ETV Bharat / state

মুখ্যমন্ত্ৰীয়ে উদ্বোধন কৰিলে মঙলদৈ সদৰ থানাৰ নৱ-নিৰ্মিত ভৱন - মঙলদৈ সদৰ থানাৰ নৱ নিৰ্মিত ভৱন উদ্বোধন

মৈত্ৰী আঁচনিৰ অধীনত নিৰ্মিত মঙলদৈ সদৰ থানাৰ নতুন ভৱন । অসম আৰক্ষীৰ শ্বহীদ দিৱসৰ দিনা মঙলদৈত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল ৷

police station inaugurated by cm in mangaldai
author img

By

Published : Oct 21, 2019, 8:39 PM IST

দৰং, 21 অক্টোবৰ: সোমবাৰে মঙলদৈ সদৰ থানাৰ নৱ নিৰ্মিত ভৱন উদ্বোধন কৰিলে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে । অসম আৰক্ষীৰ শ্বহীদ দিৱসৰ দিনাই উদ্বোধন কৰে এই নৱ নিৰ্মিত ভৱনটো । দায়িত্বশীল ভাৱমূৰ্তিৰ বাবে থানাসমূহৰ সৰ্বাংগীন উন্নয়ন আঁচনি MOITRI ৰ অধীনত উদ্বোধন কৰে মঙলদৈ সদৰ থানাৰ নৱ নিৰ্মিত ভৱনটি । লগতে অনুষ্ঠানটোত অসম আৰক্ষীৰ অমৰ শ্বহীদ সকলৰ পুণ্য স্মৃতিত শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে ।

মৈত্ৰী আঁচনিৰ অধীনত উদ্বোধন কৰা হ'ল মঙলদৈ সদৰ থানাৰ নৱ-নিৰ্মিত ভৱন
অনুষ্ঠানটোত মুখ্য অতিথি হিচাপে উপস্থিত থাকে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল ৷ তেওঁৰ লগতে উপস্থিত থাকে মন্ত্ৰী অতুল বৰা, সাংসদ দিলীপ শইকীয়া, দি জি পি কুলধৰ শইকীয়া, দি আই জি ব্ৰজেঞ্জিত সিনহা, মঙলদৈ সমষ্টিৰ বিধায়ক গুৰু জ্যোতি দাস, অসম চৰকাৰৰ অতিৰিক্ত মুখ্য সচিব কুমাৰ সঞ্জয় কৃষ্ণ ।

Intro:মঙ্গলদৈ সদৰ আৰক্ষী থানাৰ নৱনিৰ্মিত ভৱন উদ্ধোধন ।

##উদ্ধোধন কৰে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াই ।

##মৈত্ৰি আঁচনিৰ অধীনত উদ্ধোধন কৰে মঙ্গলদৈ সদৰ থানাৰ নৱ নিৰ্মিত ভৱন।
Body:
সোমবাৰে মঙ্গলদৈ সদৰ থানাৰ নৱ নিৰ্মিত ভৱন উদ্ধোধন কৰে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াই। অসম আৰক্ষীৰ শ্বহীদ দিৱসৰ দিনাই উদ্ধোধন কৰে এই নৱ নিৰ্মিত ভৱনটো। দায়িত্বশীল ভাৱমূৰ্তিৰ বাবে থানা সমূহৰ সৰ্বাঙ্গীন উন্নয়ন আঁচনি MOITRI ৰ অধীনত উদ্ধোধন কৰে মঙ্গলদৈ সদৰ থানাৰ নৱ নিৰ্মিত ভৱনটি। অনুষ্ঠানটোত অসম আৰক্ষীৰ অমৰ শ্বহীদ সকলৰ পুণ্য স্মৃতিত শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াই।

অনুষ্ঠানটোত মুখ্য অতিথি হিচাপে উপস্থিত থাকে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল, মন্ত্ৰী অতুল বৰা, সাংসদ দিলীপ শইকীয়া, দি জি পি কুলধৰ শইকীয়া, দি আই জি ব্ৰজেঞ্জিত সিনহা, মঙ্গলদৈ সমষ্টিৰ বিধায়ক গুৰু জ্যোতি দাস, অসম চৰকাৰৰ অতিৰিক্ত মুখ্য সচিব কুমাৰ সঞ্জয় কৃষ্ণ।

Conclusion:Debabrat goswami, ,Darrang
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.