ETV Bharat / state

চুলাই মদৰ বিৰুদ্ধে আৰক্ষীৰ অভিযান

আৰক্ষীৰ অভিযানত জব্দ এহেজাৰৰো অধিক চুলাই মদৰ পেকেট

author img

By

Published : Feb 24, 2019, 10:15 PM IST

আৰক্ষীৰ অভিযান

দৰং , ২৪ ফেব্ৰুৱাৰী: গোলাঘাট আৰু যোৰহাটত এতিয়া চুলাই মদৰ ট্ৰেজেডী । বিষাক্ত চুলাইমদ সেৱন কৰি প্ৰায় ডেৰ শতাধিক লোকৰ মৃত্যুৰ পাচতেই দৰঙৰখাৰুপেটীয়া আৰক্ষীয়ে চুলাই মদৰ বিৰুদ্ধে খাৰুপেটীয়াত অভিযান চলাই ।

আৰক্ষীৰ অভিযান

খাৰুপেটীয়া আৰক্ষীয়ে চুলাই মদৰ বিৰুদ্ধে কঠোৰ পদক্ষেপ গ্ৰহণ কৰি খাৰুপেটীয়া নগৰৰ মাজমজিয়াত থকা বহু কেইটা মদৰ ঘাটি উচ্ছেদ কৰাৰ লগতে এহেজাৰৰো অধিক চুলাই মদৰ পেকেট জব্দ কৰে। ঘাটিৰ ভিতৰত থকা চুলাই মদ উদ্ধাৰৰ বাবে আৰক্ষীয়ে ঘৰৰ তলা ভাঙি বৃহত্‍ পৰিমাণৰ চুলাই মদ জব্দ কৰে যদিও অভিযানৰ সম্ভেদ পাই মদ ব্যবসায়ী সকল ঘটনাস্থলীৰ পৰা পলায়ন কৰে । একেদৰে দলগাঁও আৰক্ষীয়েকৌপাটি আৰু দলগাৱঁত থকা অবৈধ চুলাই মদৰ ঘাটিত অভিযান চলাই তিনিশৰো অধিক মদৰ পেকেট জব্দ কৰে ।

A_DARRANG_24FEB_802_MOOD_CHULAI##   আৰক্ষী অভিযান ।
## অভিযানত জব্দ এহেজাৰো অধিক চুলাই মদ ।

Anchor == 
                    গোলাঘাট , যোৰহাটত এতিয়া চুলাই মদৰ ট্ৰেজেডী ।বিষাক্ত চুলাই  মদ সেবন কৰি প্ৰায় ডেৰ শতাধিক লোকৰ মৃত্যুৰ পিছতেই দৰঙৰ  খাৰুপেটীয়া আৰক্ষীয়ে কঠোৰ পদক্ষেপ গ্ৰহণ কৰি দেওবাৰে চুলাই মদৰ বিৰুদ্ধে অভিযান চলালে খাৰুপেটীয়াত । খাৰুপেটীয়া নগৰৰ মাজমজিয়াত থকা বহু কেইটা মদৰ ঘাটিত খাৰুপেটীয়া আৰক্ষী এটা দলে অভিযান চলাই জব্দ কৰে এহেজাৰো অধিক অবৈধ চুলাই মদ  । ঘাটিৰ ভিতৰত থকা চুলাই মদ উদ্ধাৰৰ বাবে আৰক্ষীয়ে ঘৰৰ তলা ভাঙি বৃহত পৰিমাণৰ অবৈধ চুলাই মদ জব্দ কৰি থানালৈ নিয়ে যদিও অভিযানৰ সম্ভেদ পাই মদ ব্যবসায়ী সকল ঘটনাস্হলীৰ পৰা পলায়ন কৰে । উল্লেখযোগ্য  যে চুলাই মদৰ বিৰুদ্ধে  বৃহত অভিযান আছিল খাৰুপেটীয়া আৰক্ষীৰ  । একেদৰে দলগাও আৰক্ষীয়ে  কৌপাটি আৰু দলগাও থকা অবৈধ চুলাই মদৰ ঘাটিত  অভিযান চলাই জব্দ কৰে ৩০০ অধিক মদ ।
                       =====
 দেবব্ৰত গোস্বামী ;দৰং ।
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.