ETV Bharat / state

বিধায়ক গুৰুজ্যোতি দাসৰ ট্ৰাই ছাইকেল বিতৰণ - মঙলদৈৰ বিধায়ক গুৰুজ্যোতি দাসে

মঙলদৈৰ বিধায়ক গুৰুজ্যোতি দাসে চৰকাৰী আঁচনিৰ জৰীয়তে দৰং জিলাৰ কৃষি বিষয়াৰ জৰীয়তে অতি কমেও ৩০ জন হিতাধিকাৰীৰ মাজত ট্ৰাই ছাইকেল বিতৰণ কৰে ৷

mla-guru-joyti-das-distributaion-try-chycal
বিধায়ক গুৰুজ্যোতি দাসৰ ট্ৰাই ছাইকেল বিতৰণ
author img

By

Published : Jul 22, 2020, 3:14 PM IST

দৰঙ,22 জুলাইঃ বৰ্তমান দেশৰ সৰ্বত্ৰে ক’ৰণাৰ আতংক ৷ দিন হাজিৰা কৰা সাধাৰণ জনতাৰ হাতত নাই কোনো কাম ৷ হাজিৰা কৰিবলৈ আনৰ ঘৰলৈ যাব নোৱাৰে কাৰণ ক’ৰণা ৷ মুঠৰ ওপৰত দিন হাজিৰা কৰা মানুহৰ উপাৰ্জনৰ সকলো পথ প্ৰায় বন্ধ হোৱাৰ পথত ৷ এনে সময়তে মঙলদৈৰ বিধায়ক গুৰুজ্যোতি দাসে চৰকাৰী আঁচনিৰ জৰীয়তে দৰং জিলাৰ কৃষি বিষয়াৰ জৰীয়তে অতি কমেও ৩০ জন হিতাধিকাৰীৰ মাজত ট্ৰাই ছাইকেল বিতৰণ কৰিলে ৷

বিধায়ক গুৰুজ্যোতি দাসৰ ট্ৰাই ছাইকেল বিতৰণ

আৰেং প্ৰাথমিক বিদ্যালয়ত আয়োজন কৰা এক কাৰ্যসূচীত ট্ৰাই চাইকেল বিতৰণ অনুষ্ঠানত উপস্থিত থাকে জিলা কৃষি বিষয়া,দৰং জিলা বিজেপিৰ সভাপতি অমৰেন্দ্ৰ শৰ্মা,নগৰবাহী গাঁও পঞ্চায়তৰ সভাপতি চৰিফুল হ’ক ৷ ট্ৰাই চাইকেল বিতৰণী সভাত বিধায়ক গুৰুজ্যোতি দাসে হিতাধিকাৰী সকলক চাইকেলৰ উপযুক্ত ব্যৱহাৰ কৰি নিজ নিজ পৰিয়াল চলাই নিব পাৰিব বুলি আশা প্ৰকাশ কৰে ৷

লগতে পঢ়কঃ বিধায়ক শিলাদিত্য দেৱৰ সমষ্টিৰ পথৰ দুৰৱস্থা

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.