ETV Bharat / state

জনতা কাৰ্ফিউ পালন দৰঙবাসীৰ - covid-19

22 মাৰ্চত দেশৰ মন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কৰ'ণা ভাইৰাছ সজাগতাৰ অৰ্থে আহ্বান কৰা জনতা কাৰ্ফিউ পালন কৰে দৰঙবাসীয়ে

জনতা কাৰ্ফিউ
জনতা কাৰ্ফিউ পালন দৰঙবাসীৰ
author img

By

Published : Mar 22, 2020, 10:28 PM IST

দৰং, 22 মাৰ্চঃ জনতা কাৰ্ফিউলৈ সহাৰি দৰঙৰবাসীৰ ৷ 22 মাৰ্চত দেশৰ মন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কৰ'ণা ভাইৰাছ সজাগতাৰ অৰ্থে আহ্বান কৰা জনতা কাৰ্ফিউ পালন কৰে দৰঙবাসীয়ে ৷ জনতা কাৰ্ফিউৰ মাজতে দেওবাৰে সন্ধিয়া 5 বজাৰ পাচত সকলো লোকে নিজৰ ঘৰৰ পৰা বাহিৰলৈ ওলাই হাত চাপৰি,শংঘ,ঘন্টা বজায় জৰুৰীকালিন সেৱাত নিয়োজিত লোকসকলক কৃতজ্ঞতা জ্ঞাপন কৰে৷

আৰু পঢ়কঃ প্ৰধানমন্ত্ৰী আহ্বানৰ প্ৰতি সঁহাৰি বিজেপি সভাপতিৰ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.