ETV Bharat / state

কৰ'না ভাইৰাছৰ প্ৰভাৱঃ খালি হৈ পৰিল মঙলদৈ অসামৰিক চিকিৎসালয় - চিকিৎসাকৰ্মী

২০০ খন বিচনাযুক্ত চিকিৎসালয় খনত এতিয়া মাত্ৰ চাৰি গৰাকী ৰোগীহে আছে । ভয় আৰু শংকাৰ বাবেই ৰোগী সকল চিকিৎসালয়ৰ পৰা গুচি যোৱা বুলি জনাইছে চিকিৎসাকৰ্মীয়ে ৷

ETV BHARAT
কৰ'না ভাইৰাছৰ প্ৰভাৱঃ খালি হৈ পৰিল মঙলদৈ অসামৰিক চিকিৎসালয়
author img

By

Published : Mar 22, 2020, 9:50 PM IST

মঙলদৈ,22 মাৰ্চঃ কৰ'না ভাইৰাছৰ প্ৰভাৱত খালি হ'ল মঙলদৈ অসামৰিক চিকিৎসালয় । ২০০ খন বিচনাযুক্ত চিকিৎসালয় খনত এতিয়া মাত্ৰ চাৰি গৰাকী ৰোগী আছে চিকিৎসালয় খনত ।

কৰ'না ভাইৰাছৰ প্ৰভাৱঃ খালি হৈ পৰিল মঙলদৈ অসামৰিক চিকিৎসালয়

কৰ'না ভাইৰাছ ৰ প্ৰভাৱত খালি হৈ পৰিল মঙলদৈ অসামৰিক চিকিৎসালয় । কালিলৈকে ৰোগী আৰু ৰোগীৰ আত্মীয়ই গীজগিজাই থকা চিকিৎসালয় খন আজি হঠাতে জনশূন্য হয় । ২০০ খন বিচনাযুক্ত চিকিৎসালয় খনত এতিয়া মাত্ৰ চাৰি গৰাকী ৰোগীহে আছে । ইয়াৰে তিনি গৰাকী আজি আহিছে আৰু বাকি এজনৰ পৰিয়ালৰ কোনো নাই বাবে চিৎসালয়তে আছে । ভয় আৰু শংকাৰ বাবেই ৰোগী সকলে চিকিৎসালয়ৰ পৰা জোৰ কৰি গুচি যোৱা বুলি জনাইছে চিকিৎসাকৰ্মীয়ে । লগতে কোনোকালেই এনে পৰিবেশ সৃষ্টি হোৱা নাছিল বুলিও জানিব দিয়ে চিকিৎসালয়ৰ কৰ্মচাৰীয়ে ।

লগতে পঢ়ক- COVID-19: 31 মাৰ্চলৈকে বাতিল ভাৰতীয় ৰে’ল সেৱা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.