ETV Bharat / state

দক্ষিণ কোৰিয়াৰ চেনিটাইজাৰ মেচিনেৰে মংগলদৈ চহৰ চেনিটাইজ - ব্যৱসায়িক গোট অটোটাচ

মংগলদৈত দক্ষিণ কোৰিয়াৰ পৰা অত্যাধুনিক চেনিটাইজাৰ মেচিন আমদানি কৰা হৈছে ৷ অতি কম খৰচতে এই মেচিনটোৰ জৰিয়তে বিভিন্ন অঞ্চল চেনিটাইজ কৰিব পাৰিব বুলি স্বত্বাধিকাৰী ৱাহিদুৰ ৰহমানে উল্লেখ কৰে ৷

New technology sanitizer machine in darrang
দক্ষিণ কোৰিয়াৰ চেনিটাইজাৰ মেচিনৰ জৰিয়তে মংগলদৈ চহৰ চেনিটাইজ
author img

By

Published : Jun 3, 2020, 4:02 PM IST

দৰং, 3 জুন : কৰ'ণা ভাইৰাছৰ সংক্ৰমণ বৃদ্ধি হৈ থকাৰ সময়তে মঙলদৈ চহৰ অত্যাধুনিক চেনিটাইজাৰ মেচিনৰ জৰিয়তে বিভিন্ন অঞ্চল চেনিটাইজ কৰা হয় ৷ মঙলদৈৰ চহৰীয়া কাকত এজেঞ্চিৰ স্বত্বাধিকাৰী ৱাহিদুৰ ৰহমান চহৰীয়াৰ ব্যৱসায়িক গোট অটোটাচৰ উদ্যোগত বুধবাৰে দৰং জিলাৰ উপায়ুক্তৰ কাৰ্যালয়ৰ লগতে মঙলদৈ প্ৰেছ ক্লাৱ,মঙলদৈ অসামৰিক চিকিৎসালয় আদিত চেনিটাইজ কৰে অত্যাধুনিক মেচিনটোৰ জৰিয়তে ৷

দক্ষিণ কোৰিয়াৰ চেনিটাইজাৰ মেচিনেৰে মংগলদৈ চহৰ চেনিটাইজ

দক্ষিণ কোৰিয়াৰ পৰা আমদানি কৰা এই মেচিনটোৰ জৰিয়তে পানীৰ ভাপৰ লগতে ৰাসায়নিক দ্ৰব্যৰ দ্বাৰা বীজাণু ধ্বংস কৰিব পৰা যাব বুলি উল্লেখ কৰে স্বত্বাধিকাৰীয়ে । আনহাতে,অতি কম খৰচতে মেচিনটোৰ জৰিয়তে বাসভৱন,চৰকাৰী-বেচৰকাৰী কাৰ্যালয়,বেংক,ডাকঘৰ,চিকিৎসালয়,ৰেষ্টুৰেন্ট,বাছ আস্থান, বিভিন্ন ৰাজহুৱা স্থানত চেনিটাইজ কৰিব পৰা যাব বুলি স্বত্বাধিকাৰী গৰাকীয়ে উল্লেখ কৰে ৷

লগতে পঢ়ক : সম্ৰাজনগৰঃ যিখন জিলাত এগৰাকীও লোক আক্ৰান্ত হোৱা নাই কৰ'ণা ভাইৰাছত

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.