ETV Bharat / state

গীতা পাঠেৰে মুখৰিত জনাৰামচৌকা আদৰ্শ চিকিৎসালয়

author img

By

Published : Jul 22, 2020, 3:09 PM IST

বৰপেটা ফখৰুদ্দিন আলী আহমেদ চিকিৎসা মহাবিদ্য়ালয় হাস্পতালৰ পিছত এইবাৰ দৰঙত কৰ’ণাত আক্ৰান্ত ৰোগীসকলৰ মাজত দেখা গৈছে এক সুস্থ পৰিৱেশ ৷ সম্প্ৰতি জিলাখনৰ জনাৰামচৌকা আদৰ্শ চিকিৎসালয়ত চিকিৎসা গ্ৰহণ কৰি থকা কৰ’ণা ৰোগীসকলৰ মাজত নিতৌ চলিছে গীতা পাঠৰ লগতে শাৰিৰীক অনুশীলন ৷

positive vibes at janaram model hospital darrang assam etv bharat news
কৰ’ণা ৰোগীৰ দ্বাৰা গীতা পাঠ

দৰং,22 জুলাই: কৰ’ণা ভাইৰাছৰ আতংকত ত্ৰস্তমান হোৱাৰ বিপৰীতে এক স্বাভাৱিক পৰিৱেশ গঢ়ি তোলাৰ চেষ্টা অব্যাহত ৰাখিছে কৰ’ণা ৰোগীয়ে ৷ বৰপেটা ফখৰুদ্দিন আলী আহমেদ চিকিৎসা মহাবিদ্য়ালয় হাস্পতালৰ পিছত এইবাৰ দৰঙত কৰ’ণাত আক্ৰান্ত ৰোগীসকলৰ মাজত দেখা গৈছে এক সুস্থ পৰিৱেশ ৷ সম্প্ৰতি জিলাখনৰ জনাৰামচৌকা আদৰ্শ চিকিৎসালয়ত চিকিৎসা গ্ৰহণ কৰি থকা কৰ’ণা ৰোগীসকলৰ মাজত নিতৌ চলিছে গীতা পাঠৰ লগতে শাৰিৰীক অনুশীলন ৷

কৰ’ণা ৰোগীৰ দ্বাৰা গীতা পাঠ

সম্প্ৰতি এই চিকিৎসালয়ত চিকিৎসা গ্ৰহণ কৰি থকা প্ৰাক্তন বাতৰি কাকত হকাৰ তথা বৰ্তমান দৰঙৰ জিলা কৃষি বিজ্ঞান কেন্দ্ৰৰ কৰ্মচাৰী ভৱনিধি শইকীয়াই নিতৌ কৰিছে গীতা পাঠ ৷ উক্ত কাৰ্যসূচীত উপস্থিত থাকি ৰোগীসকলৰ মনোবল বৃদ্ধিৰ বাবে চেষ্টা কৰে অন্যান্য আক্ৰান্ত ৰোগীসকলে ৷

লগতে চাওকঃ লংগাই নৈৰ খহনীয়াৰ কবলত কৰিমগঞ্জৰ বৃহত্তৰ অঞ্চল

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.