ETV Bharat / state

দৰঙত জব্দ ৩,২০০ লিটাৰ অবৈধ ডিজেল - দৰঙত জব্দ ৩২০০ লিটাৰ অবৈধ ডিজেল

চামচুল হকৰ নামৰ এজন লোকৰ বাসগৃহত অবৈধ ডিজেল ৷ প্ৰায় ৩,২০০ লিটাৰৰ অবৈধ ডিজেল জব্দ ৷

As_drg_01_illegal diesel seized_10006
দৰঙত জব্দ ৩২০০ লিটাৰ অবৈধ ডিজেল
author img

By

Published : May 19, 2020, 12:48 PM IST

দৰঙ,19মেঃ দৰঙত সোমবাৰে Bureau of Investigation Economic Offences য়ে জব্দ কৰিলে প্ৰায় ৩২০০ লিটাৰ অবৈধ ডিজেল ৷ দুমুনিচৌকিৰ পৰা উদ্ধাৰ কৰা হয় বৃহৎ পৰিমানৰ তেলখিনি ৷ চামচুল হক নামৰ লোকজনে অবৈধভাবে মজুত ৰাখি ব্যবসায় কৰি আহিছিল বুলি জনাই অভিযানকাৰী দলটোৰ বিষয়াই ৷ উল্লেখযোগ্য যে, এক অভিযোগৰ ভিত্তিত গুৱাহাটীৰ পৰা অহা Bureau of Investigation Economic Offences ৰ দলে চামচুল হকৰ ঘৰত অভিযান চলাই জব্দ কৰে বৃহৎ পৰিমানৰ ডিজেলখিনি ৷

দৰঙত জব্দ ৩,২০০ লিটাৰ অবৈধ ডিজেল

ইপিনে ধৃত চামচুল হক অভিযান কালত ঘৰত নথকাৰ বাবে অভিযানকাৰী দলটোয়ে তেওঁক আটক কৰিব নোবাৰিলে ৷ আনহাতে জব্দ কৰা ডিজেলখিনি চৰকাৰী কাৰ্য্যালয়ৰ পৰিবৰ্তে মঙলদৈৰ পুনিয়াৰ এটা তেল ডিপোত ৰখাকলৈ স্থানীয় ৰাইজৰ মাজত ব্যাপক চৰ্চা লাভ কৰিছে ৷

লগতে পঢ়কঃ ৩১ মে' লৈ বন্ধ থাকিব দিল্লী বিশ্ববিদ্যালয়, চলি থাকিব ই-লাৰ্নিং প্ৰক্ৰিয়া

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.