ETV Bharat / state

Drugs seized in Darrang : মঙলদৈত ড্ৰাগছসহ আটক এজন

author img

By

Published : Jun 30, 2022, 9:40 PM IST

ড্ৰাগছৰ বিৰুদ্ধে মঙলদৈত অব্যাহত আছে আৰক্ষীৰ অভিযান ৷ বৃহস্পতিবাৰে মঙলদৈ আৰক্ষীৰ জালত পৰিছে এটা ড্ৰাগছ ব্যৱসায়ী (Mangaldoi police operation against drugs) ৷ ড্ৰাগছ ব্যৱসায়ীটোৰ লগত আৰক্ষীয়ে জব্দ কৰে বহু পৰিমাণৰ নিচাজাতীয় সামগ্ৰীও ৷

Huge amount of drugs seized with Drugs Pedlar in Darang
ড্ৰাগছ তথা নিচাজাতীয় সামগ্ৰীৰ বিৰুদ্ধে অভিযান

দৰং, 30 জুন : ৰাজ্যত অব্যাহত আছে ড্ৰাগছ তথা নিচাজাতীয় সামগ্ৰীৰ বিৰুদ্ধে অভিযান (Operation against Drugs) ৷ বাদ পৰি ৰোৱা নাই মঙলদৈ আৰক্ষীও ৷ বৃহস্পতিবাৰে মঙলদৈ আৰক্ষীয়ে অভিযান চলাই এটা ড্ৰাগছ ব্যৱসায়ীক আটক কৰাৰ লগতে বহু পৰিমাণৰ নিসিদ্ধ নিচাজাতীয় সামগ্ৰী জব্দ কৰিবলৈ সক্ষম হয় (Mangaldoi police operation against drugs) ৷

মঙলদৈ আৰক্ষীয়ে উল্লেখ কৰা অনুসৰি, এক গোপন সূত্ৰৰ তথ্যৰ ভিত্তিত মঙলদৈ আৰক্ষীয়ে লাভ কৰিছিল এক বিশেষ খবৰ ৷ সেই খবৰৰ আধাৰতে খাৰুপেটীয়া বাছ আস্থানৰ পৰা এখন বগা চাৰিচকীয়া বাহনত আৰক্ষীয়ে চলাই এক অভিযান ৷ এই অভিযানত আৰক্ষীৰ দলটোৱে Govt of Assam লিখা AS13P 5616 নম্বৰৰ বাহনখনৰ পৰা 23 টা কফ্‌ চিৰাপৰ বটলৰ লগতে বহু নিচাজাতীয় টেবলেট আৰু এটা ম’বাইল ৷

এই ঘটনা সংক্ৰান্তত আৰক্ষীৰ দলটোৱে এজন ড্ৰাগছ ব্যৱসায়ীক আটক কৰে ৷ আটকাধীন লোকজন মঙলদৈৰ 8 নং ৱাৰ্ডৰ আব্দুল আটাউৰ ৰেকিব ওৰফে বিকি বুলি জানিব পৰা গৈছে ৷ আৰক্ষীয়ে উল্লেখ কৰা অনুসৰি, আটকাধীন লোকজনৰ বিৰুদ্ধে আৰক্ষীয়ে এটা গোচৰ ৰুজু কৰি আৰম্ভ কৰিছে তদন্ত ৷

লগতে পঢ়ক : ডিফুত প্ৰায় পোন্ধৰ লাখ টকাৰ হেৰ’ইন জব্দ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.