ETV Bharat / state

ব্ৰাহ্মণ সমাজৰ ওচৰত ক্ষমা প্ৰাৰ্থনা জুবিন গাৰ্গৰ

author img

By

Published : Aug 28, 2019, 3:33 AM IST

১৪ টাকৈ গোচৰ উঠাই লব ব্ৰাহ্মণ সমাজে । সকলোৰে আঘাট নোহোৱাকৈ চেঞ্চৰ বোৰ্ডে  অনুমতি দিব বুলি ব্ৰাহ্মণ সমাজ আশাবাদী বুলি মন্তব্য কৰে ব্ৰাহ্মণ সমাজৰ ৰাজ্যিক সভাপতি সুনীল গোস্বামীয়ে ।

জুবিনৰ ক্ষমা প্ৰাৰ্থনা

মঙলদৈ,২৮ আগষ্ট: বিগত প্ৰায় এমাহযোৰা বাক বিতণ্ডাৰ অন্তত অৱশেষত এক যুটীয়া সংবাদমেলত মিলিত হল কন্ঠশিল্পী জুবিন গাৰ্গ আৰু অসম ব্ৰাহ্মণ সমাজ । মঙলবাৰে মঙলদৈত এক সংবাদমেল আয়োজন কৰি লগুন বিৰ্তকৰ বাবে ব্ৰাহ্মণ সমাজৰ ওচৰত ক্ষমা প্ৰাৰ্থনা জুবিন গাৰ্গৰ। আৰু ইয়াৰ পাছতেই জুবিনৰ ওপৰত তৰা ১৪ টাকৈ গোচৰ উঠাই লোৱাৰ কথা প্ৰকাশ কৰে ব্ৰাহ্মণ সমাজে ।

উল্লেখ্য যে উক্ত সংবাদমেলত জুবিন গাৰ্গৰ লগতে উপস্থিত থাকে তেওঁৰ অধিবক্তা মৌচম বৈশ্য সাউদ, ব্ৰাহ্মণ সমাজৰ ৰাজ্যিক সভাপতি সুনীল গোস্বামী, ব্ৰাহ্মণ যঙৱ সমাজৰ জয়ন্ত কুমাৰ শৰ্মা । সংবাদমেলত চেঞ্চৰ বৰ্ডে চিনেমা খনৰ সকলো দিশ চাব বুলি মন্তব্য কৰে জয়ন্ত কুমাৰ শৰ্মাই । লগতে সকলোৰে আঘাট নোহোৱাকৈ চেঞ্চৰ বোৰ্ডে অনুমতি দিব বুলি ব্ৰাহ্মণ সমাজ আশাবাদী বুলি মন্তব্য কৰে ব্ৰাহ্মণ সমাজৰ ৰাজ্যিক সভাপতি সুনীল গোস্বামীয়ে ।

Intro:মঙলদৈত জুবিন গাৰ্গ আৰু অসম ব্ৰাহ্মণ সমাজৰ যুটীয়া সংবাদমেল। দীঘলীয়া বিবাদৰ সামৰণি। জুবিনৰ ক্ষমা প্ৰাৰ্থনা। ১৪ টাকৈ গোচৰ উঠাই লব ব্ৰাহ্মণ সমাজে। Body:#মঙলদৈত ব্ৰাহ্মণ সমাজ আৰু জুবিন গাৰ্গৰ যুটীয়া সংবাদ মেল

#লগুন বিৰ্তকৰ বাবে ক্ষমা প্ৰাৰ্থনা জুবিন গাৰ্গৰ

#সংবাদ মেলত জুবিন গাৰ্গৰ লগতে তেওঁৰ অধিবক্তা মৌচম বৈশ্য সাউদ, ব্ৰাহ্মণ সমাজৰ ৰাজ্যিক সভাপতি সুনীল গোস্বামী, ব্ৰাহ্মণ যঙৱ সমাজৰ জয়ন্ত কুমাৰ শৰ্মাৰ অংশগ্ৰহণ।

#চেঞ্চৰ বোৰ্ডে চিনেমা খনৰ সকলো দিশ চাব। সকলোৰে আঘাট নোহোৱাকৈ অনুমতি দিব বুলি ব্ৰাহ্মণ সমাজ আশাবাদী
#মিছন চাইনাৰ পিছত অসমীয়া চলচ্চিত্ৰই কিছু উজ্জীৱিত হৈছেConclusion:দেবব্ৰত গোস্বামী
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.