ETV Bharat / state

"চেষ্টা"ৰ সহযোগত কৃষি কৰ্মত নামিছে এদল মহিলা - বৃহত্তৰ অঞ্চলত কৃষি কাৰ্যৰ বাবে নামি পৰিছে এদল মহিলা ৷

কৃষি কৰ্মত নামি মহিলা সকলে স্বাৱলম্বিতা আৰু আত্মনিৰ্ভশীলতাৰ এক আদৰ্শ দাঙি ধৰিছে । প্ৰায় 800 পৰা 1000 বিঘা মাটিত শ্ৰী প্ৰদ্ধতিৰে কৰিছে কৃষিকাৰ্য ।

ngo-seven-sister-development-assitence-at-drrang
"চেষ্টা"ৰ সহযোগত কৃষি কৰ্মত নামিছে এদল মহিলা
author img

By

Published : Jul 31, 2020, 2:55 PM IST

দৰং,31জুলাইঃ দৰং জিলাৰ এক বৃহত্তৰ অঞ্চলত কৃষি কাৰ্যৰ বাবে নামি পৰিছে এদল মহিলা ৷ মঙলদৈৰ চহৰৰ নিকটৱৰ্তী ৰামহৰি পঞ্চায়তৰ অন্তৰ্গত ডাঁহা গাঁৱৰ মহিলা সকলে প্ৰায় 800 পৰা 1000 বিঘা মাটিত শ্ৰী প্ৰদ্ধতিৰে কৰিছে কৃষিকাৰ্য । কৃষি কৰ্মত নামি মহিলা সকলে স্বাৱলম্বিতা আৰু আত্মনিৰ্ভশীলতাৰ এক আদৰ্শ দাঙি ধৰিছে । তাতোকৈ ডাঙৰ কথা এই মহিলাসকলে দেখুৱাইছে প্ৰকৃততে নাৰী সৱলীকৰণ কি ৷

"চেষ্টা"ৰ সহযোগত কৃষি কৰ্মত নামিছে এদল মহিলা

উল্লেখযোগ্য যে,মহিলা সকলে এটা NGO seven sister development assitence,চমুকৈ চেষ্টা সহযোগত কৰিছে কৃষি কাৰ্য । চেষ্টাৰ সহযোগতে মহিলা সকলে স্বাৱলম্বী হোৱাত সহায়ক হৈছে ৷ চেষ্টাৰ এনে প্ৰয়াস সঁচাকৈয়ে প্ৰশংসনীয় ৷ তেওঁলোকৰ এই কাৰ্য সমগ্ৰ অসমতে মহিলা সৱলীকৰণৰত আৰ্দশ হৈ ৰ’ব ৷

লগতে পঢ়কঃ গোচৰীয়াক দুৰ্ব্যবহাৰ কৰি ক্ষমা খুজিলে এগৰাকী আৰক্ষী বিষয়াই

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.