ETV Bharat / state

ছিপাঝাৰত পৰমানন্দ ৰাজবংশীৰ প্ৰাৰ্থীত্ব প্ৰদানৰ বিৰোধিতা

author img

By

Published : Mar 5, 2021, 4:58 PM IST

ছিপাঝাৰ বিধানসভা সমষ্টি আৰু কলাইগাঁও সমষ্টিক লৈ ঘনে ঘনে সলনি হৈছে প্ৰাৰ্থীত্ব কেন্দ্ৰীক দৃশ্যপট । শেহতীয়াভাৱে ছিপাঝাৰ সমষ্টিটো বিজেপি অগপ দলক এৰি দিয়া বুলি বিজেপিৰ শীৰ্ষ সূত্ৰে জানিব পৰা গৈছে । এই লৈ শুকুৰবাৰে ছিপাঝাৰত বিনন্দ পন্থী বিজেপি কৰ্মকতা সকলে ব্যাপক ক্ষোভ ব্যক্ত কৰা পৰিলক্ষিত হৈছে ।

ছিপাঝাৰত পৰমানন্দ ৰাজবংশীৰ প্ৰাৰ্থীত্ব প্ৰদানৰ বিৰোধিতা
ছিপাঝাৰত পৰমানন্দ ৰাজবংশীৰ প্ৰাৰ্থীত্ব প্ৰদানৰ বিৰোধিতা

দৰং,5 মাৰ্চঃ আগন্তুক বিধানসভা নিৰ্বাচনৰ বাবে দৰং জিলাৰ অগপ বিজেপি মিত্ৰ দলৰ প্ৰাৰ্থীত্বক লৈ ন ন চৰ্চা আৰম্ভ হৈছে । বিশেষকৈ ছিপাঝাৰ বিধানসভা সমষ্টি আৰু কলাইগাঁও সমষ্টিক লৈ ঘনে ঘনে সলনি হৈছে প্ৰাৰ্থীত্ব কেন্দ্ৰীক দৃশ্যপট । শেহতীয়াভাৱে ছিপাঝাৰ সমষ্টিটো বিজেপি অগপ দলক এৰি দিয়া বুলি বিজেপিৰ শীৰ্ষ সূত্ৰে জানিব পৰা গৈছে । এই লৈ শুকুৰবাৰে ছিপাঝাৰত বিনন্দ পন্থী বিজেপি কৰ্মকতা সকলে ব্যাপক ক্ষোভ ব্যক্ত কৰা পৰিলক্ষিত হৈছে ।

উল্লেখযোগ্য যে, আঞ্চলিকতাবাদৰ দুৰ্গ স্বৰূপ ছিপাঝাৰত অগপ নেতৃত্বৰ ভুলৰ বাবেই ৰাষ্ট্ৰীয় দলৰ হাতলৈ গৈছিল যদিও পুনৰ সমষ্টিটো অগপক এৰি দিবলৈ সিদ্ধান্ত লোৱাত ছিপাঝাৰবাসী উৎফুল্লিত হৈ পৰিছে । সেইফালৰ অগপৰ প্ৰাথীত্ব প্ৰদান কৰাৰ সম্ভাৱনা ড৹ পৰমানন্দ ৰাজবংশীৰ । মনকৰিবলগীয়া যে, বিজেপি নেতা তথা মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ সোহাঁত স্বৰূপ ড৹ পৰমানন্দ ৰাজবংশীয়ে প্ৰাৰ্থীত্ব লাভ কৰাটো নিশ্চিত হৈ পৰিছে ।

আনহাতে পৰমানন্দ ৰাজবংশীৰ টিকট নিশ্চিত হোৱাত ক্ষোভিত হৈ পৰিছে ছিপাঝাৰ বিধান মণ্ডল, ছিপাঝাৰ বিধান মণ্ডলৰ সভাপতি নব ডেকাই শুকুৰবাৰে দৰঙ জিলা অগপৰ কাৰ্যালয়ত এক সংবাদমেল যোগে পৰমানন্দ ৰাজবংশীয়ে টিকট পালে সহযোগ নকৰে বুলি উল্লেখ কৰিছে ৷

লগতে পঢ়কঃ ৰূপহীহাটৰ জুৰীয়াত কংগ্ৰেছ দলৰ ডিজিটেল প্ৰচাৰ অভিযান

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.