ETV Bharat / state

জনপ্ৰিয় কন্ঠশিল্পী বাবু বৰুৱাৰ সহায়ৰ হাত দৰঙৰ ভাৰতলৈ - উচ্চ শিক্ষা

সতীশ চহৰীয়া আৰু মিনু চহৰীয়াৰ পুত্ৰ ভাৰতে 92 শতাংশ নম্বৰ লাভ কৰাৰ পাচতো মুখত হাঁহি নাছিল পৰিয়ালটোৰ ৷ ভাৰতৰ উচ্চ শিক্ষাৰ বাটত দৰিদ্ৰতায়ে বাধাৰ হৈ থিয় দিছিল ৷

জনপ্ৰিয় কন্ঠশিল্পী বাবু বৰুৱাৰ সহায়ৰ হাত দৰঙৰ ভাৰতলৈ
author img

By

Published : May 27, 2019, 1:37 PM IST

দৰং , 27 মে': সদ্য ঘোষিত উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত দৰং জিলাৰ অন্তৰ্গত ছিপাঝাৰ সমষ্টিৰ হাজৰিকাপাৰা গাঁৱৰ এটা দৰিদ্ৰ পৰিয়ালৰ ছাত্ৰ ভাৰতে সুখ্যাতিৰে উত্তীৰ্ণ হ’বলৈ সক্ষম হৈছে ৷ সতীশ চহৰীয়া আৰু মিনু চহৰীয়াৰ পুত্ৰ ভাৰতে 92 শতাংশ নম্বৰ লাভ কৰাৰ পাচতো মুখত হাঁহি নাছিল পৰিয়ালটোৰ ৷ ভাৰতৰ উচ্চ শিক্ষাৰ বাটত দৰিদ্ৰতায়ে বাধাৰ হৈ থিয় দিছিল ৷

জনপ্ৰিয় কন্ঠশিল্পী বাবু বৰুৱাৰ সহায়ৰ হাত দৰঙৰ ভাৰতলৈ

ভাৰতে মঙলদৈৰ এখন ব্যক্তিগত খণ্ডৰ কনিষ্ঠ মহাবিদ্যালয়ত দুটা বছৰ বিনামূলীয়াকৈ পাঠদান গ্ৰহণ কৰে ৷ পিতৃয়ে দিন হাজিৰা আৰু মাতৃয়ে আনৰ ঘৰত বন কৰি ঘৰ খন চলাই নিয়াৰ লগতে পুত্ৰক পঢ়াৰ খৰছ বহন কৰি আহিছিল । তথাপিও দৰিদ্ৰতাক নেওচি ভাৰত চহৰীয়াই বহু কষ্টৰে পঢ়ি উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত 92 শতাংশ নম্বৰ লাভ কৰিবলৈ সক্ষম হৈছে ৷ উল্লেখ্য যে, ভাৰত চহৰীয়াই হাইস্কুল শিক্ষান্ত পৰীক্ষাতো 93 শতাংশ নম্বৰ পাবলৈ সক্ষম হৈছিল ৷ দৰিদ্ৰ পৰিয়ালৰ ছাত্ৰ ভাৰত চহৰীয়াই এজন ভাল প্ৰশাসনিক বিষয়া হোৱাৰ সপোন ৰচিছে ৷ কিন্তু দিন হাজিৰা কৰা পিতৃয়ে কিদৰে ভাৰতৰ উচ্চ শিক্ষাৰ খৰছ বহন কৰিব তাক লৈ চিন্তিত হৈ পৰিছিল পৰিয়ালটো ৷ সকলো সপোন মৰহি যোৱাৰ উপক্ৰম হোৱাৰ সময়তে দৰিদ্ৰ পৰিয়ালটোৰ কাৰণে জনপ্ৰিয় কন্ঠশিল্পী বাবু বৰুৱাই দিলে এক সুখৰ খবৰ ৷ বাবুয়ে সহায়ৰ হাত বঢ়ালে ভাৰতলৈ ৷ যাৰ কাৰণে এতিয়া পিতৃ মাতৃয়ে দিছে বাবু বৰুৱাক অশেষ ধন্যবাদ ৷

Intro:জনপ্ৰিয় কন্ঠশিল্পী বাবু বৰুৱাৰ সহায়ৰ হাত দৰিদ্ৰ পৰিয়ালৰ ছাত্ৰলৈ ৷

## উচ্চ শিক্ষাৰ কাৰণে বাধাৰ সৃষ্টি হৈ পৰিছে দৰিদ্ৰতা । উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত ৯২% নম্বৰ লাভ কৰা পিছতো ভাৰত চহৰীয়াই পৰৱৰ্তী সময়ত পঢ়াৰ কাৰণে চিন্তিত হৈ পৰিছিল ।
# সদ্য ঘোষিত উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত সুখ্যাতিৰে উত্তীৰ্ণ হবলৈ সক্ষম হল দৰিদ্ৰ পৰিয়ালৰ ছাত্ৰ ভাৰত চহৰীয়াই । দৰং জিলাৰ ছিপাঝাৰ সমষ্টিৰ হাজৰিকা পাৰাৰ গাওঁৰ নিবাসী পিতৃ চতীশ চহৰীয়া আৰু মাতৃ মিনু চহৰীয়াৰ পুত্ৰ ভাৰত ।
দৰিদ্ৰতা কো নেওচি ভাৰত চহৰীয়াই বহু কষ্টৰে পঢ়ি উচ্চতম মাধামিক চূড়ান্ত পৰীক্ষত ৯২% নম্বৰ লাভ পাবলৈ সক্ষম হৈছে । মঙলদৈৰ এখন ব্যক্তিগত খণ্ডৰ কনিষ্ঠ মহাবিদ্যালয়ে দুটা বছৰ বিনামূলীয়া পাঠদান কৰিলে ।
পিতৃয়ে দিন হাজিৰা কৰি মাকে অনাৰ ঘৰত কাম কৰি ঘৰ খন চলাই নিয়াৰ লগতে পুত্র ক পঢ়াৰ খৰছ বহন কৰি আহিছিল ।( ভাৰত চহৰীয়াই হাইস্কুল শিক্ষান্ত পৰীক্ষাতো ৯৩% নন্বৰ শতাংশ নম্বৰ পাবলৈ সক্ষম হৈছিল) ৷
ভাৰত চহৰীয়াই উচ্চতম মাধমিক চূড়ান্ত পৰীক্ষত ৯২% নম্বৰ লাভ কৰাৰ লগতে ANTHROPOLOGY ত ৯৮ ৰাজ্যৰ ভিতৰতেই সৰ্বোচ্চ নম্বৰ পাবলৈ সক্ষম হৈছে ।

কিন্তু উচ্চ শিক্ষাৰ বাবে দৰিদ্ৰতা বাধা হৈ পৰিছিল ভাৰত চহৰীয়াৰ বাবে ।
দৰিদ্ৰ পৰিয়ালৰ ছাত্ৰ ভাৰত চহৰীয়াই অলেখ সপোন বুকুত বান্ধি ৰাখিছে । থাকিবলৈ নাই এটা ভাল ঘৰ । পঢ়াৰ কাৰণে নাই এখন ভাল টেবুল । বহু কষ্টৰে পঢ়া শুনা কৰিছিল ভাৰতে ।
এজন ভাল প্ৰশাসনিক বিষয়া হোৱাৰ ইচ্ছা ভাৰতৰ । দিন হাজিৰা কৰা পিতৃয়ে কিদৰে উচ্চ শিক্ষাৰ খৰছ বহন কৰিব তাক লৈ চিন্তিত হৈ পৰিছিল পৰিয়ালটো । সকলো সপোন মৰহি যোৱাৰ উপক্ৰম হোৱাৰ সময়ত দৰিদ্ৰ পৰিয়ালটোৰ কাৰণে বাবু বৰুৱাই দিলে সুখৰ খবৰ৷
যাৰ কাৰণে পিতৃ মাতৃয়ে দিছে বাবু বৰুৱাক অশেষ ধন্যবাদ ৷Body:জনপ্ৰিয় কন্ঠশিল্পী বাবু বৰুৱাৰ সহায়ৰ হাত দৰিদ্ৰ পৰিয়ালৰ ছাত্ৰলৈ ৷

যাৰ কাৰণে পিতৃ মাতৃয়ে দিছে বাবু বৰুৱাক অশেষ ধন্যবাদ ৷
Byte_ছাৰ্ত্ৰ,মাক
বাবু 【গায়ক】Conclusion:
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.