ETV Bharat / state

জুবিন গাৰ্গৰ মৰমৰ পোৱালীৰ সাফল্যত উৎফল্লিত বণিয়াপাৰা

94% শতাংশ নম্বৰ লাভ কৰি সুনাম কঢ়িয়াই আনিছে কল্পই । মঙলদৈ চৰকাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ ছাত্ৰ কল্প । বণিয়াপাৰাৰ অতি দৰিদ্ৰ পৰিয়ালৰ সন্তান কল্পই বহু কষ্টৰে পঢ়া শুনা কৰিছিল ৷

author img

By

Published : May 18, 2019, 1:08 PM IST

পোৱালীৰ সাফল্যত উৎফল্লিত বণিয়া পাৰা বাসী

দৰং, 18 মে’: জুবিন গাৰ্গৰ মৰমৰ পোৱালী অৰ্থাৎ মঙলদৈৰ কল্পজ্যোতি বণিয়াৰ সাফল্য । সদ্য ঘোষিত হাইস্কুল শিক্ষান্ত পৰীক্ষাত সংগীত বিষয়ত সৰ্বোচ্চ নম্বৰ লাভ কৰিছে পোৱালীয়ে ৷ 94% শতাংশ নম্বৰ লাভ কৰি সুনাম কঢ়িয়াই আনিছে কল্পই ।মঙলদৈ চৰকাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ ছাত্ৰ কল্প । বণিয়া পাৰাৰ অতি দৰিদ্ৰ পৰিয়ালৰ সন্তান কল্পই বহু কষ্টৰে পঢ়া শুনা কৰিছিল ৷ সংগীতৰ প্ৰতি যথেষ্ট ৰাপ থকা কল্পই সৰুৰে পৰা চৰ্চা কৰি আহিছে বিভিন্ন বাদ্য যন্ত্ৰৰ । শেহতীয়াকৈ এই কিশোৰ গৰাকীয়ে জুবিন গাৰ্গৰ সৈতে বিভিন্ন সাংস্কৃতিক অনুষ্ঠানত বাদ্য সংগত কৰি আহিছে । জুবিনৰ লগত থাকিয়েই চৰ্চা কৰি আহিছে বিভিন্ন বাদ্যৰ ৷ জুবিনৰ অতি প্ৰিয় কল্পক জুবিনে মৰমতে মাতে পোৱালী বুলি ।

পোৱালীৰ সাফল্যত উৎফল্লিত বণিয়া পাৰা বাসী

লগতে পঢ়ক: পুত্ৰৰ জীৱন ৰক্ষাৰ হেতু ৰাইজৰ ওচৰত সহায় ভিক্ষা

কল্পৰ সাফল্যত সুখী দৰিদ্ৰ পৰিয়ালটো ৷ ভৱিষ্যতে সংগীতৰ ক্ষেত্ৰত Phd কৰাৰ ইচ্ছা কল্প ওৰফে পোৱালীৰ ।

as_drg_zubin student_vis01_as10006
FTP KARISO【VIS01_02】

# জুবিন গাৰ্গ ৰ মৰমৰ পোৱালি মঙলদৈ ৰ কল্প জ্যোতি বণিয়াৰ সাফল্য ।
# সদ্য ঘোষিত হাইস্কুল শিক্ষান্ত পৰীক্ষাত সংগীত বিষয়ত সৰ্বোচ্চ নম্বৰ লাভ পোৱালী কল্পৰ ।
# ৯৪% শতাংশ নম্বৰ লাভ কৰি সুনাম কঢ়িয়াই আনিলে কল্পই ।
# মঙলদৈ চৰকাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ ছাত্ৰ কল্প ।
# বণিয়া পাৰাৰ অতি দৰিদ্ৰ পৰিয়ালৰ সন্তান কল্পই বহু কষ্টৰে পঢ়া শুনা কৰিছিল ।
# সংগীতৰ প্ৰতি যধেষ্ট ৰাপ থকা কল্পই সৰুৰে পৰা চৰ্চা কৰি আহিছে বিভিন্ন বাদ্য যন্ত্ৰৰ ।
# শেহতীয়া কৈ এই কিশোৰ গৰাকীয়ে জুবিন গাৰ্গ ৰ সৈতে বিভিন্ন সংস্কৃতিৰ মঞ্চত বাদ্য সঙ্গত কৰি আহিছে ।
# লগতে জুবিনৰ লগত থাকিয়েই চৰ্চা কৰি আহিছে বিভিন্ন বাদ্যৰ ।
# জুবিনৰ অতি প্ৰিয় কল্পক জুবিনে মৰমতে মতে পোৱালি বুলি ।
# কল্পৰ সাফল্যত সুখী দৰিদ্ৰ পৰিয়ালটো ।
# ভৱিষ্যতে সংগীতৰ ক্ষেত্ৰত Phd কৰাৰ ইচ্ছা কল্প ওৰফে পোৱালিৰ ।
DEBABRAT GOSWAMI·DARRANG
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.