ETV Bharat / state

দৰঙৰ হ'কাৰসকলৰ মাজত বিধায়ক গুৰুজ্যোতি দাসৰ খাদ্য সামগ্ৰী বিতৰণ

বিধায়কগৰাকীৰ হৈ হ'কাৰসকলৰ মাজত চাউল, দাইল, আলু, বিস্কুটৰ লগতে বিভিন্ন অত্যাৱশ্যকীয় সামগ্ৰী যোগান ধৰে গুৰুজ্যোতি দাসৰ স'তে জড়িত এটা ব্যক্তিগত সংস্থাৰ সদস্যসকলে ৷

author img

By

Published : May 3, 2020, 11:25 AM IST

দৰঙৰ হ'কাৰসকলৰ মাজত বিধায়ক গুৰুজ্যোতি দাসৰ খাদ্য সামগ্ৰী বিতৰণ
দৰঙৰ হ'কাৰসকলৰ মাজত বিধায়ক গুৰুজ্যোতি দাসৰ খাদ্য সামগ্ৰী বিতৰণ

মঙলদৈ, 3 মেঃ লক্​ ডাউনৰ মাজতো দ্বিধাহীনভাৱে নিজ কৰ্তব্য পালন কৰি থকা দৰঙৰ হ'কাৰসকলৰ মাজত দেওবাৰে খাদ্য সামগ্ৰী বিতৰণ কৰে বিধায়ক গুৰুজ্যোতি দাসে ৷ হ'কাৰসকলক চাউল, দাইল, আলু, বিস্কুটৰ লগতে বিভিন্ন অত্যাৱশ্যকীয় সামগ্ৰী যোগান ধৰে বিধায়কগৰাকীৰ সৈতে জড়িত এটা ব্যক্তিগত সংস্থাৰ সদস্যসকলে ৷ লগতে জিলাখনৰ প্ৰায় 60 জন হ'কাৰৰ মাজত সদস্যসকলে সামগ্ৰীসমূহ বিতৰণ কৰে ৷ বিধায়কগৰাকীৰ এই পদক্ষেপত সকলোৱে সঁহাৰি জনাই ৷

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.