ETV Bharat / state

অসম জাতীয় পৰিষদে সদায় A টিম হৈ কাম কৰিবঃ চিত্তৰঞ্জন বসুমতাৰী

author img

By

Published : Oct 2, 2020, 8:12 PM IST

ধেমাজিত 'অসম জাতীয় পৰিষদ'ৰ সংবাদমেল ৷ উপস্থিত থাকে 'অসম জাতীয় পৰিষদ'ৰ আহ্বায়ক চিত্তৰঞ্জন বসুমতাৰী ৷

AJP Organised Press Meet At Dhemaji
অসম জাতীয় পৰিষদে সদায় A টিম হৈ কাম কৰিবঃ চিত্তৰঞ্জন বসুমতাৰী

ধেমাজি, 2 অক্টোবৰ : সদৌ অসম ছাত্ৰ সন্থা আৰু অসম জাতীয়তাবাদী যুৱ পৰিষদৰ উদ্যোগত ৰাজ্যত আত্মপ্ৰকাশ কৰা নতুন আঞ্চলিক ৰাজনৈতিক দল 'অসম জাতীয় পৰিষদ' সন্দৰ্ভত শুকুৰবাৰে ধেমাজি প্ৰেছ ক্লাৱত এখন সংবাদমেল আয়োজন কৰা হয় ৷ উক্ত সংবাদমেলত উপস্থিত থাকে 'অসম জাতীয় পৰিষদ'ৰ আহ্বায়ক চিত্তৰঞ্জন বসুমতাৰী ৷

সংবাদমেলত উপস্থিত থাকি আহ্বায়ক গৰাকীয়ে কয় যে,'অসম জাতীয় পৰিষদ' কাৰো B টিম নহয় । 'অসম জাতীয় পৰিষদে' সদাই A টিম হৈ কাম কৰিব ৷ আনহাতে, শুকুৰাবাৰে ৰাজ্যত পুনৰ নতুনকৈ আত্মপ্ৰকাশ কৰা কৃষক মুক্তি সংগ্ৰাম সমিতি আৰু 70 টা জাতীয় সংগঠনৰ নেতৃত্বত আত্মপ্ৰকাশ কৰা নতুন ৰাজনৈতিক দল 'ৰাইজৰ দল' সন্দৰ্ভতো গুৰুত্বপূৰ্ণ মন্তব্য প্ৰকাশ কৰে ৷ তেওঁ দলটিক শুভেচ্ছা জনাই সকলো কৰ্মকৰ্তাক উস্ম আদৰণি জনায় ৷

ইফালে, জিলাখনত সংঘটিত হৈ থকা বিভিন্ন ধৰণৰ চিণ্ডিকেট সন্দৰ্ভতো গুৰুত্বপূৰ্ণ মন্তব্য প্ৰদান কৰে সংবাদমেলত ৷ ধেমাজি জিলাৰ জাতীয়তাবাদী শিবিৰৰ অন্যতম নেতা তথা 'অসম জাতীয় পৰিষদ'ৰ ধেমাজি জিলাৰ মুখ্য আহ্বায়ক দেৱেন দত্তই বিজেপি চৰকাৰে কয়লা চিণ্ডিকেট,গৰু চিণ্ডিকেটৰ লগতে বিজেপিৰ নেতা কৰ্মীয়ে অবাধ লুণ্ঠন অব্যাহত ৰাখিছে বুলি সমালোচনা কৰে সংবাদমেলত ।

লগতে পঢ়ক : SI কেলেংকাৰীৰ তদন্ত: মিৰ্জাত NSUIৰ তীব্ৰ প্ৰতিবাদ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.