ETV Bharat / state

জোনাইত উদ্ধাৰ বন্যপ্ৰাণীৰ ভিন্ন অংগঃ আটক 3

জোনাই সংমণ্ডলৰ বন বিষয়া আৰু জোনাই আৰক্ষীয়ে গোপন সূত্ৰৰ আধাৰত দেওবাৰে বিয়লি প্ৰায় চাৰি বজাত অভিযান চলায় ঢেকীয়াপতীয়া বাঘৰ হাড়, দাঁত আৰু ছালৰ সৈতে বন্যপ্ৰাণী অংগৰ চোৰাং ব্যৱসায়ৰ সৈতে জড়িত তিনিজন লোকক আটক কৰে ৷

author img

By

Published : Jun 9, 2019, 11:16 PM IST

জোনাইত উদ্ধাৰ বৃহৎ পৰিমাণৰ বন্যপ্ৰাণীৰ ছাল, দাঁতৰ লগতে বিভিন্ন অংগ, আটত তিনি

জোনাই, 9 জুন: ধেমাজিৰ জোনাইত উদ্ধাৰ বৃহৎ পৰিমাণৰ বাঘৰ হাঁড়, ছাল আৰু নখৰ লগতে বিভিন্ন অংগ ৷ ধেমাজিৰ অসম-অৰুণাচল সীমান্তৱৰ্তী জোনাইৰ ৰুকচিন অঞ্চলৰ মংগলবৰীয়া বজাৰত দেওবাৰে অৰুণাচল বন বিভাগৰ সহযোগত জোনাই বন বিভাগ আৰু জোনাই আৰক্ষীয়ে অভিযান চলায় জব্দ কৰে চোৰাংকৈ বিক্ৰীৰ বাবে অনা বৃহৎ পৰিমাণৰ বন্যপ্ৰাণীৰ ছাল, দাঁতৰ লগতে বিভিন্ন অংগ ৷ অভিযানকালত তিনিজন লোকক আটক কৰবিলৈ সক্ষম হয় অভিযানকাৰী দলটোৱে ৷ জোনাই সংমণ্ডলৰ বন বিষয়া আৰু জোনাই আৰক্ষীয়ে গোপন সূত্ৰৰ আধাৰত দেওবাৰে বিয়লি প্ৰায় চাৰি বজাত অভিযান চলাই ঢেকীয়াপতীয়া বাঘৰ হাড়, দাঁত আৰু ছালৰ সৈতে বন্যপ্ৰাণী অংগৰ চোৰাং ব্যৱসায়ৰ সৈতে জড়িত তিনিজন লোকক আটক কৰে ৷ আটকাধীন লোককেইজন ক্ৰমে, অৰুণাচলৰ টায়ি জিচি, জাবং পাৰ আৰু টাকিন জময়াং ৷ আটকাধীন লোককেইজনৰ জেৰা অব্যাহত ৰাখিছে আৰক্ষীয়ে ৷

Intro:Body:জোনাইত বাঘৰ হাঁড়,চাল আৰু নখৰ বৃহৎ পৰিমানৰ বাঘৰ অংগ উদ্ধাৰ/ তিনিজনক আটক

জোনাই ৯ জুন
ধেমাজি জিলাৰ অসম অৰণাচল সীমান্তবৰ্তী জোনাইৰ ৰুকচিন মঙ্গলবাৰ বজাৰত আজি অৰুণাচল বন বিভাগৰ সহযোগত জোনাই বন বিভাগ আৰু জোনাই আৰক্ষীয়ে অভিযান চলাই চোৰাংকৈ বিক্ৰীৰ বাবে অনা বন্যপ্ৰাণীৰ ছাল,দাত বৃহৎ পৰিমানৰ বাঘৰ অংগ আদি নানা সামগ্ৰী সহ তিনিজন লোকক আটক কৰবিলৈ সক্ষম হয়। জোনাই বন বিষয়া আৰু আৰক্ষীয়ে গোপন সূত্ৰৰ আধাৰত আজি বিয়লি প্ৰায় ৪.০০ বজাত অভিযান চলাই ঢেকীয়াপতীয়া বাঘৰ হাড় , দাত আৰু ছালৰ সৈতে বন্যপ্ৰাণী অংগৰ চোৰাং ব্যৱসায়ৰ সৈতে জড়িত তিনিজন লোকে এ আৰ 09-A8046 নম্বৰৰ এল্ট্ৰৰ গাড়ীত তিনিটা কাৰ্টুনত বন্যপ্ৰাণীৰ সামগ্ৰী সমুহ আনিছিল৷ অৰুণাচলৰ চোৰাং চিকাৰী ক্ৰমে টায়ি জিচি(47) পিতা স্বৰ্গীয় টাকি জিচি, গাঁও নাৰি লোম্প, লৱাৰ চিয়াং , জাবং পাৰ (52), পিতা জটে পাৰ, গাঁও ৰুকচিন , জিলা ইষ্ট চিয়াং, আৰু টাকিন জময়াং (52) পিতা চাটোম জাময়ং গাঁও কৰেং, ৱেষ্ট চিয়াঙৰ তিনিজনক আটক কৰি ঘটনাৰ সংক্ৰান্তত অধিক তথ্যৰ বাবে ধৃত লোক কেইজনক বৰ্তমান জেৰা চলাই থকা বুলি জানিব পৰা গৈছেl

কৰবী দলে জোনাই Conclusion:
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.