ETV Bharat / state

Drugs Addicted Arrested: জোনাইত আৰক্ষীৰ জালত চাৰি ড্ৰাগছ আসক্ত যুৱক

author img

By

Published : Aug 7, 2022, 1:42 PM IST

ৰাজ্যত বৰ্তমানেও অব্যাহত ড্ৰাগছৰ সৰবৰাহ(Suppliers continue to supply drugs) । প্ৰতিদিনে বৃদ্ধি পাইছে ড্ৰাগছ আসক্ত যুৱক যুৱতীৰ সংখ্যা । ইফালে আৰক্ষীয়েও অবিৰতভাৱে চলাই গৈছে ড্ৰাগছ বিৰোধী অভিযান । জোনাইত চাৰি ড্ৰাগছ আসক্ত যুৱকক আটক কৰে আৰক্ষীয়ে (Police operation against drugs)।

4 drug addicts arrested in jonai
জোনাইত আৰক্ষীৰ জালত চাৰি ড্ৰাগছ আসক্ত যুৱক

জোনাই,৭ আগষ্ট: জোনাইত নিশা আৰক্ষীৰ ড্ৰাগছ বিৰোধী অভিযান(Police operation against drugs) ৷ এই অভিযানত চাৰিজন ড্ৰাগছ আসক্ত যুৱকক আটক কৰে আৰক্ষীয়ে(Police arrest four drug addict youths) । কিন্ত মূল ড্ৰাগছ ব্যৱসায়ীক ফান্দত পেলাবলৈ ব্যৰ্থ হয় আৰক্ষী ৷ শনিবাৰে নিশা প্ৰায় ৯ বজাত জোনাইৰ গিনে মহমৰাত চাৰিজন ড্ৰাগছ আসক্ত যুৱকক ড্ৰাগছ আসক্ত হৈ থকা অৱস্থাত ৰাইজৰ সহযোগত আটক কৰে । কিন্তু দীৰ্ঘদিনৰ পৰা ড্ৰাগছ ব্যৱসায়ৰে জড়িত মিথুন মিলি নামৰ লোকজন পলায় যাবলৈ সক্ষম হয় ।

আটকাধীন ড্ৰাগছ আসক্ত যুৱককেইজনৰ নাম ক্ৰমে কৰন পাতিৰ, ৰাহুল দলে, বিকাশ বিশ্বকৰ্মা আৰু ৰাজ কৰ্মকাৰ বুলি জানিব পৰা গৈছে । ড্ৰাগছ আসক্ত চাৰিওজন যুৱককে আৰক্ষীয়ে কৰায়ত্ত কৰি সোধ-পোছৰ বাবে জোনাই আৰক্ষী থানালৈ লৈ যায় । লগতে যুৱক কেইজনৰ পৰা কেইবাটাও চিৰিঞ্জ আৰু তিনিখন মটৰ চাইকেল জব্দ কৰে ।

লগতে পঢ়ক: Cycle thief: চাইকেল চোৰৰ বিলৈ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.