ETV Bharat / state

আছু এৰাৰ 90 দিনৰ পূৰ্বে যোগদান কৰিব নোৱাৰিব কোনো ৰাজনৈতিক দলত

author img

By

Published : Oct 27, 2019, 10:23 AM IST

Updated : Oct 27, 2019, 5:44 PM IST

নাগৰিকত্ব সংশোধনী বিধেয়কৰ তীব্ৰ বিৰোধিতাৰে ধাৰাবাহিক আন্দোলন অব্যাহত ৰাখিব আছুৱে । নদী বান্ধৰ ক্ষেত্ৰত বিশেষজ্ঞ সমিতিৰ পৰামৰ্শ কাৰ্যকৰী কৰাৰ দাবী উত্থাপন কৰিছে আছুৱে । ইমানেই নহয়, এখন শুদ্ধ NRC ৰ বাবে সকলো প্ৰকাৰৰ যুঁজ চলাই যোৱাৰ সংকল্প গ্ৰহণ কৰা হৈছে প্ৰতিনিধি সভাত । একেদৰে NRL ৰ লগতে  তৈল সম্পদ আৰু অন্যান্য ৰাজহুৱা খণ্ডৰ উদ্যোগ ব্যক্তিগত কৰণৰ বিৰোধিতা কৰি যাব সদৌ অসম ছাত্ৰ সন্থাই ৷

আছু জোনাই সাভাৰণ সভা

জোনাই, 27 অক্টোবৰঃ 'ছাত্ৰৰ পৰা ৰাজনীতিলৈ সময়ৰ ব্যৱধান হ'ব তিনি মাহ ।আছুৰ পৰা অব্যাহতি লোৱাৰ তিনি মাহৰ পাছতহে যোগদান কৰিব পাৰিব ৰাজনৈতিক দলত । তিনি মাহৰ সময়ৰ ব্যৱধান ভংগ কৰিলে বহিষ্কৃত বুলি ঘোষণা কৰিব আছুৱে ।'- জোনাইত অনুষ্ঠিত আছুৰ সাধাৰণ সভাত দুদিনীয়া মাৰাথন প্ৰতিনিধি সভাৰ অন্তত গ্ৰহণ কৰা হৈছে এই সিদ্ধান্ত ৷

ছাত্ৰৰ পৰা ৰাজনীতিলৈ সময়ৰ ব্যৱধান হ'ব তিনি মাহ

ইয়াৰো পৰি নাগৰিকত্ব সংশোধনী বিধেয়কৰ তীব্ৰ বিৰোধিতাৰে ধাৰাবাহিক আন্দোলন অব্যাহত ৰাখিব আছুৱে । নদী বান্ধৰ ক্ষেত্ৰত বিশেষজ্ঞ সমিতিৰ পৰামৰ্শ কাৰ্যকৰী কৰাৰ দাবী উত্থাপন কৰিছে আছুৱে । ইমানেই নহয়, এখন শুদ্ধ NRC ৰ বাবে সকলো প্ৰকাৰৰ যুঁজ চলাই যোৱাৰ সংকল্প গ্ৰহণ কৰা হৈছে প্ৰতিনিধি সভাত । একেদৰে NRL ৰ লগতে তৈল সম্পদ আৰু অন্যান্য ৰাজহুৱা খণ্ডৰ উদ্যোগ ব্যক্তিগত কৰণৰ বিৰোধীতা কৰি যাব সদৌ অসম ছাত্ৰ সন্থাই ৷ ছাত্ৰ- ছাত্ৰ-ছাত্ৰীৰ সুৰক্ষিত ভৱিষ্যতৰ বাবে শৈক্ষিক ক্ষেত্ৰত বিশেষ গুৰুত্ব আৰোপ কৰি চলিত বৰ্ষতে ডিব্ৰুগড় বিশ্ববিদ্যালয় আৰু গুৱাহাটী বিশ্ববিদ্যালয়ত আয়োজন কৰিব দুখনকৈ শৈক্ষিক অভিবৰ্তন ।

নদী বান্ধৰ ক্ষেত্ৰত বিশেষজ্ঞ সমিতিৰ পৰামৰ্শ কাৰ্যকৰী কৰাৰ দাবী

ৰাজ্যৰ নিবনুৱা সমস্যা, কৃষি সমস্যা, উদ্যোগৰ সমস্যাৰ লগতে অন্যান্য সমস্যা সমাধানৰ বাবেও বিশেষ গুৰুত্ব আৰোপ কৰিছে সংগঠনটোৱে ৷ লগতে সাংগঠনিক স্থিতি আৰু অধিক শক্তিশালী কৰিবৰ বাবেও বিশেষ গুৰুত্ব আৰোপ কৰি ছাত্ৰ সংগঠনটোৰ পৰৱৰ্তী অধিৱেশনৰ বাবেও চিন্তা-চৰ্চা আৰম্ভ কৰাৰ কথা সদৰি কৰিছে । পৰৱৰ্তী অধিৱেশন ক'ত আৰু কেতিয়া হ'ব লাগে তাৰ বাবে জিলা সমিতি সমূহৰ পৰা আবেদনৰ আহ্বান কেন্দ্ৰীয় সমিতিৰ ৷

ৰাজ্যৰ পয়ালগা শিক্ষাব্যৱস্থাক লৈ আছুৱে আন্দোলন কৰাৰ সিদ্ধান্ত গ্ৰহন কৰিছে ৷ মহাবিদ্যালয় বিশ্ববিদ্যালয়ত মনোবিজ্ঞানী নিয়োগ কৰাৰ পোষকতা কৰিছে আছুৱে৷ যাৰ দ্বাৰা শৈক্ষিক অত্যাধিক বোজাৰ বাবে হতাশাগ্ৰস্ত হৈ পৰা ছাত্ৰ-ছত্ৰী সকলক মনোবিজ্ঞানীৰ দ্বাৰা কাউন্সিলিঙৰ পোষকতা কৰিছে আছুৱে ৷

ৰাজ্যৰ পয়ালগা শিক্ষাব্যৱস্থাক লৈ আছুৱে আন্দোলন কৰাৰ সিদ্ধান্ত গ্ৰহন কৰিছে

আন্দোলন আৰু পাঠদান সমান্তৰালভাৱে আগুৱাই নিয়াৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে ৷ পাঠদানো থাকিব আন্দোলনো থাকিব ৷ নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে অহা ৪ নবেম্বৰত জিলাই জিলাই বিক্ষোভ আৰু পৰবৰ্তী সময়ত প্ৰতিবাদী সভা অনুষ্ঠিত কৰাৰ কথা ঘোষণা কৰিছে আছুৱে৷ বৃহৎ নদীবান্ধ নিৰ্মাণৰ বাবে টাস্ক ফৰ্চ গঠন কৰি ৰাজ্য চৰকাৰে নদীবান্ধৰ বিৰুদ্ধে মাত মাতি অহা আছুক দমন কৰিব বিচৰা কাৰ্যৰ বিৰুদ্ধে প্ৰয়োজনত তেজ দিবলৈ সাজু ৷ পবা বৰ্ষাৰণ্যক ৰাষ্ট্ৰীয় অভয়াৰণ্য হিচাবে ঘোষণা কৰাৰ দাবী৷ জোনাইত এখন পলিটেকনিক আৰু ৰেচম মহাবিদ্যালয়ৰ স্থাপনৰ দাবীৰে প্ৰতিনিধি সভাত সিদ্ধান্ত গ্ৰহন কৰিছে আছুৰ জোনাই সাধাৰণ সভাৰ প্ৰতিনিধি সভাই৷ ৰে'লৱেত থকা খালী পদ পূৰণৰ ক্ষেত্ৰত উত্তৰ পূৰ্বৰ বাবে সুকীয়া নিয়োগ মণ্ডল গঠনৰ দাবীত মালিগাঁৱৰ লগতে তিনিচুকীয়াতো প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰিব আছুৱে৷

মহাবিদ্যালয় বিশ্ববিদ্যালয়ত মনোবিজ্ঞানী নিয়োগ কৰাৰ পোষকতা কৰিছে আছুৱে

Intro:Body:আছুৰ জোনাইৰ সাধাৰণ সভাত কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ

জোনাই ২৬ অক্টোবৰ

দুদিনীয়া মাৰাথন প্ৰতিনিধি সভাৰ অন্তত গ্ৰহণ এই সিদ্ধান্ত সমূহ হল  ছাত্ৰৰ পৰা ৰাজনীতিলৈ সময়ৰ ব্যৱধান হ'ব তিনি মাহ ।আছুৰ পৰা অব্যাহতি লোৱাৰ তিনি মাহৰ পাছতহে যোগদান কৰিব পাৰিব ৰাজনৈতিক দলত।তিনি মাহৰ সময়ৰ ব্যৱধান ভংগ কৰিলে বহিষ্কৃত বুলি ঘোষণা কৰিব আছুৱে। নাগৰিকত্ব সংশোধনী বিধেয়কৰ তীব্ৰ বিৰোধিতাৰ প্ৰস্তাৱ আছুৰ।বিধেয়কৰ বিৰুদ্ধে ধাৰাবাহিক আন্দোলন অব্যাহত ৰাখিব আছুৱে ।বৃহৎ নদীবান্ধৰও বিৰোধীতাৰ প্ৰস্তাৱ। নদী বান্ধৰ ক্ষেত্ৰত বিশেষজ্ঞ সমিতিৰ পৰামৰ্শ কাৰ্যকৰী কৰাৰ দাবী। NRC ক লৈয়ো বিশেষ গুৰুত্ব আৰোপ।এখন শুদ্ধ NRC ৰ বাবে সকলো প্ৰকাৰৰ যুঁজ চলাই যোৱাৰ সংকল্প। NRL ব্যক্তিগতকৰণৰ বিৰোধীতা আছুৰ তৈল সম্পদৰ লগতে ৰাজহুৱা খণ্ডক উদ্যোগ ব্যক্তিগত কৰণৰ বিৰোধীতা। ছাত্ৰ- ছাত্ৰ-ছাত্ৰীৰ সুৰক্ষিত ভৱিষ্যতৰ বাবে শৈক্ষিক ক্ষেত্ৰত বিশেষ গুৰুত্ব আৰোপ।চলিত বৰ্ষতে ডিব্ৰুগড় বিশ্ববিদ্যালয় আৰু গুৱাহাটী বিশ্ববিদ্যালয়ত আয়োজন কৰিব দুখনকৈ শৈক্ষিক অভিবৰ্তন।ৰাজ্যৰ নিবনুৱা সমস্যা, কৃষি সমস্যা,উদ্যোগৰ সমস্যাৰ লগতে অন্যান্য সমস্যা সমাধানৰ বাবেও বিশেষ গুৰুত্ব আৰোপ ছাত্ৰ সন্থাৰ আছুৰ সাংগঠনিক স্হিতি আৰু অধিক শক্তিশালী কৰিবৰ বাবেও বিশেষ গুৰুত্ব আৰোপ ছাত্ৰ সংগঠনটোৰ আছুৰ পৰৱৰ্তী অধিৱেশনৰ বাবেও চিন্তা-চৰ্চা আৰম্ভ।পৰৱৰ্তী অধিৱেশন ক'ত আৰু কেতিয়া হ'ব লাগে তাৰ বাবে জিলা সমিতি সমূহৰ পৰা আবেদনৰ আহ্বান কেন্দ্ৰীয় সমিতিৰ।
      ৰাজ্যৰ পয়ালগা শিক্ষাব্যৱস্থাক লৈ আছু ৱে আন্দোলন কৰাৰ সিদ্ধান্ত গ্ৰহন কৰিছে ৷মহাবিদ্যালয় বিশ্ববিদ্যালয় ত মনোবিজ্ঞানী নিয়োগ কৰিব লাগে ৷ যাৰ দ্বাৰা অত্যাধিক বোজা পৰাৰ বাবে ছাত্ৰছাত্ৰী সকলে হতাশা গ্ৰস্ত হৈ পৰে তাৰ উপকৃত হবৰ বাবে মনোবিজ্ঞানী সকলৰ দ্বাৰা কাউন্সিলিং কৰাৰ পোষকতা ৷ আন্দোলন আৰু পাঠদান সমান্তৰালভাৱে আগুৱাই নিয়াৰ সিদ্ধান্ত গ্ৰহন কৰা হৈছে ৷ পাঠদানো থাকিব আন্দোলনো থাকিব ৷ নাগৰিকত্ব সংশোধনী বিধেয়ক ৰ সন্দৰ্ভত অহা ৪ নবেম্বৰত জিলাই জিলাই বিক্ষোভ আৰু পৰবৰ্তী সময়ত প্ৰতিবাদী সভা অনুষ্ঠিত কৰা হব ৷ সম্পূৰ্ণ তথ্য সহ ৰাইজৰ কাষলৈ যাৱ আছুৰ কৰ্মকৰ্তা সকল ৷ বৃহৎ নদীবান্ধ নিৰ্মাণৰ বাবে টাস্ক ফৰ্চ গঠন কৰি ৰাজ্য  চৰকাৰে নদীবান্ধৰ বিৰুদ্ধে মাতমাতি অহা আছুক দমন কৰিব বিচৰা কাৰ্যৰ বিৰুদ্ধে প্ৰয়োজনত তেজ দিবলৈ সাজু ৷পবা বৰ্ষাৰণ্য ক ৰাষ্ট্ৰীয় অভয়াৰণ্য হিচাবে ঘোষণা কৰাৰ দাৱী ৷ জোনাই ত এখন পলিটেকনিক আৰু ৰেচম মহাবিদ্যালয়ৰ স্থাপনৰ দাৱীৰে প্ৰতিনিধি সভাত সিদ্ধান্ত গ্ৰহন কৰিছে আছুৰ জোনাই সাধাৰণ সভাৰ প্ৰতিনিধি সভাই ৷ৰেলৱে ত থকা খালী পদ পূৰণৰ ক্ষেত্ৰত উত্তৰ পূৰ্বৰ বাবে সুকীয়া নিয়োগ মন্ডল গঠনৰ দাৱীত মালিগাৱত প্ৰতিবাদ কৰাৰ লগতে তিনিচুকীয়াতো প্ৰতিবাদ কৰা হব ৷

কৰবী দলে জোনাই
Conclusion:
Last Updated : Oct 27, 2019, 5:44 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.