ETV Bharat / state

সূৰ্যমুখী ফুলৰ খেতিৰে স্বাৱলম্বী দৰঙৰ যুৱক - সূৰ্যমুখী ফুলৰ খেতিৰে স্বাৱলম্বী দৰঙৰ যুৱক

সূৰ্যমুখী ফুলৰ খেতিৰে স্বাৱলম্বী হৈছে দৰঙৰ এজন যুৱক ৷ সূৰ্যমুখী ফুলৰ খেতিৰ পৰা ৰিফাইন তেল উৎপাদন কৰি ব্যৱসায়িক ভাবে সফল হৈছে দৰঙৰ ৰাহুল শইকীয়া নামৰ যুৱকজন ৷

sunflower cultivation at darrang district
সূৰ্য্যমুখী ফুলৰ খেতিৰে স্বাৱলম্বী দৰঙৰ যুৱক
author img

By

Published : Feb 27, 2020, 9:57 AM IST

দৰং,27 ফেব্ৰুৱাৰীঃ দৰঙৰ হাজৰিকাপাৰাৰ এজন যুৱকৰ প্ৰশংসনীয় পদক্ষেপ ৷ ৰাহুল শইকীয়া নামৰ যুৱকজনে বঙালপোতা চাপৰিত কেইবা বিঘা মাটিত ব্যৱসায়িক ভাবে কৰিছে সূৰ্যমুখী ফুলৰ খেতি ৷ এই সূৰ্যমুখী ফুলৰ পৰা তেওঁ উৎপাদন কৰে খাদ্যজাত ৰিফাইন তেল ৷ লাভদায়ক সূৰ্যমুখী ফুলৰ খেতিৰে আত্মসন্তুষ্টি লাভ কৰিছে হাজৰিকাপাৰাৰ এইগৰাকী যুৱকে ৷ আন বহু যুৱক-যুৱতীক এতিয়া প্ৰেৰণা দিছে এই যুৱকজনৰ কৰ্মসংস্কৃতিয়ে ৷

সূৰ্যমুখী ফুলৰ খেতিৰে স্বাৱলম্বী দৰঙৰ যুৱক

লগতে পঢ়কঃসমাগত দৌলোৎসৱঃ সাজু বটদ্ৰৱা

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.