ETV Bharat / state

চুলাই মদৰ বিৰুদ্ধে দিপীলাত মহিলাৰ প্ৰতিবাদ - দৰং

অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ দুনী আঞ্চলিক সমিতিৰ উদ্যোগত উলিওৱা সমদলটোত কৃষক মুক্তি সংগ্ৰাম সমিতি আৰু খটৰা অঞ্চলৰ মহিলাসকলে অংশ গ্ৰহণ কৰে ।

চুলাই মদৰ বিৰুদ্ধে দিপীলাত মহিলাৰ প্ৰতিবাদ
author img

By

Published : Jun 15, 2019, 6:31 AM IST

দৰং,15 জুন: দিপীলাত মদ , তীৰ , জুৱাৰ বিৰুদ্ধে ৰাজপথলৈ ওলাই আহিল মহিলা ৷ ৰাজপথত হাতে হাতে প্লে কাৰ্ড লৈ উলিয়ালে সমদল ৷ মদৰ বিৰুদ্ধে আবকাৰী বিভাগে কোনো ব্যৱস্থা গ্ৰহণ নকৰাৰ বাবে এই প্ৰতিবাদ ৷

চুলাই মদৰ বিৰুদ্ধে দিপীলাত মহিলাৰ প্ৰতিবাদ

চুলাই মদ প্ৰচলনৰ বিৰুদ্ধে দিপীলাৰ ৰাজপথলৈ ওলাই আহিল মহিলা ৷ অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ দুনী আঞ্চলিক সমিতিৰ উদ্যোগত উলিওৱা সমদলটোত কৃষক মুক্তি সংগ্ৰাম সমিতি আৰু খটৰা অঞ্চলৰ মহিলাসকলে অংশ গ্ৰহণ কৰে । মহিলাসকলে হাতে হাতে প্লে কাৰ্ড লৈ সমদল কৰি দিপীলা খটৰা অঞ্চলৰ লগতে পশ্চিম দৰঙৰ বিভিন্ন প্ৰান্তত আবকাৰী আৰু আৰক্ষীৰ চকুৰ আগতে অবাধে চলি অহা মদ, জুৱা , তীৰ আদি কাৰ্য নিৰ্মুলৰ উদ্দেশ্যে বিভিন্ন ধৰণৰ শ্ল'গানেৰে খটৰা-দিপীলাৰ ৰাজপথ উত্তাল কৰি তোলে | উল্লেখ্য যে,কিছুদিন পূৰ্বে খটৰা গাঁৱত চুলাই ব্যৱসায়ীৰ আক্ৰমণত আহত হ'বলগীয়া হৈছিল মহিলা ৷ ভৱিষ্যতে মদ ব্যৱসায়ীৰ দপদপনি বন্ধ কৰাৰ লগতে মদ ব্যৱসায়ী আৰু জুৱাৰীৰ সৈতে গোপন বুজাবুজি নকৰিবলৈ আবকাৰী বিভাগ আৰু আৰক্ষী প্ৰশাসনক সকিয়াই দিয়ে প্ৰতিবাদকাৰীসকলে ৷ প্ৰতিবাদী সমদলটোৱে পাথৰিঘাট চক্ৰ বিষয়াৰ যোগেদি জিলা উপায়ুক্ত আৰু আৰক্ষী অধীক্ষকক সুকীয়াকৈ স্মাৰক পত্ৰও প্ৰেৰণ কৰে ৷ কিন্তু পৰৱৰ্তী সময়ত জিলা প্ৰশাসনে এই সন্দৰ্ভত কি পদক্ষেপ গ্ৰহণ কৰিব, সেয়াহে হ'ব লক্ষণীয় |

Intro:

Anchor --- দিপীলাত মদ , তীৰ , জুৱাৰ বিৰুদ্ধে ৰাজপথলৈ ওলাল মহিলা ৷

ৰাজপথত হাতে হাতে প্লেকাৰ্ড লৈ উলিয়ালে সমদল ৷

মদৰ বিৰুদ্ধে আবকাৰী বিভাগে কোনো ব্যৱস্থা গ্ৰহন নকৰাৰ বাবে এই প্ৰতিবাদ ৷

V/O ---- চুলাই মদ প্ৰচলনৰ বিৰুদ্ধে দিপীলাৰ ৰাজপথলৈ ওলাই আহিল মহিলা ৷ অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ দুনী আঞ্চলিক সমিতিয়ে উদ্যোগ গ্ৰহণ কৰা সমদলটোত কৃষক মুক্তি সংগ্ৰাম সমিতি আৰু খটৰা অঞ্চলৰ মহিলাসকলে অংশ গ্ৰহণ কৰে। মহিলা সকলে হাতে হাতে প্লে কাৰ্ড লৈ সমদল কৰি দিপীলা খটৰা অঞ্চলৰ লগতে পশ্চিম দৰঙৰ বিভিন্ন প্ৰান্তত আবকাৰী আৰু আৰক্ষীৰ চকুৰ আগতে অবাধে চলি অহা মদ, জুৱা , তীৰ আদি অসৎ কাৰ্যৰ নিৰ্মুলৰ উদ্দেশ্যে বিভিন্ন ধৰণৰ শ্ল'গানেৰে খটৰা-দিপীলাৰ ৰাজপথ উত্তাল কৰি তোল।| উল্লেখ্য যে কিছুদিন আগতে খটৰা গাঁৱত চুলাই ব্যৱসায়ীৰ আক্ৰমনত আহত হবলগীয়া হৈছিল মহিলা ৷ ভৱিষ্যতে মদ ব্যৱসায়ীৰ দপদপনি বন্ধ কৰাৰ লগতে মদ ব্যৱসায়ী আৰু জুৱাৰীৰ সতে গোপন বুজাবুজি নকৰিবলৈ আবকাৰী বিভাগ আৰু আৰক্ষী প্ৰশাসনক সকিয়াই দিয়ে প্ৰতিবাদকাৰী সকলে ৷ প্ৰতিবাদী সমদলটোৱে পাথৰিঘাট চক্ৰ বিষয়াৰ যোগেদি জিলা উপায়ুক্ত আৰু আৰক্ষী অধীক্ষকক সুকীয়া সুকীয়াকৈ স্মাৰক পত্ৰও প্ৰেৰণ কৰে ৷ কিন্তু পৰৱৰ্তী সময়ত জিলা প্ৰশাসনে এই সন্দৰ্ভত  কি পদক্ষেপ গ্ৰহন কৰিব সেয়া হ'ব লক্ষণীয়।|

Byte --- প্ৰতিবাদী মহিলা ৷Body:

Byte --- প্ৰতিবাদী মহিলা ৷Conclusion:
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.