ETV Bharat / state

ধেমাজিত 53 বছৰীয়া দুৰ্গা পূজা, ভক্তৰ লানি-নিছিগা সোঁত

author img

By

Published : Oct 6, 2019, 3:14 PM IST

আজি মহা মহা অষ্টমী । ধেমাজিৰ ঐতিহ্য মণ্ডিত 53 বছৰীয়া শ্ৰী শ্ৰী সাৰ্বজনীন বিষ্ণু মন্দিৰ দুর্গা পূজাথলীত মহা অষ্টমী দিনাই পুৱা পৰাই অগণন ভক্তৰ ভিৰ ৷

ধেমাজিত 53 বছৰীয়া দুৰ্গা পূজা, ভক্তৰ লানি-নিছিগা সোঁত

ধেমাজি, 6 অক্টোবৰঃ সমগ্ৰ ৰাজ্যতে দুৰ্গা পূজাক লৈ এতিয়া উখল-মাখল পৰিৱেশ ৷ বিভিন্ন ঠাইত মহা অষ্টমী উপলক্ষে দেখা পোৱা গৈছে ভক্তৰ লানি নিছিগা সোঁত ৷ একেই অনুৰূপ দৃশ্য দেখা গ’ল ধেমাজিৰ এখন 53 বছৰীয়া দুৰ্গা পূজা মণ্ডপত ৷

ধেমাজিত 53 বছৰীয়া দুৰ্গা পূজা

শ্ৰী শ্ৰী সাৰ্বজনীন বিষ্ণু মন্দিৰ দূর্গা পূজাথলীত মহা অষ্টমী দিনাই পুৱাৰ পৰাই পৰিলক্ষিত হৈছে ভক্ত অগণন ভিৰ ৷ সকলোৱে মংগল কামনাৰে হাতে হাতে নৈবদ্য লৈ মাঁৰ চৰণত আশীষ লৈছে ভক্তসকলে । ইপিনে জাকজমকতাৰ বিপৰীতে সম্পূৰ্ণ আধ্যাত্মিক পৰিৱেশ সৃষ্টি কৰাত হে অধিক গুৰুত্ব আৰোপ কৰা হৈছে বুলি জানিবলৈ দিয়ে পূজাৰ পৰিচালনা সমিতিয়ে ।

Intro:ধেমাজি ৰ এখন ৫৩ বছৰীয়া পূজাত ভক্তৰ ভিৰ

Body: ।

ধেমাজি , ৬ অক্টোবৰ : আজি মহা মহাষ্টমী । ধেমাজিৰ ঐতিহ্য মণ্ডিত ৫৩ বছৰীয়া শ্ৰী শ্ৰী সাৰ্বজনীন বিষ্ণু মন্দিৰ দূর্গা পূজা থলীত মহাষ্টমী দিনা পুৱা পৰাই অগণন ভক্তৰে ভিৰ কৰা পৰিলক্ষিত হৈছে । সকলোৱে মংগলৰ বাবে হাতে হাতে নৈবদ্য লৈ মাঁ ৰ চৰনত সেৱা লৈছে ভক্তসকলে ।

ইপিনে জাকজমকতাৰ বিপৰীতে সম্পূৰ্ণ আধ্যাত্মিক পৰিৱেশ সৃষ্টি কৰাত হে গুৰুত্ব আৰোপ কৰাৰ বিষয়ে কলে পচজাৰ পৰিচালনা সমিতিয়ে ।

pradunya Bharali , Dhemaji , Assam , 6/10/2019

Conclusion:
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.