ETV Bharat / state

চিকিৎসালয়ত কোৱাৰেণ্টাইনত থকা অৱস্থাতে মৃত্যু এজনৰ - তনুৰাম শইকীয়া

কোৱাৰেণ্টাইনত থকা অৱস্থাতে মৃত্যু হয় দলগাঁৱৰ তনুৰাম শইকীয়া নামৰ এগৰাকী লোকৰ । যোৱা ৫ মে'ত মুম্বাইৰ পৰা এম্বুলেঞ্চ এখন ভাড়া কৰি অসমলৈ আহিছিল লোকজন ।

one person died in guwahari during his quarantine period

author img

By

Published : May 11, 2020, 10:13 AM IST

দৰং, 11 মে': গুৱাহাটীৰ মহেন্দ্ৰ মোহন চৌধুৰী চিকিৎসালয়ত কোৱাৰেণ্টাইনত থকা অৱস্থাত মৃত্যু দৰং জিলাৰ দলগাঁৱৰ তনুৰাম শইকীয়া নামৰ এজন লোকৰ । অগ্নিনিৰ্বাপক বাহিনীৰ অৱসৰপ্ৰাপ্ত কৰ্মচাৰীগৰাকীয়ে কৰ্কট ৰোগৰ চিকিৎসাৰ বাবে গৈছিল মুম্বাইলৈ ।

চিকিৎসালয়ত কোৱাৰেণ্টাইনত থকা অৱস্থাতে মৃত্যু এজনৰ

মুম্বাইত চিকিৎসা কৰাবলৈ গৈ লক্ ডাউনৰ ফলত বিগত ৪০ দিন আবদ্ধ হৈ থকাৰ পাচত যোৱা ৫ মে'ত মুম্বাইৰ পৰা এখন এম্বুলেঞ্চ ভাড়া কৰি দলগাঁৱলৈ আহিছিল লোকজন ৷ কৰ'ণা সংক্ৰমণ প্ৰতিহত কৰাৰ বাবে লোৱা ব্যৱস্থাৰ অনুসৰি পুত্ৰৰ সৈতে যোৱা ৯ মে'ৰ পৰা গুৱাহাটীৰ মহেন্দ্ৰ মোহন চৌধুৰী চিকিৎসালয়ত কোৱাৰেণ্টাইনত ৰখা হৈছিল ব্যক্তিগৰাকীক । দেওবাৰে নিশা চিকিৎসালয়খনতে মৃত্যুক সাৱটি লয় লোকজনে ।

লগতে পঢ়কঃ তেজপুৰ বিশ্ববিদ্যালয়ৰ জ'নেল কোৱাৰেণ্টাইন কেন্দ্ৰ পৰিদৰ্শন স্বাস্থ্যমন্ত্ৰীৰ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.