ETV Bharat / state

ঈদ উপলক্ষে মঙলদৈত মহিলাৰ নামাজ

"আজি পবিত্ৰ ঈদ-উল-ফিটৰ । ঈদ উপলক্ষে মঙলদৈত মহিলাৰ নামাজ । নামাজত অংশগ্ৰহণ কৰা মহিলাসকলৰ আহ্বান মহিলা সকলক অন্ধকাৰ তথা ঘৰৰ ভিতৰত আৱদ্ধ কৰি নাৰাখি ওলাই আহিবলৈ সুবিধা দিয়ক । লগতে ইছলাম ধৰ্মগ্ৰন্থ কোৰাণতো মহিলা সকলে নামাজ পঢ়াত বাধা নাই বুলি দাবী কৰে"

ঈদ উপলক্ষে মঙলদৈত মহিলাৰ নামাজ
author img

By

Published : Jun 5, 2019, 2:51 PM IST

দৰং, 5 জুনঃ আজি পবিত্ৰ ঈদ-উল-ফিটৰ। ঈদ উপলক্ষে মঙলদৈত মহিলা নামাজ। নামাজত অংশগ্ৰহণ কৰা মহিলাসকলৰ আহ্বান মহিলাসকলক অন্ধকাৰ তথা ঘৰৰ ভিতৰত আৱদ্ধ কৰি নাৰাখি ওলাই আহিবলৈ সুবিধা দিয়ক। লগতে ইছলাম ধৰ্মগ্ৰন্থ কোৰাণতো মহিলাসকলে নামাজ পঢ়াত বাধা নাই বুলি দাবী কৰে ৷ উল্লখ্য যে, মঙলদৈৰ বান্দিয়া গাঁৱৰ বান্দিয়া ইদগাহ ময়দানত দহখন গাঁৱৰ মহিলাই 1998 চনৰ পৰা প্ৰতি বছৰে ঈদ-উল-ফিটৰ উপলক্ষে নামাজত অংশ গ্ৰহণ কৰি আহিছে ৷ আনহাতে, নামাজত অংশগ্ৰহণ কৰি মহিলাসকলে বিশ্ব শান্তিৰ লগতে জাতি ধৰ্ম বৰ্ণ সকলোৱে যাতে একতাৰ দোলেৰে বান্ধ খাই থাকে তাৰেই কামনা কৰে ।

ঈদ উপলক্ষে মঙলদৈত মহিলা নামাজ

as_drg_5june_mahila namaj_vis_as10006【ftp kariso】

#  আজি  ঈদ উল ফিটৰ ।
# মঙ্গলদৈত মহিলা নামাজ ।
# মহিলা নামাজ বিৰল ।
# বান্দিয়াত মহিলা নামাজত প্ৰায় সহস্ৰাধিক মহিলা অংশগ্ৰহণ । মহিলা সকলক বেৰিকেটৰ মাজত ৰাখি নামাজ আদা কৰা দেখা যায় ।
বাঘপৰি, অগলাচৰ, মধুচৰ, বান্দিয়াকে ধৰি প্ৰায় দহ খন গাৱঁৰ মহিলাৰ নামাজত অংশগ্ৰহণ ।
# মঙ্গলদৈৰ বান্দিয়া গাঁৱৰ  বান্দিয়া ইদগাহ ময়দানত দহ খন গাঁৱৰ মহিলাই  1998 চনৰ পৰা  প্ৰতি বাৰৰ দৰে আজি ঈদ উল ফিটৰ উপলক্ষে  নামাজত অংশগ্ৰহণ কৰে ।
# মঙ্গলদৈত মহিলাৰ সমূহিয়া নামাজৰ পৰম্পৰা আৰু ৰক্ষণশীলতা পৰিহাৰ কৰি ওলাই আহিল মহিলা ।
# পুৰুষ তান্টিক সমাজত এক ব্যতিক্ৰম । নামাজত অংশগ্ৰহণ কৰা মহিলাসকলৰ আহ্বান মহিলা সকলক অন্ধকাৰত নাৰাখি ঘৰৰ ভিতৰত আৱদ্ধ নাৰাখি  ওলাই আহিবলৈ সুবিধা দিয়ক।
# ইছলাম ধৰ্মগ্ৰন্থ কোৰাণতো মহিলা সকলৰ নামাজ পঢ়াত বাধা নাই,  মহিলা সকলৰ দাবী ।
# নামাজত অংশগ্ৰহণ কৰি মহিলা সকলে বিশ্ব শান্তি লগতে  জাতি ধৰ্ম বৰ্ণ সকলোৱে যাতে একতাৰ দোলেৰে বান্ধ খাই থাকে তাৰেই কামনা কৰে ।
Debabrat goswami. Darrang

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.