ETV Bharat / state

দৰং আৰক্ষীৰ সাফল্য: গ্ৰেপ্তাৰ চাহপাত ভৰ্তি ট্ৰাক চুৰিকাণ্ডৰ মূল নায়ক

author img

By

Published : Nov 14, 2019, 1:26 PM IST

চুৰি হোৱা ট্ৰাকখন অৰুণাচল প্ৰদেশৰ বান্দৰদোৱাৰ পৰা আহিছিল ৷ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰা লোকজন দলগাঁওৰ অন্তৰ্গত চুকাবাহীৰ ছোবান আলি ৷

দৰং আৰক্ষীৰ সাফল্য: গ্ৰেপ্তাৰ চাহপাতভৰ্তি ট্ৰাক চুৰিকাণ্ডৰ মূল নায়ক

দলগাওঁ, ১৪ নৱেম্বৰ: অৱশেষত গ্ৰেপ্তাৰ হ’ল চাহপাত চুৰিকাণ্ডৰ মূল নায়ক ৷ কিছুদিন পূৰ্বে দৰঙত সংঘটিত চাহপাত চুৰিৰে জড়িত মূল নায়ক গৰাকীক আৰক্ষীয়ে বৃহস্পতিবাৰে গ্ৰেপ্তাৰ কৰে ৷ লগতে চুৰিকাৰ্যত ব্যৱহাৰ কৰা AS 12AC 8712 নম্বৰৰ ট্ৰাকখনো জব্দ কৰে ৷ দলগাঁৱৰ দৈপাম আৰক্ষীৰ নেতৃত্বত চলা এই অভিযানত ধৰা পৰে প্ৰায় 18 লক্ষাধিক টকাৰ চাহপাত ৷ চুৰি হোৱা ট্ৰাকখন অৰুণাচল প্ৰদেশৰ বান্দৰদোৱাৰ পৰা আহিছিল ৷ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰা লোকজন দলগাঁওৰ অন্তৰ্গত চুকাবাহীৰ ছোবান আলি ৷ দৈপাম আৰক্ষীচকীৰ ভাৰপ্ৰাপ্ত বিষয়া কল্যাণ বৰাৰ নেতৃত্বত চলিছিল এই অভিযান ৷ গ্ৰেপ্তাৰ হোৱা লোকজনৰ ঘৰৰপৰা কিছু পৰিমাণৰ চাহপাত জব্দ কৰে আৰক্ষীয়ে । ইতিমধ্যে ঘটনা সন্দৰ্ভত বান্দৰদোৱা আৰক্ষী চকীত 23/19 u/s 120(B)/407 IPC নম্বৰৰ এক গোচৰ ৰুজু কৰা হৈছে ৷

লগতে চাওক:নলবাৰী ৰাস মহোৎসৱৰ চতুৰ্থ বাৰ্ষিক গ্ৰন্থ মেলা উদ্বোধন

Intro:Slug=Dalgaon_One_Arrested_
## দৰং আৰক্ষীৰ সাফল্য ।
## দলগাঁৱৰ দৈপাম আৰক্ষীৰ অভিযানত গ্ৰেপ্তাৰ চাহপাত ভৰ্তি ট্ৰাক চুৰি কান্ডৰ খলনায়ক ।
Body:

দলগাও / ১৪ নবেম্বৰ

# অৰুণাচল প্ৰদেশৰ বান্দৰদোৱাৰ পৰা 18 লক্ষাধিক টকাৰ চাহপাত ভৰ্তি ট্ৰাক চুৰি কাণ্ডৰ মূল খলনায়কক দৰঙৰ দৈপামত আটক।

# দৈপাম আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়া কল্যান বৰা নেতৃত্বত চলা অভিযানত আটক হয় দলগাঁওৰ চুকাবাহিৰ ছোবান আলিক।

# ছোবান আলিৰ ঘৰৰ পৰা উদ্ধাৰ কিছু পৰিমান চাহ পাত।

# চুৰি হোৱা চাহ পাত উদ্ধাৰৰ ক্ষেত্ৰত আৰক্ষীৰ তদন্ত অব্যাহত।

# বন্দৰদেৱাৰ পৰা যোৱা 13 ছেপ্টেম্বৰ চুৰি হৈছিল 18 লাখাধিক টকাৰ চাহ পাত ভৰ্তি AS 12AC 8712 নম্বৰ ট্ৰাকখন ।

## বান্দৰদেৱা আৰক্ষী থানাৰ কেচ নম্বৰ 23/19 u/s 120(B)/407 IPC..
Conclusion:আব্দুল হাকিম
দলগাও ।
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.