ETV Bharat / state

126 বছৰীয়া পথৰুঘাটৰ শ্বহীদক সুঁৱৰি শ্বহীদ দিৱস পালন

author img

By

Published : Jan 28, 2020, 8:14 PM IST

পথৰুঘাটৰ ৰণৰ 126 বছৰ পূৰ্ণ হোৱাৰ পৰিপ্ৰক্ষিতত মঙলবাৰে পালন কৰা হয় কৃষক শ্বহীদ দিৱস ৷ কৃষিভূমিৰ খাজনা বৃদ্ধিৰ জৰিয়তে দৰঙীয়া কৃষকক মাধমাৰ দিয়াৰ প্ৰতিবাদ কৰিবলৈ লওঁতে ব্ৰিটিছৰ ভেৰোণীয়া সেনাই কৃষকসকলক হত্যা কৰিছিল । পথৰুঘাটৰ কৃষক ৰণ হিচাপে এই ঠাই আজিও চিহ্নিত ৷ সেয়ে এই দিনটোত প্ৰতি বছৰে পালন কৰা হয় কৃষক শ্বহীদ দিৱস ৷

পথৰুঘাটৰ ৰণ
শ্বহীদ দিৱস পালন

দৰং,28 জানুৱাৰীঃ ঐতিহাসিক পথৰুঘাটৰ ৰণৰ 126 বছৰ পূৰ্ণ হোৱাৰ পৰিপ্ৰক্ষিতত মঙলবাৰে পালন কৰা হয় কৃষক শ্বহীদ দিৱস ৷ ব্ৰিটিছৰ শোষণ-বঞ্চনাৰ বিৰুদ্ধে কৰা প্ৰতিবাদত ১৮৯৪ চনৰ ২৮ জানুৱাৰীত দৰং জিলাৰ পথৰুঘাটত হিন্দু-মুছলমানকে ধৰি ১৪০জন নিৰীহ কৃষকক হত্যা কৰা হৈছিল । কৃষিভূমিৰ খাজনা বৃদ্ধিৰ জৰিয়তে দৰঙীয়া কৃষকক মাধমাৰ দিয়াৰ প্ৰতিবাদ কৰিবলৈ লওঁতে ব্ৰিটিছৰ ভেৰোণীয়া সেনাই কৃষকসকলক হত্যা কৰিছিল । পথৰুঘাটৰ কৃষক ৰণ হিচাপে এই ঠাই আজিও চিহ্নিত ৷ সেয়ে এই দিনটোত প্ৰতি বছৰে পালন কৰা হয় কৃষক শ্বহীদ দিৱস ৷

শ্বহীদ দিৱস পালন

পৰিতাপৰ বিষয়,এই ঐতিহাসিক পথৰুঘাট আজিও অৱহেলিত । চৰম ত্যাগ আৰু আত্মবলিদানৰ তেজেৰে ধোৱা ইতিহাসক পাহৰিলে স্বাধীন ভাৰতৰ চৰকাৰে ৷ পঞ্জাৱৰ জালিৱানাবালাবাগৰ হত্যাকাণ্ড আৰু চিপাহী বিদ্ৰোহতকৈ অধিক গুৰুত্বপূৰ্ণ আছিল পথৰুঘাটৰ ৰণ ৷ কিন্ত আজিকোপতি চৰকাৰৰ টোকাবহীত খোদিত নহ’ল এই নাম ৷ প্ৰচাৰৰ অভাৱত নৱপ্ৰজন্মৰ বাবে হয়তো এটা সময়ত পথৰুঘাটৰ ৰণ অচিনাকী হৈ ৰব ৷

লগতে চাওকঃমাজুলীত পেলনীয়া প্লাষ্টিকৰ বটলেৰে নিৰ্মান অংগনবাদী কেন্দ্ৰঃ দেশজুৰি চৰ্চা

Intro:ঐতিহাসিক পথৰুঘাটত, কৃষক শ্বহীদ দিৱস, সশ্ৰদ্ধ স্মৰন ১৪০ জন শ্বহীদ কৃষকক.Body:ঐতিহাসিক পথৰুঘাটত, কৃষক শ্বহীদ দিৱস, সশ্ৰদ্ধ স্মৰন ১৪০ জন শ্বহীদ কৃষকক৷দৰঙ জিলা প্ৰশাষনৰ উদ্যেগত শ্বহীদ দিবস পালন
ব্ৰিটিছৰ শোষণ-বঞ্চনাৰ প্ৰতিবাদ কৰিবলৈ গৈ ১৮৯৪ চনৰ ২৮ জানুৱাৰী তাৰিখে দৰং জিলাৰ পথৰুঘাটতত হিন্দু _মুছলমানকে ধৰি ১৪০জন নিৰীহ কৃষক ছহিদ হৈছিল। কৃষিভূমিত খাজনা বৃদ্ধিৰ জৰিয়তে দৰঙীয়া কৃষকক মাধমাৰ দিবলৈ যোৱাৰ বাবেই প্ৰতিবাদ কৰিবলৈ লওঁতেই ব্ৰিটিছৰ ভেৰোণীয়া সেনাই কৃষকসকলক হত্যা কৰিছিল। পথৰুঘাটৰ কৃষক ৰণ হিচাপে চিহ্নিত৷এই দিনতোতে প্ৰতি বছৰে পালন কৰি আহিছে কৃষক শ্বহীদ দিবস
Byte_স্বানীয় যুবক,
V o এই ঐতিহাসিক পথৰুঘাট আজিও অৱহেলিত।চৰম ত্যাগ আৰু আত্মবলিদানৰ এই তেজে ধোৱা ইতিহাসক পাহৰিলে স্বাধীন ভাৰতৰ চৰকাৰে আজিও উপেক্ষিত হৈয়েই থাকিল পথৰুঘাট
বাইট,যুবক স্হানীয়
V o_পাঞ্জাবৰ জালিৱানাগৰ হত্যাকান্দ আৰু চিপাহী বিদ্ৰোহতকৈ অধিক গুৰুত্ব পূৰ্ন আছিল এই পথৰুঘাটৰ ৰন, কিন্ত চৰকাৰৰ টোকা বহিত নাম খুধিত নহল পথৰুঘাটৰ ৰন,যাৰ বাবে আজিও চিৎকাৰ কৰি উঠে ছহীদ সকলৰ অাত্মই৷স্বাধীনোত্তৰ কালৰ পৰা ঐতিহাসিক ৰন পথৰুঘাটৰ উপযুক্ত স্বীকৃতি দিয়াত কৃপনানী কৰি আহিছে প্ৰতিখন চৰকাৰে৷৷ছহীদৰ কেচা তেজৰ মুল্য নিদিয়াৰ অভিযোগ তুলি ক্ষোভ উজাৰিলে ছহীদৰ পৰিয়ালে
বাইট _ছহীদ নাতী
পঞ্জাৱৰ জালিৱনাৱাগৰ হত্যা আৰু চিপাহী বিদ্ৰোহে বিশ্ব দৰবাৰত প্ৰচাৰ তথা প্ৰসাৰ লাভ কৰাৰ বিপৰিতে ঐতিহাসিক পথৰুঘাট ৰন থলিক গুৰুত্ব নিদিয়়াৰ অভিযোগ শাসকীয় চৰকাৰ খনলৈ,ৰজা ঘৰৰ অবহেলাত চিৰদিন প্ৰচাৰ বিমুখ হৈ ৰব নিকি পথৰুঘাট, নৱ পজন্মৰ বাবে পাহৰনি হয় যাব নেকি এনেকৈ,Conclusion:দেবব্ৰত গোস্বামী দৰঙ, (অনুগ্ৰহ কৰি অলপ স্কীপ তো বনাই লব, )
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.