ETV Bharat / state

মঙলদৈত সাংবাদিকৰ প্ৰতিবাদ - প্ৰতিবাদ

সাংবাদিকক আক্ৰমণ কৰা ঘটনাক কেন্দ্ৰ কৰি প্ৰতিবাদ মঙলদৈত

মঙলদৈত সাংবাদিকৰ প্ৰতিবাদ
author img

By

Published : Mar 23, 2019, 11:35 PM IST

মঙলদৈ, ২৩ মাৰ্চ : শনিবাৰে সাংবাদিকসকলে মঙলদৈত সাব্যস্তকৰে উত্তাল প্ৰতিবাদ । বৃহস্পতিবাৰে সাংবাদিক চক্ৰপাণিপৰাশৰক কাৰ্যালয়ৰ পৰা ওলাই অহা সময়ত দুৰ্বৃত্তই কৰা আক্ৰমণৰ বাবেশনিবাৰে সাংবাদিকসকলে মঙলদৈ চহৰত তিনি ঘণ্টাজুৰি প্ৰতিবাদ সাব্যস্ত কৰে । সাংবাদিকজনক আক্ৰমণ কৰা ঘটনাক তীব্ৰ ভাষাৰে গৰিহণা দি দোষীক দৃষ্টান্তমূলক শাস্তি প্ৰদানৰ আহ্বান জনায় প্ৰতিবাদী সাংবাদিকসকলে ।

মঙ্গলদৈ প্ৰেছ ক্লাৱৰ সন্মুখত গ্ৰহণকৰা এই প্ৰতিবাদী কাৰ্য্যসূচীত দৰং জিলা কৰ্মচাৰী পৰিষদ, দৰং আছু, ভাৰতীয় জনতা পাৰ্টীৰ বিষয়ববীয়াসকলে অংশগ্ৰহণ কৰে ৷ প্ৰতিবাদী সভাত সাংবাদিকসকলৰ সুৰক্ষাৰ বাবে চৰকাৰক অতি শীঘ্ৰে উচিত ব্যৱস্থা লোৱাৰ বাবে দাবী জনায়।

A_DARRANG_23MAR_803_PRESS PROTES
#সাংবাদিক চক্ৰপানী পৰাশৰক আক্ৰমণৰ প্ৰতিবাদ   মঙলদৈত#
  শনিবাৰে  মঙ্গলদৈ প্ৰেছ ক্লাব, বার্তাজীৱী সংঘ আৰু আপকু য়ে যৌথ ভাবে সাংবাদিক চক্ৰপাণি পৰাশৰক আক্ৰমণ কৰাৰ বিৰুদ্ধে কৰিলে তিনি ঘণ্টীয়া প্ৰতিবাদী কাৰ্যসূচী।সাংবাদিক পৰাশৰক আক্ৰমণৰ তীব্ৰ ভাষাৰে গৰিহণা দিয়াৰ লগতে দূষিক দৃষ্টান্তমূলক শাস্তি প্ৰদানৰ  আহ্বান জনালে প্ৰতিবাদী সাংবাদিক সকলে ৷
মঙ্গলদৈ প্ৰেছ ক্লাৱৰ সন্মুখত গ্ৰহন কৰাপ্ৰতিবাদীকায্যসূচীত
 দৰং জিলা কৰ্মচাৰী পৰিষদ, দৰং আছু, ভাৰতীয় জনতা পাৰ্টীৰ বিষয়ববীয়াই অংশগ্ৰহণ কৰে ৷ প্ৰতিবাদী সভাত সাংবাদিক সুৰাক্ষৰ বিষয়টো সকলোৱে চৰকাৰক এক উচিত ব্যৱস্থা লোৱাৰ ক্ষেত্ৰত মত পোষণ কৰে ৷
Debabrat goswami
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.