ETV Bharat / state

9 বজাৰ শীৰ্ষ দহটা বাতৰি

9 বজাৰ শীৰ্ষ দহটা বাতৰি

author img

By

Published : Jul 27, 2022, 8:59 AM IST

TOP 10 AT 9AM
9 বজাৰ শীৰ্ষ দহটা বাতৰি

Atulananda Goswami Passes Away: বিশিষ্ট সাহিত্যিক অতুলানন্দ গোস্বামীৰ দেহাৱসান

‘নামঘৰীয়া’ৰ স্ৰষ্টাৰ শেষ নিশ্বাস ত্যাগ ৷ আজি পুৱা ৫.১৫ গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পাতালত শেষ নিশ্বাস ত্যাগ কৰে বিশিষ্ট সাহিত্যিকiৰাকীয়ে (Prominent writer Atulananda Goswami passes away at GMCH) ৷

Gunfight rages in Kulgam: জম্মু-কাশ্মীৰৰ কুলগামত এনকাউণ্টাৰ

বুধবাৰে পুৱাৰে পৰা জম্মু-কাশ্মীৰৰ কুলগামৰ ব্ৰেইহাৰ্ড কাঠপোৰা অঞ্চলত সন্ত্ৰাসবাদী আৰু নিৰাপত্তা বাহিনীৰ মাজত আৰম্ভ হৈছে সংঘৰ্ষ (Encounter between militants and security forces) ।

Monkeypox vaccine: অচিৰেই উপলব্ধ হ'ব মাংকিপক্সৰ প্ৰতিষেধক !

ভাৰতত অচিৰেই উপলব্ধ হ'ব মাংকিপক্সৰ প্ৰতিষেধক ৷ ভেকচিন নিৰ্মাতা আদাৰ পুনাৱালাৰ আশাব্যঞ্জক মন্তব্য(Adar Poonawalla Said On Making Vaccine) ৷

Minister Bimal Bora in Karimganj: বদৰপুৰৰ শিল্প উদ্যোগস্থলী পৰ্যবেক্ষণ মন্ত্ৰী বিমল বৰাৰ

মঙলবাৰে কৰিমগঞ্জত উপস্থিত হৈ বদৰপুৰৰ শিল্প উদ্যোগস্থলী পৰ্যবেক্ষণ কৰে মন্ত্ৰী বিমল বৰাই (Bimal Bora visited Badarpur industrial site) ৷ উদ্যোগস্থলীসমূহ পৰ্যবেক্ষণ কৰি বদৰপুৰৰ যুৱক-যুৱতীসকলক উদ্যোগ ক্ষেত্ৰত আগুৱাই অহাৰ আহ্বান জনায় মন্ত্ৰীগৰাকীয়ে ৷

Vice Chancellor of Dibrugarh University : ড৹ জিতেন হাজৰিকা হ'ব ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ নতুন উপাচাৰ্য

ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ উপাচাৰ্য সলনি (Vice Chancellor of Dibrugarh University)৷ ড৹ জিতেন হাজৰিকা হ'ব বিশ্ববিদ্যালয়খনৰ নতুন উপাচাৰ্য ৷ আগন্তুক 4 আগষ্টত ৰাজভৱনত ৰাজ্যপালগৰাকীয়ে আনুষ্ঠানিকভাৱে বিশ্ববিদ্যালয়খনৰ নতুন উপাচাৰ্যগৰাকীক প্ৰদান কৰিব নিযুক্তি পত্ৰ ।

Human Trafficking At Bihali: মানৱ সৰবৰাহকাৰীৰ কবলৰ পৰা কিশোৰী উদ্ধাৰ

বিহালীত কিশোৰীক বিবাহৰ প্ৰলোভনেৰে বহিঃৰাজ্য লৈ নিয়াৰ চেষ্টা ৷ বিহালী আৰক্ষীৰ তৎপৰতাত আৰু বিহালী অদিবাসী ছাত্ৰ সন্থাৰ সহযোগত কিশোৰী গৰাকীক উদ্ধাৰ কৰিবলৈ সক্ষম হয় (Human Trafficking At Bihali) ৷

Har Ghar Tiranga: ভাৰত-চীন সীমান্তত তিৰংগা বিতৰণ সশস্ত্ৰ সীমা বলৰ

দেশজুৰি আৰম্ভ হ’ল হৰ ঘৰ তিৰংগা কাৰ্যসূচী (Har Ghar Tiranga)৷ সশস্ত্ৰ সীমা বলৰ তেজপুৰ ফ্ৰণ্টিয়াৰৰ(SSB Tezpur frontier) মহাপৰিদৰ্শক বিনোদ নায়কৰ নেতৃত্বতো আজিৰে পৰা আৰম্ভ হৈছে এই কাৰ্যসূচী ৷

Endangered snake found dead: দীপৰ বিলৰ ৰেলআলিত বিলুপ্তপ্ৰায় প্ৰজাতিৰ সাপৰ মৃত্যু

দীপৰ বিলৰ ৰেলআলিত ৰেলৰ চেপাত মৃত্যু বিলুপ্তপ্ৰায় প্ৰজাতিৰ সাপৰ(Endangered species of snake dies on railway line) ৷ দ্ৰুতবেগী ৰেলৰ চেপাত মৃত্যু হোৱাৰ আশংকা স্থানীয় ৰাইজৰ ৷

GPS-CCTV যোগে বিদ্যালয় কৰ্তৃপক্ষৰ নিৰীক্ষণত চলিব লাগিব স্কুলবাছ : গৌতম দাস

জিপিএছ, চিচি টিভিৰ যোগে বিদ্যালয় কৰ্তৃপক্ষৰ কঠোৰ নিৰীক্ষণত চলিব লাগিব স্কুলবাছ (School authorities will now have to monitor movement of buses) ৷ ছাত্ৰ-ছাত্ৰীৰ সুৰক্ষাৰ স্বাৰ্থত কঠোৰৰ পৰা কঠোৰতম ব্যৱস্থা গ্ৰহণৰ বাবে তৎপৰ হৈছে পৰিবহণ বিভাগে ৷ এই কথা সদৰি কৰিছে কামৰূপ মহানগৰ জিলা পৰিবহণ বিষয়া গৌতম দাসে ৷

Cross Voting in President Election: গাড্ডাৰৰ তালিকা লৈ দিল্লীলৈ উৰা মাৰিল ভূপেন বৰা

ক্ৰছ ভোটিং তথা গাড্ডাৰী কৰা দলৰ ছয় বিধায়কৰ তালিকা লৈ আজি দিল্লী অভিমুখে ৰাওনা হ'ল প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰা (APCC president Bhupen Bora)। ৰাষ্ট্ৰপতি নিৰ্বাচনত দলক বিশ্বাসঘাতকতা কৰা ছয় বিধায়কৰ তালিকা দিব কংগ্ৰেছ হাইকামাণ্ডক । হাইকামাণ্ডৰ নিৰ্দেশ মৰ্মে ব্যৱস্থা গ্ৰহণ কৰা হ'ব সেই ছয় বিধায়কৰ বিৰুদ্ধে ।

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.