ETV Bharat / state

দীপাৱলীৰ শুভক্ষণত মংগলদৈত ৰংগোলী প্ৰতিযোগিতাৰ আয়োজন - অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদ

মঙলদৈত ৰংগোলী প্ৰতিযোগিতাৰ আয়োজন বিশ্ব হিন্দু পৰিষদ আৰু অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদৰ ৷ প্ৰতিযোগিতাত মুঠ 50 টা দলে যোগদান কৰি 4000 টা মাটিৰ চাকিৰে আলোকিত কৰে সমগ্ৰ মংগলদৈ চহৰ ৷

rangoli competition
ৰংগোলী প্ৰতিযোগিতা
author img

By

Published : Nov 14, 2020, 10:49 PM IST

দৰং,14 নৱেম্বৰ : দিপাৱলী উপলক্ষে দৰঙৰ মঙলদৈত ৰংগোলী প্ৰতিযোগিতাৰ আয়োজন কৰে বিশ্ব হিন্দু পৰিষদ আৰু অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদে ৷

rangoli competition
ৰংগোলী প্ৰতিযোগিতা

মংগলদৈ চহৰৰ মাজমজিয়াত অনুষ্ঠিত হোৱা এই প্ৰতিযোগিতাখনত মুঠ 50 টা দলে যোগদান কৰে । লগতে 4000 টা মাটিৰ চাকিৰে আলোকিত হৈ পৰে অঞ্চলটো ।

বন্তি প্ৰজ্জ্বলন কাৰ্যসূচীৰ শুভ উদ্বোধন কৰে মঙলদৈৰ বিধায়ক গুৰুজ্যোতি দাসে । এক সেউজ দীপাৱলী উদযাপন কৰা হয় মংগলদৈ চহৰত ।

লগতে পঢ়ক : হোজাইত সাংবাদিক পৰাগ ভূঞাৰ মৃত্যুৰ উচিত তদন্তৰ দাবীত প্ৰতিবাদ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.