ETV Bharat / state

স্বাধীনতা দিৱস উপলক্ষে মঙলদৈত স্বচ্ছ অভিযান - swacha bharat abhijaan At Mangaldai

কাইলৈ দেশে উদযাপন কৰিব ৭৩ সংখ্যক স্বাধীনতা দিৱস ৷ স্বাধীনতা দিৱস উপলক্ষে মঙলদৈত স্বচ্ছতাৰ কাৰ্যসূচী ৷

swacha bharat abhijaan At Mangaldai
author img

By

Published : Aug 14, 2019, 12:06 PM IST

  • কাইলৈ দেশে উদযাপন কৰিব ৭৩ সংখ্যক স্বাধীনতা দিৱস
  • স্বাধীনতা দিৱস উপলক্ষে মঙলদৈত দেশজুৰি স্বচ্ছতাৰ কাৰ্যসূচী
  • এই উদ্দেশ্যেৰে ওলাই আহিল শতাধিক মহিলা
  • ৰাষ্ট্ৰীয় নগৰীয়া জীৱিকা অভিযান আঁচনিৰ উদ্যোগত চাফাই অভিযান
  • সৃজনী আৰু সৃষ্টি ALFৰ সদস্য সকলে চহৰ খনৰ বিভিন্ন অঞ্চলত চলালে চাফাই অভিযান

স্বাধীনতা দিৱস উপলক্ষে মঙলদৈত স্বচ্ছ অভিযান
  • কাইলৈ দেশে উদযাপন কৰিব ৭৩ সংখ্যক স্বাধীনতা দিৱস
  • স্বাধীনতা দিৱস উপলক্ষে মঙলদৈত দেশজুৰি স্বচ্ছতাৰ কাৰ্যসূচী
  • এই উদ্দেশ্যেৰে ওলাই আহিল শতাধিক মহিলা
  • ৰাষ্ট্ৰীয় নগৰীয়া জীৱিকা অভিযান আঁচনিৰ উদ্যোগত চাফাই অভিযান
  • সৃজনী আৰু সৃষ্টি ALFৰ সদস্য সকলে চহৰ খনৰ বিভিন্ন অঞ্চলত চলালে চাফাই অভিযান
Intro:
# কাইলৈ দেশে উদযাপন কৰিব ৭৩ সংখ্যক স্বাধীনতা দিৱস ।Body:# স্বাধীনতা দিৱস উপলক্ষে মঙলদৈত স্বচ্ছতাৰ কাৰ্যসূচী ।
# নিজৰ অঞ্চল চাফা হলেহে সকলো চাফ চিকুণ হব । এই উদ্দেশ্যেৰে হাতে হাতে ঝাড়ু লৈ ওলাই আহিল শতাধিক মহিলা ।
# ৰাষ্ট্ৰীয় নগৰীয়া জীৱিকা অভিযান আঁচনিৰ উদ্যোগত চলিল এই চাফাই অভিযান ।
# সৃজনী আৰু সৃষ্টি ALF ৰ সদস্য সকলে ভেবাৰঘাত, কৰিমচককে ধৰি চহৰ খনৰ বিভিন্ন অঞ্চলত চাফাই অভিযান চলাই ।Conclusion:Debabrat goswami darrang
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.