ETV Bharat / state

বৰ্ণিল শোভাযাত্ৰাৰে আৰম্ভ ধেমাজিৰ গোহাঁই গাওঁ বিহু সন্মিলন - অমৃতা গগৈ

তিনিদিনীয়া কাৰ্য্যসূচীৰে ধেমাজি ৰংচটিওৱা পথাৰত 147 সংখ্যক ঐতিহ্যমণ্ডিত গোহাঁই গাওঁ ৰঙালী বিহু সন্মিলন ৷

বৰ্ণিল শোভাযাত্ৰাৰে আৰম্ভ ধেমাজিৰ গোহাঁই গাওঁ বিহু সন্মিলন
author img

By

Published : Apr 25, 2019, 5:11 PM IST

ধেমাজি, 25 এপ্ৰিলঃ উদুলি মুদুলি ৰংচটিওৱা পথাৰ । বৃহস্পতিবাৰৰ পৰা তিনিদিনীয়া কাৰ্য্যসূচীৰে ধেমাজি ৰংচটিওৱা পথাৰত আৰম্ভ হৈছে 147 সংখ্যক ঐতিহ্যমণ্ডিত গোহাঁই গাওঁ ৰঙালী বিহু সন্মিলন । প্ৰথম দিনা পুৱা পতাকা উত্তোলন , স্মৃতি তৰ্পনৰ পিচতে স্মৃতিগ্ৰন্থ " ৰংচটিওৱা " উন্মোচন কৰে নেপকোৰ অৱসৰপ্ৰাপ্ত কাৰ্যবাহী সঞ্চালক তৰুণ বৰগোঁহাইয়ে ।

আৰু পঢ়ক দেউৰীসকলৰ বিহুৰ গাঁঠি দিয়া প্ৰথা

ইয়াৰ পিচতেই ধেমাজি নগৰৰ মাজেৰে উলিয়াই বৰ্ণিল সাংস্কৃতিক শোভাযাত্ৰা । শোভাযাত্ৰাত অংশগ্ৰহণ কৰে অসমীয়া চলচ্চিত্ৰ জগতৰ অভিনেত্ৰী অমৃতা গগৈয়ে । অন্তিম দিনা মুকলি সভাত উপস্থিত থাকিব সদৌ অসম ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক লুৰিণজ্যোতি গগৈ , আটাছুৰ উপসভাপতি দুলাল বৰুৱা ।

Intro: বৰ্ণিল শোভাযাত্ৰাৰে আৰম্ভ ধেমাজিৰ ঐতিহ্যমণ্ডিত ১৪৭ সংখ্যক গোহাঁই গাওঁ বিহু সন্মিলন ।

Body:ধেমাজি , 25 , এপ্ৰিল : উদুলি মুদুলি ৰংচটিওৱা পথাৰ । আজিৰে পৰা তিনিদিনীয়া বৰ্ণাঢ্য কাৰ্য্যসচীৰে ধেমাজি ৰংচটিওৱা পথাৰত আৰম্ভ হৈছে ১৪৭ সংখ্যক ঐতিহ্যমণ্ডিত গোহাঁই গাওঁ ৰঙালী বিহ সন্মিলন ।প্ৰথম দিনা পুৱা পতাকা উত্তোলন , স্মৃতি তৰ্পনৰ পিছতে স্মৃতিগ্ৰন্থ " ৰংচটিওৱা " উন্মোচন কৰে নেপকো ৰ অৱসৰপ্ৰাপ্ত কাৰ্যবাহী সঞ্চালক তৰুণ বৰগোঁহাইয়ে । ইয়াৰ পিছতেই ধেমাজি নগৰৰ মাজেৰে উলিয়াই বৰ্ণিল সাংস্কৃতিক শোভাযাত্ৰা ।শোভাযাত্ৰাত অংশগ্ৰহণ কৰে অসমীয়া চলচ্চিত্ৰ জগতৰ অভিনেত্ৰী অমৃতা গগৈয়ে । অন্তিম দিনা মুকলি সভাত উপস্থিত থাকিব সদৌ অসম ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক লুৰিণজ্যোতিৰ গগৈ , আটাছুৰ উপসভাপতি দুলাল বৰুৱা আদিয়ে । বিহু জৰিয়তে শান্তি সম্প্ৰীতি কামনা কৰাৰ লগতে কেওটা দিনত ৰাইজৰ উপস্থিতি কামনা কৰিছে উদযাপন সমিতিৰ সম্পাদক পৰাগ বৰগোঁহাইয়ে । byte....1.. ইপিনে অতি মহত্ত্বপূৰ্ণ ঐতিহ্যমণ্ডিত বিহু সন্মিলনত পূৰ্বতে পৰম্পৰাগত ভাৱে আনুষ্ঠানিকভাৱে কুকুৰা যুজঁ অনুষ্ঠিত হৈছিল বুলি কয় সন্মিলনৰ স্হায়ী সমিতিৰ সম্পাদক অনিল বৰগোঁহাইয়ে । byte....2 Pradunya Bharali , Dhemaji , Assam , 25/4/2019

Conclusion:
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.