কলাইগাঁও কাণ্ডই ৰাজ্য জোকাৰি যোৱাৰ পাচতে এইবাৰ স্বয়ম্ভূ মহিলা তান্ত্ৰিকৰ আৱিৰ্ভাৱ হ’ল দৰঙত ৷ এই সন্দৰ্ভত আমাৰ এক বিশেষ প্ৰতিবেদন ...
দৰঙত আৱিৰ্ভাৱ স্বয়ম্ভূ মহিলা তান্ত্ৰিক
ৰাজ্যত এতিয়া চলিছে তান্ত্ৰিক- তান্ত্ৰিক ৷ তান্ত্ৰিকৰ wrong number ত ভৰি থৈছে বিজ্ঞান শিক্ষকৰ পৰা সাধাৰণ জনতালৈকে ৷ কলাইগাঁও কাণ্ডৰ পিছত এইবাৰ দৰঙত আৱিৰ্ভাৱ এইগৰাকী স্বয়ম্ভূ মহিলা তান্ত্ৰিকৰ ৷
দৰঙত আৱিৰ্ভাৱ স্বয়ম্ভু মহিলা তান্ত্ৰিক
কলাইগাঁও কাণ্ডই ৰাজ্য জোকাৰি যোৱাৰ পাচতে এইবাৰ স্বয়ম্ভূ মহিলা তান্ত্ৰিকৰ আৱিৰ্ভাৱ হ’ল দৰঙত ৷ এই সন্দৰ্ভত আমাৰ এক বিশেষ প্ৰতিবেদন ...
Intro:-কলাইগাঁও কাণ্ডৰ পিছতএইবাৰ দৰংত আন এক মহিলা তান্ত্ৰিক ৷Body:তান্ত্ৰিক গৰাকীৰ বিৰুদ্ধে পাথৰিঘাট আৰক্ষী চকী আৰু ছিপাঝাৰ থানাত দিছে এজাহাৰ ৷
এখন ঘৰ ধবংস আৰু নিজ পত্নীক হত্যাৰ বাবে তান্ত্ৰিকে দিছিল বিধান ৷
তান্ত্ৰিক গৰাকীক ধন দিবলৈ বিক্ৰী কৰিছিল গৰু , ছাগলী , আ- অলংকাৰ ৷
তান্ত্ৰিক গৰাকীৰ কথা মতে নিজ পত্নীক হত্যা কৰিবলৈ প্ৰৰোচিত কৰিছিল দেওমৰনৈৰ শশীন শৰ্মাক ৷
মহিলা তান্ত্ৰিক গৰাকীৰ ঘৰ দৰংৰ ছিপাঝাৰ থানাৰ অন্তৰ্গত শিঙিমাৰীত ৷
নাম পতুলি বৰুৱা ওৰফে দেৱী মা ৷
বিগত চাৰি বছৰে দেৱীৰূপী তান্ত্ৰিক গৰাকীৰ শৰনাপন্ন হৈছিল দেওমৰনৈ কুমাৰপাৰাৰ শশীন শৰ্মাৰ পৰিয়ালটি ৷
নিজৰ জ্যেষ্ঠ অন্ধ পুত্ৰৰ চকু ভাল কৰাৰ বাবে শৰনাপন্ন হৈছিল মহিলা তান্ত্ৰিকৰ ৷
দিছিল তাবিজ আৰু বিভিন্ন বিধান ৷
পিছে পুত্ৰৰ বেমাৰ ভাল হোৱা দুৰৰি কথা তান্ত্ৰিকৰ ওচৰলৈ যোৱা দিন ধৰি ৫ জনীয়া সুখি পৰিয়ালটোত সৃষ্টি হল অৰাজক পৰিস্থিতিৰ ৷
পিতৃয়ে মাৰিলে পুত্ৰক ৷ পুত্ৰই মাৰিলে পিতৃক ৷ পিতৃয়ে দিলে পুত্ৰৰ বিৰুদ্ধ এজাহাৰ ৷ পুত্ৰই দিলে পিতৃৰ বিৰুদ্ধে এজাহাৰ ৷
প্ৰথমে চাওক ছিপাঝাৰ আৰক্ষী মহিলা তান্ত্ৰিকৰ ঘৰ পোৱাৰ পিছত কি কয় দেৱী ৰূপী মহিলাই ৷ পৃথিৱীত সকলো ব্যভিচাৰ হৈছে ৷সেয়ে তেওঁ সৃষ্টিৰ বানী দি আছে ৷ তেওঁৰ ঘৰত ভাত খোৱা , জোতা চিন্দেল পিন্ধি প্ৰৱেশ নিষেধ ৷
Byte --- অভিযোগকাৰী শশীন শৰ্মা ৷Conclusion:এনেকে চালি ধৰিছে ভুৱা তান্তিকৰে
দেবব্ৰত গোস্বামী