক কংগ্ৰেছ আৰু অগপ দলৰ কৰ্মীয়ে ভাৰতীয় জনতা পাৰ্টীত যোগদান কৰে ৷ যোগদান কৰা লোক সকলক দলীয় গলবস্ত্ৰ আৰু টুপি পিন্ধাই দললৈ আদৰণী জনায় বিধায়ক ৰনোজ পেগু,জিলা সভাপতি প্ৰেম দত্তই ৷

ইফালে আগন্তুক বিধানসভা নিৰ্বাচনৰ বাবে দলটোৱে সাংগঠনিক তৎপৰতা বৃদ্ধি হৈছে বিশেষকৈ ধেমাজি জিলাত ৷ ধেমাজি সমষ্টিত বিনা প্ৰতিদ্বন্দিতাই আগন্তুক নিৰ্বাচনত জয় লাভ কৰাৰ লগতে জোনাই সমষ্টিৰ সাত জন প্ৰাৰ্থীত্ব প্ৰত্যাশীৰ প্ৰাৰ্থীয়ে আবেদন জনোৱা বুলি উল্লেখ কৰে সভাপতি গৰাকীয়ে ৷ ইপিনে ধেমাজি সমষ্টি প্ৰাৰ্থীত্ব বিচাৰি আবেদন কৰিব বুলি মন্তব্য কৰে জিলা বিজেপিৰ সভাপতি প্ৰেম দত্তয় ৷

লগতে পঢ়কঃ কৰ্ণাটকত আয় বহিৰ্ভূত সম্পত্তিৰ বিৰুদ্ধে অভিযান

Last Updated : Feb 3, 2021, 12:07 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.