ETV Bharat / state

খাৰুপেটীয়াত ভয়ংকৰ পথ দুৰ্ঘটনা - খাৰুপেটীয়া আৰক্ষীৰ দল

দুৰ্ঘটনাটোত থিতাতে নিহত এগৰাকী মহিলা

খাৰুপেটীয়াত ভয়ংকৰ পথ দুৰ্ঘটনা
author img

By

Published : Sep 4, 2019, 4:03 PM IST

দলগাঁও,4চেপ্টেম্বৰঃ

  • দৰঙৰ খাৰুপেটীয়াত বুধবাৰে সংঘটিত হয় এক ভয়ংকৰ পথ দুৰ্ঘটনা
  • থিতাতে নিহত এগৰাকী মহিলা
  • AS- 01 FC-1399 নম্বৰৰ 14 চকীয়া ট্ৰাক খনে খাৰুপেটীয়াৰ ইণ্ডিয়ান অইল ডিপোৰ সন্মুখত ১৫ নং ৰাষ্ট্ৰীয় পথত মহতিয়াই নিয়ে এগৰাকী পথচাৰী মহিলাগৰাকী
    খাৰুপেটীয়াত ভয়ংকৰ পথ দুৰ্ঘটনা
  • দুৰ্ঘটনা সংঘটিত কৰি ঘটনাস্থলীৰ পৰা পলায়ন কৰে ড্ৰাইভাৰ আৰু হেন্দিমেন
  • খাৰুপেটীয়া আৰক্ষীৰ দল এটা ঘটনাস্থলীত উপস্থিত হৈ ট্ৰাকখন জব্দ কৰি থানালৈ নিয়ে
  • মহিলাগৰাকীৰ মৃতদেহ উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে মঙলদৈ অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰা হয়
  • ইফালে বৰ্তমানলৈকে উদ্ধাৰ হোৱা নাই দুৰ্ঘটনাত মৃত্যু হোৱা মহিলাগৰাকীৰ পৰিচয়

Intro:Slug= KHARUPETIA_ ACCIDENT

## খাৰুপেটীয়াত ভয়ংকৰ পথ দুৰ্ঘটনা ।
## থিতাতে নিহত এগৰাকী মহিলা ।

Body:

দলগাও / ৪ ছেপ্টেম্বৰ

দৰঙৰ খাৰুপেটীয়াত আজি সংঘটিত হয় এক ভয়ংকৰ পথ দুৰ্ঘটনা । ফলত থিতাতে নিহত হয় এগৰাকী মহিলাৰ । ঘটনা সম্পৰ্কে জানিব পৰা মতে AS- 01 FC-1399 নম্বৰৰ 14 চকীয়া ট্ৰাক এখনে খাৰুপেটীয়াৰ ইন্ডিয়ান অয়েল ডিপোৰ সন্মুখত ১৫ নং ৰাষ্ট্ৰীয় পথত মহটিয়াই নিয়ে পথচাৰী এগৰাকী মহিলাক । দুৰ্ঘটনা সংঘটিত কৰি ঘটনাস্থলীত পৰা পলায়ন কৰে ড্ৰাইভাৰ হেন্দিমেন । খবৰ পাই খাৰুপেটীয়া আৰক্ষীৰ দল এটা ঘটনাস্থলীত উপস্থিত হৈ ট্ৰাকখন জব্দ কৰি থানালৈ নিয়ে আৰু মহিলা গৰাকীৰ মৃতদেহ উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে মঙলদৈ অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰে ।

Conclusion:ইফালে দুৰ্ঘটনাত মৃত মহিলা গৰাকীৰ পৰিচয় বৰ্তমানলৈ উদ্ধাৰ হোৱা নাই ।

আব্দুল হাকিম
দলগাও ।

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.