ETV Bharat / state

দৰঙৰ ১৫নং ৰাষ্ট্ৰীয় ঘাইপথত পথ দুৰ্ঘটনা: নিহত এজন

author img

By

Published : Dec 23, 2020, 9:14 AM IST

দৰঙৰ ৰাষ্ট্ৰীয় ঘাইপথত ভয়ংকৰ পথ দুৰ্ঘটনা ৷ ৰৈ থকা ট্ৰাকত খুন্দিয়াই থিতাতে নিহত হয় বাইক আৰোহী ৷ নিহত বাইক আৰোহীজন বেছিমাৰীৰ আছিক আহমেদ ৷

road accident at darrang, death one
দৰঙৰ ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথত পথ দুৰ্ঘটনা: নিহত এজন

দৰং,23 ডিচেম্বৰ: দৰঙৰ ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথত নিশা ভয়ংকৰ পথ দুৰ্ঘটনা ৷ ৰাষ্ট্ৰীয় ঘাইপথৰ সমীপৰ লালপুলত ৰৈ থকা ট্ৰাকত খুন্দিয়াই থিতাতে নিহত হয় বাইক আৰোহী ৷ ৰাষ্ট্ৰীয় ঘাইপথত ৰৈ থকা NL-07A- 3232 নম্বৰৰ ট্ৰাকখনত As-13L-8788 নম্বৰৰ পালছাৰ 220 বাইকখনে প্ৰচণ্ড জোৰে খুন্দা মৰাৰ ফলতে সংঘটিত হয় ভয়ংকৰ পথ দুৰ্ঘটনাটো ৷

পথ দুৰ্ঘটনাটো সংঘটিত হোৱাৰ পাচতে বাইক আৰোহীজনক মঙলদৈ অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰা হয় যদিও চিকিৎসকে মৃত বুলি ঘোষণা কৰে ৷ নিহত বাইক আৰোহীজন বেছিমাৰীৰ আছিক আহমেদ (ৰানা) বুলি জানিব পৰা গৈছে ৷

লগতে পঢ়ক: অভয়াপুৰীত উদ্ধাৰ 5 টাকৈ লতামাকৰি বাঘৰ পোৱালি

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.